বনিতা সান্ধু
বনিতা সান্ধু (ইংৰাজী: Banita Sandhu; জন্ম: ২২ জুন ১৯৯৭)[1] এগৰাকী ৱেলছ অভিনেত্ৰী।[2][3] তেওঁ ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ২০১৮ চনত, অক্টোবৰ নামৰ হিন্দী ছবি এখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত খোজ দিয়ে। ইয়াৰ পিছত, ২০১৯ চনত তামিল ছবি আদিত্য বৰ্মা আৰু আমেৰিকীয় কল্পবিজ্ঞান ধাৰাবাহিক পেণ্ডোৰাত তেওঁ অভিনয় কৰে।
বনিতা সান্ধু | |
---|---|
২০২২ চনত সান্ধু | |
জন্ম | ২২ জুন, ১৯৯৭ (২৭ বছৰ) কেৰলিয়ন, ৱেলছ |
শিক্ষানুষ্ঠান | কিংছ কলেজ লণ্ডন |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৮–বৰ্তমান |
প্ৰাৰম্ভিক জীৱন
সম্পাদনা কৰক১৯৯৭ চনৰ ২২ জুন তাৰিখে, ৱেলছৰ কেৰলিয়ন চহৰত, এটি শিখ ধৰ্মাৱলম্বী ব্ৰিটিছ পৰিয়ালত সান্ধুৱে জন্মগ্ৰহণ কৰিছিল।[4] তেওঁ ১১ বছৰ বয়সৰ পৰাই অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল।[5] কিংছ কলেজত, ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী পঢ়িবলৈ, ১৮ বছৰ বয়সতেই তেওঁ লণ্ডনলৈ গুচি গৈছিল।[3]
কৰ্মজীৱন
সম্পাদনা কৰককৰ্মজীৱনৰ আৰম্ভণিতেই সান্ধুৱে ৰিগলি কোম্পানীৰ ডাবলমিণ্ট নামৰ চ্যুইংগাম আৰু ভোডাফ'ন ভাৰতৰ বিজ্ঞাপনত এটিত অভিনয় কৰিছিল।[3][6] ২০১৮ চনত, তেওঁ অভিনেতা বৰুণ ধৱন বিপৰীতে অক্টোবৰ নামৰ হিন্দী ছবিখন এখনত অভিনয়েৰে চলচ্চিত্ৰত অভিষেক ঘটায়। ২০১৯ চনত, আমেৰিকীয় টিভি ধাৰাবাহিক পেণ্ডোৰা[7] আৰু তামিল ছবি আদিত্য বৰ্মাত তেওঁ অভিনয় কৰে।[8] পৰৱৰ্তী সময়ত, তেওঁ হিন্দী চলচ্চিত্ৰ চৰ্দাৰ উধাম[9] আৰু ব্ৰিটিছ চলচ্চিত্ৰ কবিতা এণ্ড টেৰেছাত অভিনয় কৰে।[10][11]
চলচ্চিত্ৰপুঞ্জী
সম্পাদনা কৰকচলচ্চিত্ৰ
সম্পাদনা কৰকবৰ্ষ | শিৰোনাম | ভূমিকা | ভাষা | টোকা |
---|---|---|---|---|
২০১৮ | অক্টোবৰ | শিউলি আইয়াৰ | হিন্দী | মনোনীত – শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ শিতানত ফিল্মফেয়াৰ বঁটা |
২০১৯ | আদিত্য বৰ্মা | মীৰা শ্বেট্টী | তামিল | মনোনীত – সাইমা-ৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী |
ইটাৰ্ণেল বিউটি | এলেক্স | ইংৰাজী | ||
২০২০ | কবিতা এণ্ড টেৰেছা | কবিতা | ইংৰাজী | |
২০২১ | চৰ্দাৰ উধাম | ৰেশমা | হিন্দী |
দূৰদৰ্শন
সম্পাদনা কৰকবৰ্ষ | শিৰোনাম | ভূমিকা | ভাষা | টোকা |
---|---|---|---|---|
২০১৯ | পেণ্ডোৰা | ডেলানি পিলাৰ | ইংৰাজী | মুখ্য ভূমিকা (চিজন ১) |
২০২৪ | ব্ৰিজাৰটন | সীতা মালহোত্ৰা | ইংৰাজী | গৌণ ভূমিকা (চিজন ৩) |
সংগীত ভিডিঅʼ
সম্পাদনা কৰকবৰ্ষ | শিৰোনাম | শিল্পী | ভাষা | তথ্যসূত্ৰ |
---|---|---|---|---|
২০১৮ | "জিন্দ মাহী" | দিলজিৎ দোচাঞ্ঝ | পঞ্জাবী | [12] |
২০২৩ | "উইথ ইউ" | এপি ঢিল্লোঁ | [13] |
তথ্য উৎস
সম্পাদনা কৰক- ↑ "Inside Banita Sandhu 24th birthday celebration". The Indian Express. 23 June 2021. https://indianexpress.com/photos/entertainment-gallery/inside-banita-sandhu-24th-birthday-celebration-7371535/। আহৰণ কৰা হৈছে: 21 July 2021.
- ↑ "Varun Dhawan's October heroine Banita Sandhu: Everything you need to know about her. See pics". Hindustan Times. 27 March 2018. https://www.hindustantimes.com/bollywood/varun-dhawan-s-october-heroine-banita-sandhu-everything-you-need-to-know-about-her-see-pics/story-TZjD6GlTERj9Eh17XiIpNL.html। আহৰণ কৰা হৈছে: 28 July 2020.
- ↑ 3.0 3.1 3.2 "Banita Sandhu – the London undergrad moonlighting as a Bollywood star". The Guardian. 30 March 2018. http://www.theguardian.com/film/2018/mar/30/banita-sandhu-the-london-undergrad-moonlighting-as-a-bollywood-star। আহৰণ কৰা হৈছে: 4 December 2022.
- ↑ "Banita Sandhu on October: I was so frustrated acting still for so long". The Indian Express. IANS. 21 April 2018. https://indianexpress.com/article/entertainment/bollywood/banita-sandhu-october-varun-dhawan-5146509/.
- ↑ "Welsh star Banita Sandhu makes Bollywood debut". ITV plcitv.com. 22 March 2018. https://www.itv.com/news/wales/2018-03-22/welsh-star-banita-sandhu-makes-bollywood-debut/। আহৰণ কৰা হৈছে: 1 December 2019.
- ↑ "Banita Sandhu: Lesser known facts about the debutante". The Times of India. 30 March 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/banita-sandhu-lesser-known-facts-about-the-debutante/commercial-break/photostory/63280922.cms.
- ↑ "October actor Banita Sandhu joins in sci-fi series for Netflix Pandora, Varun Dhawan is proud of her". Hindustan Times. Indo-Asian News Service. 9 May 2019. https://www.hindustantimes.com/bollywood/october-actor-banita-sandhu-joins-in-sci-fi-series-for-netflix-pandora-varun-dhawan-is-proud-of-her/story-HKPRyrTyKAaNkGEOy2yvcN.html.
- ↑ "Arjun Reddy's Tamil remake now titled Adithya Varma, new poster out". Hindustan Times. 19 February 2019. https://www.hindustantimes.com/regional-movies/arjun-reddy-s-tamil-remake-now-titled-adithya-varma-new-poster-out/story-j1uCmVAcs2uzGN6kWawpUO.html.
- ↑ Jha, Subhash K. (19 November 2019). ""Yes I'm doing Sardar Udham Singh," October actress Banita Sandhu is back in Shoojit Sircar's Udham Singh". Bollywood Hungama. https://www.bollywoodhungama.com/news/bollywood/yes-im-sardar-udham-singh-october-actress-banita-sandhu-back-shoojit-sircars-udham-singh/। আহৰণ কৰা হৈছে: 24 December 2019.
- ↑ "Lockdown Diaries: Banita Sandhu says how her lifestyle has become so sedentary during this crisis". Hindustan Times. 22 April 2020. https://www.hindustantimes.com/bollywood/lockdown-diaries-banita-sandhu-says-how-her-lifestyle-has-become-so-sedentary-during-this-crisis/story-8bIW8k0bBIeNxLzhaIPlyK.html। আহৰণ কৰা হৈছে: 15 July 2020.
- ↑ "Banita Sandhu to Star Opposite Adivi Sesh in 'Goodachari' Sequel 'G2'". Deadline. 20 November 2023. https://deadline.com/2023/11/banita-sandhu-cast-goodachari-sequel-g2-adivi-sesh-1235627295/.
- ↑ "Diljit Dosanjh: Thankful to Banita for being a part of Jind Mahi". The Indian Express. 26 November 2018. https://indianexpress.com/article/entertainment/music/diljit-dosanjh-song-jind-mahi-banita-sandhu-video-5464818/। আহৰণ কৰা হৈছে: 16 August 2023.
- ↑ "With You: AP Dhillon is 'lovestruck' in new song also featuring Banita Sandhu". The Indian Express. 11 August 2023. https://indianexpress.com/article/entertainment/music/with-you-ap-dhillon-is-lovestruck-in-new-song-also-featuring-banita-sandhu-8887697/। আহৰণ কৰা হৈছে: 16 August 2023.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত বনিতা সান্ধু সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বনিতা সান্ধু সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।