হিন্দু পুৰাণ মহাভাৰতত নকুল (অৰ্থ: 'বংশৰ আটাইতকৈ সুদৰ্শন') আছিল চতুৰ্থ পাণ্ডৱ। নকুল আৰু তেওঁৰ যমজ ভাই সহদেৱ ৰাণী মাদ্ৰীৰ গৰ্ভজাত। ৰাণী মাদ্ৰী অশ্বিনী-কুমাৰদ্বয়ক আহবান কৰে। অশ্বিনী-কুমাৰদ্বয়ে মাদ্ৰীক বৰ দিয়ে যে তাইৰ দুটা পুত্ৰ উপজিব। ৰাণী যমজ পুত্ৰসহ গৰ্ভৱতী হয় তথা নকুল আৰু সহদেৱক জন্ম দিয়ে।

নকুল
Nakula Pandava.jpg
১৮ শতিকাৰ এখন চিত্ৰত নকুল
ব্যক্তিগত তথ্য
পৰিয়াল অভিভাৱক
ভাতৃ (মাদ্ৰী)
মাহী মাকৰ সন্তান (কুন্তী)
দাম্পত্যসঙ্গী
[1]
সন্তান পুত্ৰ
  • উপ পাণ্ডৱ #শতনিক (দ্ৰৌপদীৰ পুত্ৰ)
  • নিৰমিত্ৰ (কাৰেনুমতিৰ পুত্ৰ)
আত্মীয়

তথ্যসূত্ৰসম্পাদনা কৰক