অসমীয়া লিপিস্বৰবৰ্ণৰ তৃতীয় আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ই'ও এটি স্বৰধ্বনি, সেয়েহে 'ই' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ই'-ক এনেদৰে ⠊ (braille pattern dots-24) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

সম্পাদনা কৰক

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে আৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ই'ৰ গৌণ প্ৰতীক। 'ই'ৰ এই ৰূপ হ'ল 'ি'।[3] যেনে ক্+ই=কি আদি।

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+0987 U+0987 BENGALI LETTER I
গৌণ ৰূপ ি িU+09BF U+09BF BENGALI VOWEL SIGN I

'ই' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

সম্পাদনা কৰক

ই-কাৰ যুক্ত শব্দৰ উদাহৰণ

সম্পাদনা কৰক

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. xobdo.org search result of স্বৰবৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. http://xobdo.org/article/L0103
  4. বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)