সদস্য বাৰ্তা:Anamika baruah
নমস্কাৰ, Anamika baruah
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
![]() |
--অম্লান বসুমতাৰী
03:43, 12 মাৰ্চ 2012 (UTC)
অন্য সদস্যনামসম্পাদনা কৰক
"সদস্য:অনামিকা" নামৰ একাউণ্টোও আপুনিয়েই খুলিছিল নেকি? -- গীতাৰ্থ বৰদলৈ (talk) 09:50, 12 মাৰ্চ 2012 (UTC)
অভিনন্দন| অসমীয়া ৱিকিপিডিয়াত আপোনাৰ এই প্ৰবন্ধটো পঢ়িলো| অলপ সালসলনি কৰি এটা সুন্দৰ প্ৰবন্ধ হিচাপে গঢ় দিব পাৰিম| এৰ্লবাট আইনষ্টাইনটো আপোনাৰ মোলৈ দিয়া প্ৰবন্ধৰে অলপ উন্নতি কৰিলো| অশেষ ধন্যবাদ| আগলৈও আপোনাৰ সহযোগিতা কামনা কৰিলো| বিষ্ণু শইকীয়া বাৰ্তা 13:10, 12 মাৰ্চ 2012 (UTC)
নতুন প্ৰবন্ধসম্পাদনা কৰক
ৱিকিপিডিয়া:Your first article শিৰোনামা দি আপুনি শ্ৰীনিবাস ৰামানুজনৰ বিষয়ে কথাখিনি কনকসেন ডেকাৰ কিতাপৰ পৰা পোনে পোনে লোৱা হৈছে নেকি বাৰু? -- গীতাৰ্থ বৰদলৈ (talk) 10:11, 17 মাৰ্চ 2012 (UTC)
- বঢ়িয়া| বিষ্ণু শইকীয়া বাৰ্তা 16:20, 20 মাৰ্চ 2012 (UTC)
The Teamwork Barnstarসম্পাদনা কৰক
The Teamwork Barnstar | ||
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। বিষ্ণু শইকীয়াবাৰ্তা 11:32, 12 এপ্ৰিল 2012 (UTC) |
জন গণ মনসম্পাদনা কৰক
প্রবন্ধটো সুন্দৰ হৈছে, আপুনি মুখ্য নে'মস্পেচলৈ ম'ভ কৰি দিয়ক। লগতে প্রবন্ধ প্রতিযোগীতাতো যোগদান কৰক। অৱশ্যে নামটো "ভাৰতৰ ৰাষ্ট্রীয় সংগীত" হোৱাহ'লে ভাল হ'লহেঁতেন বুলি মোৰ ভাৱ হৈছে, কিন্তু আপুনি যি ভাল দেখে কৰক। প্রভাকৰ শৰ্মা নেওগ (talk) 22:17, 23 মে' 2012 (UTC)
বঢ়িয়া !সম্পাদনা কৰক
পলমকৈ হ'লেও আপুনি ৱিকিপিডিয়াৰ প্ৰবন্ধ লিখাত পাকৈত হৈ উঠিছে। আনকো শিকাওক! — গীতাৰ্থ বৰদলৈ (talk) 06:25, 4 জুন 2012 (UTC)
পদকসম্পাদনা কৰক
অক্লান্ত কৰ্মী পদক | ||
শ্রীযুতা অনামিকা বৰুৱা, অসমীয়া ৱিকিপিডিয়াত আপোনাৰ অমূল্য আৰু অবিৰত অৱদানৰ স্বীকৃতি হিচাবে আমাৰ এই সামান্য সন্মান অৰ্ঘ্য প্রদান কৰিলোঁ। — গীতাৰ্থ বৰদলৈ (talk) 17:39, 7 জুন 2012 (UTC) |
ফটোসম্পাদনা কৰক
আকাশীতৰাৰ "নিষিদ্ধ" কিতাপখনৰ বেটুপাতৰ ফটো এখন মোলৈ পঠিয়াবচোন। ফে'চবুকত আপোনালৈ বাৰ্তা দিব পৰা নাই। — গীতাৰ্থ বৰদলৈ (talk) 05:09, 7 জুলাই 2012 (UTC)
অনুবাদক পদকসম্পাদনা কৰক
অনুবাদকৰ পদক | ||
পূৰ্বৰ বহুকেইটা প্ৰবন্ধৰ লগতে শেহতীয়াভাৱে স্বামী নিগমানন্দ প্ৰবন্ধটো অশেষ কষ্ট প্ৰদানেৰে অসমীয়া ভাষালৈ ভাঙনি কৰিছে, আপোনাৰ এই কষ্টৰ সামান্যতম স্বীকৄতি স্বৰূপে এই "অনুবাদক বঁটা" আপোনালৈ আগবঢ়ালো। আশাকৰো অসমীয়া ৱিকিডিয়াত আপোনাৰ বৰঙনি অব্যাহত হৈ ৰ’ব, এই আশাৰেই... অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ.... বিষ্ণু শইকীয়া⇒✉ 18:57, 29 অক্টোবৰ 2012 (UTC) |
আলোচনাসম্পাদনা কৰক
ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া⇒✉ 15:19, 17 নৱেম্বৰ 2012 (UTC)
২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বানসম্পাদনা কৰক
প্ৰিয় Anamika baruah,
২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।
ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।
প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for votersসম্পাদনা কৰক
Greetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:26, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.