৩১ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
৩১ জানুৱাৰী (ইংৰাজী: 31 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩১তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৪ দিন (অধিবৰ্ষত ৩৩৫ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা সম্পাদনা কৰক
- ১৯৯৬ - শ্ৰীলঙ্কাৰ ৰাজধানী কলম্ব'ত অৱস্থিত এটা বেঙ্কত ভয়াবহ আত্মঘাটী আক্ৰমণত কমেও ৫০ জন লোকৰ মৃত্যু।
- ২০১৫ - অসম সাহিত্য সভাৰ ৭৩ সংখ্যক কলিয়াবৰ অধিৱেশনৰ আৰম্ভণি।
জন্ম সম্পাদনা কৰক
- ১৯০৯ - বিষ্ণুপ্ৰসাদ ৰাভা, অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু।
- ১৯২৩ - সোমনাথ শৰ্মা, পৰম বীৰ চক্ৰ লাভ কৰোতা ভাৰতীয় সেনা বিষয়া।
- ১৯৭৫ - প্ৰীতি জিণ্টা, ভাৰতীয় অভিনেত্ৰী (বলিউড)।
- ১৯৭৬ - পবিত্ৰ ৰাভা, অসমীয়া অভিনেতা।
মৃত্যু সম্পাদনা কৰক
- ১৮৮৮ - জন বস্ক', জনপ্ৰিয় নাম ছেইণ্ট ডন বস্ক’, ইটালিয়ান ৰোমান কেথ’লিক ধৰ্মযাজক, লেখক আৰু শিক্ষাবিদ।
- ১৯৬১ – কৃষ্ণ সিং, ভাৰতীয় ৰাজনীতিক, বিহাৰৰ প্ৰথম মুখ্যমন্ত্ৰী। (জন্ম. ১৯৮৭)
- ২০০৪ - সুৰাইয়া জামাল শ্বেখ, ভাৰতীয় অভিনেত্ৰী।
- ২০১৫ - লিজাবেথ স্কট, আমেৰিকান অভিনেত্ৰী।
দিৱস সম্পাদনা কৰক
- স্বাধীনতা দিৱস (নাউৰু)।
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩১ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |