অপৰ্ণা মহন্ত

নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক


অপৰ্ণা মহন্ত (২০ আগষ্ট, ১৯৪৬- ২৬ জানুৱাৰী, ২০২২) অসমৰ এগৰাকী নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক৷ ইংৰাজী সাহিত্যত ডক্টৰেট লাভ কৰা তেখেত প্ৰথম অসমীয়া মহিলা৷ শিৱসাগৰত জন্মলাভ কৰা মহন্তই শ্বিলঙত স্কুলীয়া শিক্ষা আৰম্ভ কৰি পাছলৈ ১৯৮২ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা পি এইচ ডি ডিগ্ৰী লাভ কৰে। তেখেত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা আছিল আৰু শিক্ষানুষ্ঠানখনত 'নাৰী শিক্ষা কেন্দ্ৰ' এটা মুকলি কৰিছিল। আশী আৰু নব্বৈৰ দশকত অসমত মহিলা সবলীকৰণৰ বাবে হোৱা প্ৰচেষ্টাৰ তেখেতে গুৰি ধৰিছিল। কেইবাখনো গ্ৰন্থ ৰচনা কৰাৰ লগতে তেখেত প্ৰথম অসমীয়া মহিলা আলোচনী 'ঘৰ জেউতি'ৰ সংকলক আছিল।

অপৰ্ণা মহন্ত
জন্ম ২০ আগষ্ট, ১৯৪৬ (৭৭ বছৰ)
শিৱসাগৰ
মৃত্যু ২৬ জানুৱাৰী, ২০২২ (৭৫ বছৰ)
ডিব্ৰুগড়
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা সাহিত্যিক, শিক্ষাবিদ, গৱেষক

জন্ম আৰু শিক্ষা সম্পাদনা কৰক

কৰ্মজীৱন সম্পাদনা কৰক

গ্ৰন্থৰাজী সম্পাদনা কৰক

অসমীয়া গ্ৰন্থ ক) নাৰীবাদ

ইংৰাজী গ্ৰন্থ ১. জাৰ্নি অৱ আছামিজ ৱ'মেন(১৮৩৬-১৯৩৭), অসম প্ৰকাশন পৰিষদ৷

বঁটা আৰু সন্মান সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক