২৬ জানুৱাৰী
তাৰিখ
এই প্ৰবন্ধটো ইংৰাজী বৰ্ষপঞ্জীৰ তাৰিখটোৰ বিষয়ে। ভাৰতৰ গণৰাজ্য দিৱসৰ বাবে গণৰাজ্য দিৱস (ভাৰত) চাওক।
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
২৬ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬তম দিন। বছৰ শেষ হ'বলৈ ৩৩৯ দিন (অধিবৰ্ষত ৩৪০ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
সম্পাদনা কৰক- ১৫০০ - ভিচেণ্টে য়ানেজ পিঞ্জনৰ ব্ৰাজিললৈ যোৱা প্ৰথমজন ইউৰোপীয় ব্যক্তিৰ খ্যাতি লাভ।
- ১৫৩১ - লিস্বন, পৰ্টুগেলত হোৱা ভূমিকম্পত হাজাৰ হাজৰ লোকৰ মৃত্যু হয়।
- ১৫৬৪ - কাউঞ্চিল অৱ ট্ৰেণ্টে ৰ'মান কেথলিকত্ব আৰু প্ৰটেষ্টেণ্টসমূহৰ মাজৰ ভেদ স্পষ্ট কৰে।
- ১৫৬৫ - ভাৰতৰ অন্তিম হিন্দু ৰাজ্য ৱিজয়ানগৰৰ পতন ঘটে।
- ১৭০০ - পশ্চিম আমেৰিকাত ৰিখটাৰ স্কে'লত ৯ প্ৰাবল্যৰ কাস্কেডিয়া ভূমিকম্প।
- ১৮৪১ - য়ু কে'ই হংকং দখল কৰে।
জন্ম
সম্পাদনা কৰক- ১৯১৫ - ৰাণী গাইডিনলিউ, ভাৰতীয় স্বাধীনতা অন্দোলনৰ সেনানী।
- ১৯৫৬ - ডায়েনা এডুলজি, প্ৰাক্তন ভাৰতীয় মহিলা টেষ্ট ক্ৰিকেটাৰ।
- ১৯৬৬ - অনিতা নায়াৰ, ভাৰতীয় ইংৰাজী ভাষাৰ ঔপন্যাসিক।
- ১৯৮৮ - গিৰীশা নাগাৰাজেগৌড়া, ভাৰতীয় পেৰা-এথলীট তথা হাই জাম্প খেলুৱৈ।
- ১৯৮৯ - লক্ষ্মীৰাণী মাঝি, ভাৰতীয় বাঁওহতীয়া ৰিকাৰ্ভ ধনুৰ্বিদ।
মৃত্যু
সম্পাদনা কৰক- ১৮২৩ - এডৱাৰ্ড জেনাৰ, ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী।
- ১৯৬৯ - ঠাকুৰ অনুকূলচন্দ্ৰ, ভাৰতৰ ধৰ্ম সংস্কাৰক।
- ২০১৫ - আৰ কে লক্ষ্মণ, ভাৰতীয় কাৰ্টুনিষ্ট, চিত্ৰকৰ আৰু ব্যংগ লেখক।
- ২০১৮ - সুপ্ৰিয়া দেৱী, ভাৰতীয় অভিনেত্ৰী।
- ২০২১ - ৰমেশ পাঠক, অসমীয়া গৱেষক, অধ্যাপক, বিশ্লেষক, সাহিত্য সমালোচক, সম্পাদক, ভাষাবিদ, বৈয়াকৰণিক, নিবন্ধকাৰ আৰু বক্তা।
- ২০২২ - অপৰ্ণা মহন্ত, অসমৰ নাৰীবাদী সাহিত্যিক, শিক্ষাবিদ আৰু গৱেষক।
দিৱস
সম্পাদনা কৰক- গণৰাজ্য দিৱস (ভাৰত)।
- অভিযন্তা দিৱস (পানামা)।
- অষ্ট্ৰেলিয়া ডে (অষ্ট্ৰেলিয়া)।
- ডুৱাৰ্টে' ডে (ডমিনিকান ৰিপাব্লিক)।
- মুক্তি দিৱস (য়ুগাণ্ডা)।