পবিত্ৰ ৰাভা

অসমৰ অভিনেতা


পবিত্ৰ ৰাভা (ইংৰাজী: Pabitra Rabha, জন্ম ৩১ জানুৱাৰী ১৯৭৬) অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেতা। অসমৰ ওদালগুৰি জিলাটংলাত জন্মগ্ৰহণ কৰা ৰাভাই হিন্দী, বঙালী, ইংৰাজী আদি ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে।[1][2][3] ২০১১ চনত থিয়েটাৰত পৰিচালকৰ পাৰদৰ্শিতা দেখুওৱাৰ বাবে তেওঁ 'উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ' লাভ কৰে।[4]

পবিত্ৰ ৰাভা

পবিত্ৰ ৰাভা
জন্ম ৩১ জানুৱাৰী, ১৯৭৬ (৪৮ বছৰ)
টংলা, ওদালগুৰি, অসম, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰত
পেচা
  • অভিনয়
জনা যায় মিছন চাইনা
কাঞ্চনজংঘা

তেওঁ মনি শংকৰ পৰিচালিত ২০০৫ চনৰ ছবি 'তেংগ চাৰ্লে'ত অভিনয় কৰে, য’ত মুখ্য চৰিত্ৰ অভিনয় কৰিছিল অজয় দেৱগন, ববী দেউল, সঞ্জয় দত্ত, সুনীল চেট্টী, তনিশা, নন্দনা সেন আৰু সুদেশ বেৰী[5] একেদৰে তেওঁ মনি শংকৰ পৰিচালিত হিন্দী ছবি 'মুখবীৰ' (২০০৮) -তো অভিনয় কৰে। ২০১৪ চনৰ মাংগ্‌তে চাংগ্‌নেইজেং মেৰী কমৰ বাস্তৱ জীৱনৰ ওপৰত নিৰ্মিত হিন্দী ছবি 'মেৰী কম'ত তেওঁ অচঙৰ চৰিত্ৰত অভিনয় কৰে।[1] জুবিন গাৰ্গ পৰিচালিত অসমীয়া চলচ্চিত্ৰ মিছন চাইনা, কাঞ্চনজংঘা আদিত তেওঁ অভিনয় কৰিছে।[6][7]

চলচ্চিত্ৰপঞ্জী সম্পাদনা কৰক

চন চলচ্চিত্ৰ চৰিত্ৰ পৰিচালক ভাষা তথ্য প্ৰসংগ
২০০৫ তেংগ চাৰ্লে বড়ো টীম ডিপুটি মনি শংকৰ হিন্দী [5]
২০০৮ মুখবীৰ মনি শংকৰ হিন্দী [8]
২০১৩ অধ্যায় অৰূপ মান্না অসমীয়া [9][10]
২০১৪ মেৰী কম অচং অমুং কুমাৰ হিন্দী [1]
২০১৭ মিছন চাইনা লামা জুবিন গাৰ্গ অসমীয়া [6]
২০১৮ আলিফা ৰঞ্জন দ্বীপ চৌধুৰী বঙালী/অসমীয়া [2]
২০১৮ ভৱেশ যোশী চুপাৰহিৰ’ থাপা বিক্ৰমাদিত্য মতৱানী হিন্দী [11][12]
২০১৮ দ্য আণ্ডাৰৱ'ৰ্ল্ড ৰাজেশ যশপাল অসমীয়া [13]
২০১৯ ৱান লিট্যল ফিংগাৰ আব্দুল হামিদ ৰূপম শৰ্মা ইংৰাজী [3]
২০১৯ কাঞ্চনজংঘা পবিত্ৰ জুবিন গাৰ্গ অসমীয়া [14][7][15][16]

বঁটা আৰু সন্মান সম্পাদনা কৰক

  • উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ (২০১১)
  • প্ৰতিমা বৰুৱা পাণ্ডে বঁটা (২০২০)[17][18]

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. 1.0 1.1 1.2 "Celebrity Pabitra-Rabha-Jalah ". Bollypedia.in . http://www.bollypedia.in/celebrity/Pabitra-Rabha-Jalah/2081 । আহৰণ কৰা হৈছে: 15 August 2020. 
  2. 2.0 2.1 "অসমীয়া আৰু বঙালী চলচ্চিত ". boxofficeassam . http://www.boxofficeassam.com/movie/alifa/ । আহৰণ কৰা হৈছে: 15 August 2020. 
  3. 3.0 3.1 "One Little Finger ". timesofindia . 13 Jan 2020 . https://timesofindia.indiatimes.com/entertainment/english/movie-details/one-little-finger/movieshow/73229805.cms । আহৰণ কৰা হৈছে: 15 August 2020. 
  4. "Pabitra Rabha ". Sangeetnatak.gov.in . https://sangeetnatak.gov.in/sna/citation_popup.php?id=1489&at=5 । আহৰণ কৰা হৈছে: 15 August 2020. 
  5. 5.0 5.1 "Ambassadors of change : Pabitra Rabha ". Theweek.in . https://www.theweek.in/theweek/specials/2018/08/11/pabitra-rabha-theatre-director.html । আহৰণ কৰা হৈছে: 15 August 2020. 
  6. 6.0 6.1 "Mission China". timesofindia.com. https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/mission-china/movieshow/61221665.cms। আহৰণ কৰা হৈছে: 15 August 2020. 
  7. 7.0 7.1 "Pabitra Rabha ". bookmyshow . https://in.bookmyshow.com/person/pabitra-rabha/27917 । আহৰণ কৰা হৈছে: 15 August 2020. 
  8. "Celebrity hindi movie-actor pabitra-rabha ". nettv4u.com . https://nettv4u.com/celebrity/hindi/movie-actor/pabitra-rabha । আহৰণ কৰা হৈছে: 15 August 2020. 
  9. "Pabitra Rabha the unsung hero scorned by the society rabhas theatre gives dwarfs dignity and confidence ". Thehillstimes.in . https://www.thehillstimes.in/featured/pabitra-rabha-the-unsung-hero-scorned-by-the-society-rabhas-theatre-gives-dwarfs-dignity-and-confidence/ । আহৰণ কৰা হৈছে: 15 August 2020. 
  10. "অসমীয়া চলচ্চিত্ৰ অধ্যায় ". boxofficeassam.com . http://www.boxofficeassam.com/movie/adhyay/ . 
  11. "Bhavesh Joshi Superhero (2018) Full Cast & Crew ". Bollywoodmdb.com . https://www.bollywoodmdb.com/movies/cast-crew/bhavesh-joshi/15926 । আহৰণ কৰা হৈছে: 15 August 2020. 
  12. "BHAVESH JOSHI SUPERHERO CAST & CREW ". cinestaan.com . https://www.cinestaan.com/movies/bhavesh-joshi-superhero-16286/cast-crew । আহৰণ কৰা হৈছে: 15 August 2020. 
  13. "The-underworld ". moviebuff.com . https://www.moviebuff.com/the-underworld । আহৰণ কৰা হৈছে: 15 August 2020. 
  14. "Pabitra Rabha ". timesofindia . 7 April 2015 . https://timesofindia.indiatimes.com/topic/Pabitra-Rabha । আহৰণ কৰা হৈছে: 15 August 2020. 
  15. "Zubeen Garg has gifts for his Assamese movie ‘Kanchanjangha’s first viewer ". Nenow.in . https://nenow.in/north-east-news/assam/zubeen-garg-has-gifts-for-his-assamese-movie-kanchanjanghas-first-viewer.html । আহৰণ কৰা হৈছে: 15 August 2020. 
  16. "Kanchanjangha Assamese Movie ". amazing-assam.com . https://www.amazing-assam.com/2020/07/kanchanjangha-assamese-full-movie-download.html?m=1 । আহৰণ কৰা হৈছে: 15 August 2020. 
  17. "AASU Pays Tribute To Folk Legend Pratima Barua Pandey". Pratidintime.com. 2020-12-27. https://www.pratidintime.com/aasu-pays-tribute-to-folk-legend-pratima-barua-pandey/। আহৰণ কৰা হৈছে: 2021-05-02. 
  18. "নাট্যকৰ্মী পবিত্ৰ ৰাভালৈ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে বঁটা". React.etvbharat.com. 2020-12-27. Archived from the original on 2021-05-02. https://web.archive.org/web/20210502100942/https://react.etvbharat.com/assamese/assam/state/kamrup-metropolitan/pratima-pandey-death-anniversary/assam20201227194350041। আহৰণ কৰা হৈছে: 2021-05-02. 

বাহ্যিক সংযোগ সম্পাদনা কৰক