ৱিকিউৎস পদকসম্পাদনা কৰক

  উদীয়মান সম্পাদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে এগৰাকী নতুন সদস্য হিচাপে আপুনি যোৱা মাহত অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা বৰঙণিলৈ চাই আপোনাক “উদীয়মান সম্পাদক” পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ


পদকসম্পাদনা কৰক

  The Teamwork Barnstar
লৈংগিক সমতা ৰক্ষা কৰাৰ উদেশ্যেৰে অসমীয়া ৱিকিপিডিয়াত আয়োজিত ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি তোমালৈ এই বঁটা আগবঢ়ালো। আগলৈকে একেই উৎসাহেৰে অসমীয়া ৱিকিপিডিয়াত কাম কৰি যাবা বুলি আশা ৰাখিছোঁ। -- জলি বৰা (talk) 12:52, 31 March 2019 (ইউ.টি.চি.)

প্ৰতিভাবান ন-সম্পাদকৰ পদকসম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদকসঠিক পথত এজন নতুন সম্পাদক
অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে তোমালৈ এই পদক আগবঢ়ালোঁ। ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰতত ভাগ লৈ ভালেকেইটা নতুন প্ৰবন্ধ সৃষ্টি কৰাৰ বাবেও তুমি শলাগৰ পাত্ৰ। আশা কৰোঁ, একেই উৎসাহেৰে তুমি ভৱিষ্যতেও ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই থাকিবা। Priyankush Deka 13:53, 31 March 2019 (ইউ.টি.চি.)

WLWI2019 Special Awardসম্পাদনা কৰক

  WLWI2019 Special Award
ৱিকি লাভ্‌ছ ৱুমেন ২০১৯ - ভাৰত শীৰ্ষক সম্পাদনা মাৰাথনত আপুনি আগবঢ়োৱা অৱদানৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় পুৰস্কাৰ হিচাপে আপোনাক এই পদক প্ৰদান কৰিলোঁ। আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ! -- ViśvakoṣaSampādaka (talk) 02:31, 1 april 2019 (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদকসম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
অসমীয়া ৱিকিপিডিয়াত তোমাৰ অক্লান্ত অৱদানৰ বাবে কৃতজ্ঞতা জনাই এই পদক আগবঢ়ালো। আশা কৰোঁ তুমি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিবা।

টাইগাৰ প্ৰবন্ধকাৰ পদকসম্পাদনা কৰক

  টাইগাৰ প্ৰবন্ধকাৰ পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত স্থানীয় ভাষাৰ সমল বৃদ্ধিৰ উদেশ্যেৰে আয়োজিত প্ৰজেক্ট টাইগাৰ ২.০ শীৰ্ষক সম্পাদনা মেলাত আপুনি বাঘৰ দৰে উদ্দ্যমেৰে ৩৯টা প্ৰবন্ধ যোগ দি আগবঢ়োৱা অমূল্য অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয়। আপোনাক জনাব পাই সুখী হৈছোঁ যে প্ৰজেক্ট টাইগাৰ ২.০-ত অসমীয়া ৱিকিপিডিয়া সমাজৰ ১৮জন অংশগ্ৰহণকাৰীয়ে ২০৫টা প্ৰবন্ধ সৃষ্টি কৰি সম্পাদনা মেলাখনক সফল কৰি তোলে। আশা ৰাখিছোঁ আগলৈকে একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 10:56, 21 January 2020 (ইউ.টি.চি.)

ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ বাৰ্ণষ্টাৰসম্পাদনা কৰক

  ৱিকি লাভ্‌ছ ৱুমেন পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আয়োজন কৰা ৱিকি লাভ্‌ছ ৱুমেন দক্ষিণ এছিয়া ২০২০ শীৰ্ষক সম্পাদনা মেলাত আপুনি আগবঢ়োৱা বহুমূলীয়া অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি এই পদক আগবঢ়ালোঁ। আপোনাক জনাব পাই সুখী হৈছোঁ যে এই সম্পাদনা মেলাত আপোনাৰ দৰে ৯ গৰাকী স্বেচ্ছাসেৱী অংশগ্ৰহণকাৰীয়ে ১৩৫টা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ৱিকিপিডিয়া ভঁৰাল টনকিয়াল কৰিলে। আশা ৰাখিছোঁ আগলৈয়ো একেই উৎসাহেৰে আপুনি অসমীয়া ৱিকিপিডিয়াৰ শ্ৰীবৃদ্ধিৰ বাবে কাম কৰি যাব। ধন্যবাদ। --SlowPhoton (talk) 04:42, 3 April 2020 (ইউ.টি.চি.)

অমূল্য অৱদান পদকসম্পাদনা কৰক

  অমূল্য অৱদান পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
মৰমৰ নয়ন,এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে তোমালৈ এই পদকটো আগবঢ়োৱা হ’ল। তোমাৰ এই গতি যাতে সদায়েই অব্যাহত থাকে।

--ঈশান জ্যোতি বৰা (talk) 09:49, 22 April 2020 (ইউ.টি.চি.)

Wiki Loves Women South Asia Barnstar Awardসম্পাদনা কৰক

Greetings!

Thank you for contributing to the Wiki Loves Women South Asia 2020. We are appreciative of your tireless efforts to create articles about Women in Folklore on Wikipedia. We are deeply inspired by your persistent efforts, dedication to bridge the gender and cultural gap on Wikipedia. Your tireless perseverance and love for the movement has brought us one step closer to our quest for attaining equity for underrepresented knowledge in our Wikimedia Projects. We are lucky to have amazing Wikimedians like you in our movement. Please find your Wiki Loves Women South Asia postcard here. Kindly obtain your postcards before 15th July 2020.

Keep shining!

Wiki Loves Women South Asia Team

MediaWiki message delivery (talk) 13:27, 5 July 2020 (ইউ.টি.চি.)

যৌন শিক্ষা পদকসম্পাদনা কৰক

  যৌন শিক্ষা পদক
গুৰুত্বপূৰ্ণ যৌন শিক্ষা বিষয়ৰ ৱিকিসুলভ মানদণ্ডৰে আপোনাৰ দ্বাৰা সম্পাদিত প্ৰবন্ধ সমূহে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ --  অজয়  কথা-বতৰা 07:49, 31 December 2020 (ইউ.টি.চি.)

এই মাহৰ ৱিকিপিডিয়ান: জানুৱাৰী ২০২১সম্পাদনা কৰক

  এই মাহৰ ৱিকিপিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিপিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক "এই মাহৰ ৱিকিপিডিয়ান" সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিপিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

অনামিকা(চুমু) বড়া (talk) 17:52, 31 December 2020 (ইউ.টি.চি.)

মানৱ যৌনতা পদকসম্পাদনা কৰক

  মানৱ যৌনতা পদক
প্ৰিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত মানৱ যৌনতা সম্পৰ্কীয়া কেইবাটাও উচ্চ মানবিশিষ্ট প্ৰবন্ধৰ সংযোজনেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ -𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 08:09, 29 মে' 2021 (ইউ.টি.চি.)