বাৰ্তা:আহোম ৰাজ্য
অনুবাদ
সম্পাদনা কৰকমোটামুটি লিখিলোঁ। কোনোবাই পাৰিলে "আহোমৰ অৰ্থনৈতিক ব্যৱস্থা" আৰু "পাইক প্ৰথা" অংশখিনি অনুবাদ কৰি দিব। কিছুমান শব্দৰ অনুবাদ লৈও সন্দেহ আছে। অনুগ্ৰহ কৰি ইংৰাজী প্ৰবন্ধটোৰ লগত মিলাই ঠিক কৰি দিব। গীতাৰ্থ বৰদলৈ 14:06, 26 ফেব্ৰুৱাৰী 2012 (UTC)
মানচিত্রখনত অলপ সন্দেহ উপজিছে। অলপ সংশোধনৰ প্রয়োজন আছে নেকি? বিশেষকে কাৰ্বি ৰাজ্যৰ অৱস্থান, বাংলাদেশ বুলি নামাকৰন আদি।। বিজ্ঞজনে মতামত দিয়ক। নেকিব আহমেদ 18:22, 14 আগষ্ট 2012 (UTC)
Misusing admin power
সম্পাদনা কৰক@দিব্য দত্ত @Nayan j Nath আপোনাৰ সংযুক্ত প্ৰচেষ্টাই ইতিহাস সলনি নকৰে। গতিকে lock আঁতৰাই আৰু ঐতিহসিকভাৱে ব্যৱহৃত অসমীয়া নামটো পুনৰ ঘূৰাই দিয়ে যেন। এনে কাৰ্যই এডমিন পদৰ মৰ্যদা হ্ৰাস কৰিছে।KHI-LAN-TZI 11:22, 24 September 2024 (ইউ.টি.চি.)
- ইয়াত ইতিহাস সলনিৰ কথা নাহে। ৱিকিপিডিয়াৰ এটা প্ৰবন্ধই ইতিহাস সলনি নকৰে। সম্পাদনা যুদ্ধত লিপ্ত হৈ ৱিকিৰ পৰিৱেশ বিনষ্ট নহবৰ বাবে মই পৃষ্ঠাটো লক কৰিছোঁ। আৰু আপুনি যিটো ৰেফাৰেন্স দিছে সেইটো সত্যাপন যোগ্য নহয়। তাত ৫০ নং পৃষ্ঠাটো চাব নোৱাৰি। গতিকে আপুনি বিতৰ্কিত তথ্য এটা দিলে বুলিয়েই গ্ৰহণ কৰিব লাগিব কোনো কথা নাই। অসম নামটো আহোম → অহম → অসম এনেদৰে বিৱৰ্তন হৈহে সৃষ্টি হৈছিল বুলি পাইছোঁ। আহোম ৰাজ্যকেই অসম ৰাজ্য বুলি ক’লে অসমৰ বহু ঠাই বাদ পৰি যাব। দিব্য দত্ত (বাৰ্তা) 13:21, 24 September 2024 (ইউ.টি.চি.)
- @দিব্য দত্ত আধুনিক অসমত মধ্যযুগৰ অসম ৰাজ্যৰ অংশ নপৰিলে বুলিয়ে নামটো আতৰাই দিয়াটো আপোনাৰ নিজা মৌলিক গৱেষণা WP:OR। বিতৰ্কিত তথ্য নহয় প্ৰায়বোৰ বুৰঞ্জীবিদে সহমত যে আহোম ৰাজ্যকে আগত অসম ৰাজ্য বুলি কোৱা হৈছিল। ইয়াৰ যথেষ্ট ঐতিহাসিক উদাহৰণ আছে। Revert কৰা @Nayan j Nath এ আলোচনা কিয় নকৰিলে?? যদি lock কৰিলে কেৱল মইহে বঞ্চিত হম Nayan j Nath টো এডমিন! আলোচনা নকৰাকৈ এক পক্ষীয় সিদ্ধান্ত কিয় ললে? যদি আপোনাক চাব পৰা উৎস লাগে এইয়া চাওক - Kamrupar Buranji by Bhuyan, Suryya Kumar, page: xiv ইয়াৰ উপৰি ঐতিহসিকভাৱে বহু পুৰণি নথি যেন আইন -ই-আকবৰী (late 16th century), Joh van Leenen (1661), A Geographical Account of Countries around Bay of Bengal (1679) আৰু ইয়াণ্ডাবু সন্ধিটো আহোম ৰাজ্যক বুজাবলৈ অসম শব্দৰ ব্যৱহাৰ কৰা হৈছিল। মই সকলো তথ্য ব্যুৎপত্তি হিচাপে পৃথক অংশ সৃষ্টি কৰি দি দিম। পিছে Nayan j Nathএ revert ত একো explanationও দিয়া নাছিল। 3R তেওঁৱেই আৰম্ভ কৰিলে আলোচনা নকৰি। ইয়াৰ আগটো মোৰ মোৰ আলোচনা পৃষ্ঠাত
প্ৰৱন্ধ এটাত জপিয়াই
আৰুনাও ডুবিলেও টিঙৰ পৰা ননমাৰ দৰে আচৰণ
আদি sensitive শব্দ লিখিছে। পিছে তেওঁকনো কোনে ক'ব? তেঁও নিজে এডমিন! KHI-LAN-TZI 13:55, 24 September 2024 (ইউ.টি.চি.)- ইতিহাস কেৱল আপুনিয়েই পঢ়া নাই, আপুনি যিটো তথ্য দিছে, তাত ৫০ নং পৃষ্ঠা খোলেই নাখায়, গতিকে তেনে এটা অপ্ৰাসংগিক সম্পাদনাৰ বাবে কৈফিয়ৎ দিয়াৰ যুক্তি আছে? লগতে অসম নামটো অহা আৰু অসম ৰাজ্য দুটা পৃথক কথা। আহোম ৰাজ্য মানেই অসম ৰাজ্য নহয়। আহোম সকল অসমলৈ প্ৰৱৰ্জন কৰা এটা গোষ্ঠীহে। ইয়াত অসম এটা সাৰ্বিক সংহতি হ'লে আহোম ৰাজ্য ইয়াৰ এটা মৌল। আহোম, অসম একাকাৰ নকৰিব। অসমীয়া জতুৱাঠাঁচ আদিবোৰ ব্যৱহাৰ কৰাত আপোনাৰ আপত্তি কিয়? -Nayan j Nath (বাৰ্তা) 14:05, 24 September 2024 (ইউ.টি.চি.)
- উক্ত সূত্ৰৰ আলমত “আহোম ৰাজত্বকালত আহোম ৰাজ্যক আচাম, আসাম, অচম আৰু অসম নামেৰেও জনা গৈছিল।” এনেদৰে দিব পাৰি। ৱিকিপিডিয়াত “অসম ৰাজ্য” বুলিয়েই কৈছিল বুলি সিদ্ধান্ত দিয়া উচিত নহয়। দিব্য দত্ত (বাৰ্তা) 14:11, 24 September 2024 (ইউ.টি.চি.)
- @KhiLanTzi: অনুগ্ৰহ কৰি Kamrupar Buranji by Bhuyan, Suryya Kumar, page: xiv এই উৎসৰ পৃষ্ঠা সংখ্যা আৰু শাৰীকেইটা উল্লেখ কৰি দিবচোন য'ত আহোম ৰাজ্যক অসম বুলি উল্লেখ আছে। বৰ ডাঙৰ কিতাপ বিচাৰিবলৈ অসুবিধা হৈছে।
- - অজয় কথা-বতৰা 14:15, 24 September 2024 (ইউ.টি.চি.)
- @দিব্য দত্ত আধুনিক অসমত মধ্যযুগৰ অসম ৰাজ্যৰ অংশ নপৰিলে বুলিয়ে নামটো আতৰাই দিয়াটো আপোনাৰ নিজা মৌলিক গৱেষণা WP:OR। বিতৰ্কিত তথ্য নহয় প্ৰায়বোৰ বুৰঞ্জীবিদে সহমত যে আহোম ৰাজ্যকে আগত অসম ৰাজ্য বুলি কোৱা হৈছিল। ইয়াৰ যথেষ্ট ঐতিহাসিক উদাহৰণ আছে। Revert কৰা @Nayan j Nath এ আলোচনা কিয় নকৰিলে?? যদি lock কৰিলে কেৱল মইহে বঞ্চিত হম Nayan j Nath টো এডমিন! আলোচনা নকৰাকৈ এক পক্ষীয় সিদ্ধান্ত কিয় ললে? যদি আপোনাক চাব পৰা উৎস লাগে এইয়া চাওক - Kamrupar Buranji by Bhuyan, Suryya Kumar, page: xiv ইয়াৰ উপৰি ঐতিহসিকভাৱে বহু পুৰণি নথি যেন আইন -ই-আকবৰী (late 16th century), Joh van Leenen (1661), A Geographical Account of Countries around Bay of Bengal (1679) আৰু ইয়াণ্ডাবু সন্ধিটো আহোম ৰাজ্যক বুজাবলৈ অসম শব্দৰ ব্যৱহাৰ কৰা হৈছিল। মই সকলো তথ্য ব্যুৎপত্তি হিচাপে পৃথক অংশ সৃষ্টি কৰি দি দিম। পিছে Nayan j Nathএ revert ত একো explanationও দিয়া নাছিল। 3R তেওঁৱেই আৰম্ভ কৰিলে আলোচনা নকৰি। ইয়াৰ আগটো মোৰ মোৰ আলোচনা পৃষ্ঠাত
- @KhiLanTzi মহোদয়, একেটা কথাতে লাগি অযথা সময় অপব্যয় কৰা অনুচিত৷ ৱিকিপিডিয়া নিৰপেক্ষ নীতিৰ বাবে আমি কোনো এটা মতকে জোৰ দি সত্য বুলি ক’ব নোৱাৰোঁ৷ বৰ্তমানৰ অসম নামৰ ভূখণ্ড অতীজত প্ৰাগজ্যোতিষপুৰ নামেৰে জনা গৈছিল৷ দশম শতাব্দীত ৰচিত কালিকা পুৰাণ, মহাভাৰততো এই নামৰ উল্লেখ আছে৷ পৰৱৰ্তীকালত কামৰূপ, লৌহিত্য, কামতা, অসম আদি নাম পাইছিল৷ গুণাভিৰাম বৰুৱায়ো লিখিছে, “অসম নামটো আধুনিক’’৷ গতিকে, কেৱল এটা সূত্ৰৰ উদ্ধৃতি দিয়েই আহোম ৰাজ্য মানেই অসম বুলিবলৈ যোৱাটো অনুচিত৷ আশাকৰোঁ, বিষয়টো সম্পৰ্কে অধিক অধ্যয়ন কৰিব৷ Pranamikaadhikary (বাৰ্তা) 15:21, 24 September 2024 (ইউ.টি.চি.)
┌─────────────────────────────────┘
@Nayan j Nath আহোম আৰু অসম একাকাৰ মই কৰা নাই। অসম নামৰ উৎপত্তি বিষয়ে আপোনাৰ মোতকৈও বহুত মহান বিশেষজ্ঞ ড° বাণীকান্ত কাকতি ডাঙৰীয়াই ১৯৪১ চনত তেঁওৰ কিতাপ Assamese:Its formation and development ৰ পৃষ্ঠা নং ২ ত ভালদৰে ব্যাখ্যা কৰি লিখিছে। ইয়াত পঢ়ি লব। যদি আৰু ঐতিহাসিক অনুভৱ লাগে, দৰং ৰাজ বংশাৱলী, শংকৰ চৰিত , মোগলৰ আইন - ই - অকবৰী চাই লব। তাত আহোমসকল কি বুলি মাতিছে। ৫০ নং পৃষ্ঠাৰ যদি চাব পৰা নাই ইয়াত কথা পাতক না। মই চাব পৰা তথ্য দি আছো নহয়। KHI-LAN-TZI 14:52, 24 September 2024 (ইউ.টি.চি.)
- অনৰ্থক কথা এটাত লাগি থাকিবলৈ ইচ্ছা আৰু সময় নাই, ৱিকিত চকু দিবলৈ আৰু বহুত কাম থাকে। ইতিপূৰ্বেও আপোনাৰ যুক্তি-তৰ্কৰ এলানি দীঘলীয়া পাঠ পঢ়িছোঁ। আপোনাক বুজোৱা ঢেৰুৱা ঠাৰি সিজোৱাৰ লেখিয়া কথা। সেয়ে, অনৰ্থক তথ্যসূত্ৰ এটাকলৈ আলোচনা কৰাৰ যুক্তি নেদেখোঁ। আপোনাৰ হাতত যদি ইমান তথ্য আছিলেই আগতেই, তথাপি বিচাৰি বিচাৰি সেইটো তথ্যসূত্ৰহে দিলে। আগলৈ এইক্ষেত্ৰত সাৱধান হৈ সম্পাদনা কৰিব বুলি আশা কৰিলোঁ। Nayan j Nath (বাৰ্তা) 15:49, 24 September 2024 (ইউ.টি.চি.)
- @Nayan j Nath আপুনি নিজে revert কৰি এতিয়া অনৰ্থক কৈছে? এখন ঐতিহাসিক ৰাজ্যৰ পৌৰাণিক নামটো নাতৰাবলৈ আপোনাক সাৱধান কৰি দিছোঁ। মোৰ পাছৰ তথ্যটো WP:AGEMATTER অনুসৰি পুৰণি সেয়েহে Colin Masica মহোদয়ৰ উৎস দিছিলোঁ। অনৰ্থক তথ্যসূত্ৰ বুলি কৈ Colin Masica মহোদয়ৰ দৰে মহান লেখকৰ উৎসক অনৰ্থক কৈ আপুনি ভদ্ৰতাৰ সীমা পাৰ কৰিছে। যদি মন নাই revert ও নকৰিব। ইয়াত ঐতিহসিক অসম ৰাজ্যৰ কথা আলোচনা হৈ আছে। আৰু আপোনাকো জনাই থওঁ ইতিহাস সাক্ষী আছে অসম বুলি কোঁচ, মোগল, ব্ৰিটিছ, বৈষ্ণব সকলোৱে লিখি থৈছে আৰু অসমীয়া ৱিকিপিডিয়াৰ আলোচনা পৃষ্ঠাত আপুনি হাজাৰ বাৰ কলেও প্ৰকৃত গৱেষক সকল সহমত আৰু lock লগাই থৈ revert কৰি দিলেও ইতিহাস সলনি নহয়। KHI-LAN-TZI 16:11, 24 September 2024 (ইউ.টি.চি.)
- বঢ়িয়া, আপোনাৰ সলনি নোহোৱা ইতিহাস আৰু আহোম ৰাজ্যৰ বাবে শুভেচ্ছা! Nayan j Nath (বাৰ্তা) 16:19, 24 September 2024 (ইউ.টি.চি.)
- @Nayan j Nath যদি যুক্তিগত বিৰোধ কৰিব লগা নাই lock খুলি মোক লিখিব দিয়ক। যদি logical কিবা কাৰণ আছে তেন্তে উৎসৰ বিৰুদ্ধে যুক্তিসংগত কাৰণ দিয়ক। মোৰ সম্পাদনাবোৰক অসত্য বুলি প্ৰমাণ কৰিব পৰাৰ পৰিৱৰ্তে আপুনি বিষয়টোৰ পৰা আঁতৰি গৈছে। KHI-LAN-TZI 16:26, 24 September 2024 (ইউ.টি.চি.)
- Here are some sources for my edits if anyone have any disagreement please point it out, else I'll restore my perfectly accurate contents.
- "...Asam was first applied to the Shans and subse- quently to the country they conquered..." Kakati, Dr. B.K. (October 23, 2016). "Assamese:Its formation and development : Dr. B.K. Kakati : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. পৃষ্ঠা: 3. https://archive.org/details/AssameseitsFormationAndDevelopment/page/n37/mode/1up। আহৰণ কৰা হৈছে: September 26, 2024.
- "...The Ahoms are here referred to as 'Asama'..." Neog, M. (1980). Early History of the Vaiṣṇava Faith and Movement in Assam: Śaṅkaradeva and His Times. Motilal Banarsidass. ISBN 978-81-208-0007-6. https://books.google.co.in/books?id=DcReZM-rI0MC। আহৰণ কৰা হৈছে: September 28, 2024.
- "...Asam- Assam as the name of the country which the Ahoms conquered.." "The history of medieval Assam : (from the thirteenth to the seventeenth century) ; a critical and comprehensive history of Assam during the first four centuries of Ahom rule, based on original Assamese sources, available both in India and England : Acharyya, N. N : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. October 23, 2016. পৃষ্ঠা: 43. https://archive.org/details/dli.pahar.3309/page/43/mode/1up। আহৰণ কৰা হৈছে: September 28, 2024.
- "..no doubt that the word is derived from the present designation of the Ahoms..." Gait, Edward Albert (January 1, 1906). "A history of Assam : Edward Albert Gait : Free Download, Borrow, and Streaming : Internet Archive". Internet Archive. পৃষ্ঠা: 241. https://archive.org/details/historyofassam0000edwa/page/241/mode/1up। আহৰণ কৰা হৈছে: September 28, 2024.
- "Assam State Portal". Assam History. https://assam.gov.in/web/about-us/394। আহৰণ কৰা হৈছে: September 29, 2024.
- KHI-LAN-TZI 13:22, 29 September 2024 (ইউ.টি.চি.)
- Here are some sources for my edits if anyone have any disagreement please point it out, else I'll restore my perfectly accurate contents.
- @Nayan j Nath যদি যুক্তিগত বিৰোধ কৰিব লগা নাই lock খুলি মোক লিখিব দিয়ক। যদি logical কিবা কাৰণ আছে তেন্তে উৎসৰ বিৰুদ্ধে যুক্তিসংগত কাৰণ দিয়ক। মোৰ সম্পাদনাবোৰক অসত্য বুলি প্ৰমাণ কৰিব পৰাৰ পৰিৱৰ্তে আপুনি বিষয়টোৰ পৰা আঁতৰি গৈছে। KHI-LAN-TZI 16:26, 24 September 2024 (ইউ.টি.চি.)
- বঢ়িয়া, আপোনাৰ সলনি নোহোৱা ইতিহাস আৰু আহোম ৰাজ্যৰ বাবে শুভেচ্ছা! Nayan j Nath (বাৰ্তা) 16:19, 24 September 2024 (ইউ.টি.চি.)
- @Nayan j Nath আপুনি নিজে revert কৰি এতিয়া অনৰ্থক কৈছে? এখন ঐতিহাসিক ৰাজ্যৰ পৌৰাণিক নামটো নাতৰাবলৈ আপোনাক সাৱধান কৰি দিছোঁ। মোৰ পাছৰ তথ্যটো WP:AGEMATTER অনুসৰি পুৰণি সেয়েহে Colin Masica মহোদয়ৰ উৎস দিছিলোঁ। অনৰ্থক তথ্যসূত্ৰ বুলি কৈ Colin Masica মহোদয়ৰ দৰে মহান লেখকৰ উৎসক অনৰ্থক কৈ আপুনি ভদ্ৰতাৰ সীমা পাৰ কৰিছে। যদি মন নাই revert ও নকৰিব। ইয়াত ঐতিহসিক অসম ৰাজ্যৰ কথা আলোচনা হৈ আছে। আৰু আপোনাকো জনাই থওঁ ইতিহাস সাক্ষী আছে অসম বুলি কোঁচ, মোগল, ব্ৰিটিছ, বৈষ্ণব সকলোৱে লিখি থৈছে আৰু অসমীয়া ৱিকিপিডিয়াৰ আলোচনা পৃষ্ঠাত আপুনি হাজাৰ বাৰ কলেও প্ৰকৃত গৱেষক সকল সহমত আৰু lock লগাই থৈ revert কৰি দিলেও ইতিহাস সলনি নহয়। KHI-LAN-TZI 16:11, 24 September 2024 (ইউ.টি.চি.)
সম্পাদনা বিবাদ
সম্পাদনা কৰকগুৰুত্বপূৰ্ণ প্ৰবন্ধবোৰ সম্পাদনা কৰোঁতে সকলো সাৱধান হওক। কিবা তথ্য যোগ দিওঁতে সঠিক সত্যাপনযোগ্য তথ্যসূত্ৰ যোগ দিয়া হৈছেনে সেয়া মন কৰিব, অন্যথা ই ভুল বুজাবুজি আৰু বিবাদৰ সৃষ্টি কৰিব। লগতে স্পৰ্শকাতৰ তথ্য যোগ দিলে সেয়া আলোচনা পৃষ্ঠাত উল্লেখ কৰাটোও প্ৰয়োজনীয়। কোনোৱে সম্পাদনা ৰিভাৰ্ট কৰিলে তাৰ কাৰণ আৰু যুক্তি আলোচনা পৃষ্ঠাত উল্লেখ নকৰাকৈ নাথাকিব। ওপৰত দুগৰাকী সম্পাদকৰ কথা-বতৰা ৱিকিপিডিয়াৰ নীতি আৰু শিষ্টাচাৰৰ পৰিপন্থী হৈছে। গতিকে তেওঁলোকক এনে নকৰিবলৈ অনুৰোধ জনালোঁ। — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 07:34, 25 September 2024 (ইউ.টি.চি.)
- @সদস্য:Gitartha.bordoloi Thanks for raising the concern, the native name of Ahom kingdom as অসম ৰাজ্য is largely agreed by scholars. Scholars like সত্যেন্দ্ৰ নাথ শৰ্মা, সূৰ্য কুমাৰ ভূঞা and বাণীকান্ত কাকতি related the name Assam with ancient and mediaeval Tai today known as Ahom. It's also written in Ahom kingdom. So it's not a স্পৰ্শকাতৰ তথ্য. I can personally view page no. 50 of Colin Masica 1993. How do I know they can't view it? If they can't they should use the talk page but what they did is reverted the edit without any explanation locked the page and later questioning me that Masica 1993 is unreliable while Colin Masica is a very well known linguist. Instead of discussing about the source he started using questionable quotes. Nayan j Nath did the same in শংকৰদেৱ, removed it without explanation and locked the page. After my discussion in his talk page I got to know Sankaravara is শংকৰবৰ not শংকৰবৰা. his reverting and locking pattern is clearly misuse of Adminship. He locked শংকৰদেৱ for what? The mistranscription of Sankaravara? Because cleary no edit war occurred in that page. KHI-LAN-TZI 08:28, 25 September 2024 (ইউ.টি.চি.)