মূল মেনু খোলক

-অজয় দাস (বাৰ্তা) 08:22, 1 December 2016 (ইউ.টি.চি.)

তথ্যসূত্ৰসম্পাদনা কৰক

তোলনি বিয়া প্ৰবন্ধৰ কিবা তথ্যসূত্ৰ থাকিলে দিবাচোন। — গীতাৰ্থ বৰদলৈ (talk) 15:29, 29 March 2019 (ইউ.টি.চি.)

পদকসম্পাদনা কৰক

  The Teamwork Barnstar
লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তোমালৈ এই বঁটা আগবঢ়ালো৷ আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিডিয়াত কাম কৰি যাবা বুলি আশা ৰাখিছোঁ৷-- জলি বৰা (talk) 12:52, 31 March 2019 (ইউ.টি.চি.)

প্ৰতিভাবান ন-সম্পাদকৰ পদকসম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে তোমালৈ এই পদক আগবঢ়ালোঁ । ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰতত ভাগ লৈ ভালেকেইটা নতুন প্ৰৱন্ধ সৃষ্টি কৰাৰ বাবেও তুমি শলাগৰ পাত্ৰ । আশা কৰোঁ, একেই উৎসাহেৰে তুমি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিবা । Priyankush Deka 13:53, 31 March 2019 (ইউ.টি.চি.)

WLWI2019 Special Awardসম্পাদনা কৰক

  WLWI2019 Special Award
ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আপুনি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় পুৰস্কাৰ হিচাপে আপোনাক এই পদক প্ৰদান কৰিলোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! -- ViśvakoṣaSampādaka (talk) 02:31, 1 april 2019 (ইউ.টি.চি.)

উদীয়মান সম্পাদক পদকসম্পাদনা কৰক

  উদীয়মান সম্পাদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে এগৰাকী নতুন সদস্য হিচাপে আপুনি যোৱা মাহত অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা বৰঙণিলৈ চাই আপোনাক "উদীয়মান সম্পাদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

Gitartha.bordoloi (talk) ১২:০২, ৩১ May ২০১৯ (IST)

গধূলি গোপাল ফুল আৰু গধূলিগোপালসম্পাদনা কৰক

গধূলি গোপাল ফুল নামৰ প্ৰবন্ধটো সৃষ্টি কৰা বাবে ধন্যবাদ। পিছে ৱিকিত আগৰে পৰাই গধূলিগোপাল নামৰ প্ৰবন্ধটো আছেই। আপুনি পৰা সম্পাদনাবোৰ পুৰণি প্ৰবন্ধটোত সংযোগ কৰি নতুন প্ৰবন্ধটোৰ পৰা পুনঃনিৰ্দেশ এটা কৰি দিলে ভাল হ'ব। --SlowPhoton (talk) 07:10, 2 মে' 2019 (ইউ.টি.চি.)

বঙালী অনুবাদসম্পাদনা কৰক

আপুনাৰ বাৰ্তাৰ বাবে ধন্য়বাদ , মই ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০ৰ বাবে এনেকুৱা দুটামান পৃষ্ঠা হাতত লৈছো , যিহেতু ৱিকিপিডিয়া:প্ৰজেক্ট টাইগাৰ ২.০ বৰ্তমানলৈকে আৰম্ভ হোৱা নাই সেয়েহে মই বাকী থকা অনুবাদ আৰু কাম খিনি মোৰ জুইশাল (SANDBOX!)ত কৰি আছো| বঙালী অনুবাদ খিনি পৃষ্ঠা তিনিটাৰ পৰা আতৰাই দিছো | --ḱḩḭ-ḸḀN-ʈẐɛ̃ɛ̃ কথামেলপুথি-পাজী 14:36, 6 September 2019 (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদকসম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত তোমাৰ অক্লান্ত অৱদানৰ বাবে কৃতজ্ঞতা জনাই এই পদক আগবঢ়ালো। আশা কৰোঁ তুমি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিবা।

--জলি বৰা (talk) 03:11, 29 September 2019 (ইউ.টি.চি.)

Return to the user page of "নয়ন জ্যোতি নাথ".