Askar Ruqaim
নমস্কাৰ, Askar Ruqaim
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাক আদৰণি জনাইছোঁ! আপোনাৰ আগ্ৰহৰ বাবে ধন্যবাদ। আশা কৰোঁ আপুনি সদায় আমাৰ লগত জড়িত হৈ থাকিব। নৱাগত সকলৰ বাবে তলত দিয়া পৃষ্ঠাকেইখন অতি উপযোগী, অনুগ্ৰহ কৰি পৃষ্ঠাকেইখন এবাৰ চকু ফুৰাই চাই যেন। ৱিকিপিডিয়াত সম্পাদনাৰ সহায়
আশা কৰোঁ ৱিকিপিডিয়াত সম্পাদনা কৰি আৰু এজন ৱিকিপিডিয়ান হোৱাটো উপভোগ কৰিব। |
Askar Ali
সম্পাদনা কৰকনমস্কাৰ, অসমীয়া ৱিকিপিডিয়াৰ মোৰ সদস্যপৃষ্ঠালৈ স্বাগতম । মোৰ নাম আস্কৰ আলী । মোৰ ঘৰ তেজপুৰ জিলাৰ পাঁচমাইলত । বৰ্তমান মই তেজপুৰ মহাবিদ্যালয়ৰ কলা বিভাগৰ ছাত্ৰ। মই মূলতঃ অসমীয়া ৱিকিপিডিয়াত অৱদান আগবঢ়াও।
আস্কৰ আলী ।
নাম আস্কৰ আলী জন্ম দিন ১৯৯৮ ২৬ নবেম্বৰ । জন্ম স্থান তেজপুৰ। তেজুপৰ মহাবিদ্যালয়ৰ কলা বিভাগৰ ছাত্ৰ। মহাবিদ্যালয় - তেজপুৰ মহাবিদ্যালয় যোগাযোগ ই-মেইল askar.geoil@gmail.com
১৯৯৮ চনৰ ২৬ নবেম্বৰ তাৰিখে তেজপুৰত মোৰ জন্ম হৈছিল। তাৰ পিছত মই তেজপুৰৰ দোলাবাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰোঁ। আজৰি সময়ত মই কিতাপ পঢ়ি আৰু গান শুনি আটাইতকৈ বেছি ভাল পাওঁ। সাহিত্য আৰু সৃজনীশীল কলাৰ প্ৰতি শৈশৱৰ পৰায়ে আকৰ্ষিত হৈ আহিছোঁ। আধুনিক বিজ্ঞান আৰু প্ৰযুক্তি, সাহিত্য, সংস্কৃতি, জীৱবিজ্ঞান, ইতিহাস, ধৰ্ম, কলা, সংগীত, যোৰতিৰ্বিজ্ঞান আৰু নৃতত্ত্ব বিজ্ঞানত মোৰ ৰাপ আছে। পৰিয়াল আমাৰ পৰিয়ালত মা, দেউতা ডাঙৰ দুজন ককায়েক মই আৰু মোৰ এজনী ভন্টি আছে। শিক্ষা মই দোলাবাৰী প্ৰথমিক বিদ্যালয়ত প্ৰথমিক শিক্ষা লাভ কৰোঁ। তাৰ পিছত পাচঁমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষা লাভ কৰোঁ। বৰ্তমান মই তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ।
Rhino logo Assam1.png This user comes from Assam.
এই সদস্যজন অসমৰ।
Assamese Jaapi.png “জয় আই অসম”
এই সদস্যজনে নিজকে অসমীয়া বুলি গৰ্ব কৰে।
Wikipedia:Babel
as এই সদস্যজন থলুৱা অসমীয়া ভাষী।
Md Askar Ali (talk) 11:02, 30 November 2016 (ইউ.টি.চি.)
2021 Wikimedia Foundation Board elections: Eligibility requirements for voters
সম্পাদনা কৰকGreetings,
The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.
You can also verify your eligibility using the AccountEligiblity tool.
MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)
Note: You are receiving this message as part of outreach efforts to create awareness among the voters.
বাণ ৰংগমঞ্চ
সম্পাদনা কৰকপোনপ্ৰথমে অসমীয়া ৱিকিপিডিয়া সমৃদ্ধ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। শেহতীয়াকৈ আপুনি বাণ ৰঙ্গমঞ্চ পৃষ্ঠাত কিছু তথ্য সংযোগ কৰা পৰিলক্ষিত হৈছে। কিন্তু আপুনি কোনো সংশোধন নকৰাকৈ পোনে পোনে অতুল চন্দ্ৰ হাজৰিকাৰ বিখ্যাত গ্ৰন্থ 'মঞ্চলেখা' পৰা হুবহু তুলি আনি যোগ কৰিছে। গ্ৰন্থখন বৰ্তমানলৈকে কপিৰাইট মুক্ত নহয়। তদুপৰি ৱিকিত কিবা সংযোগ কৰিলে হুবহু তুলি অনাতকৈ অলপ হাত ফুৰাই, সংশোধন কৰি ব্যৱহাৰ কৰিব লাগে। সেয়ে আপুনি সংযোগ কৰা তথ্যখিনি সদ্যহতে আঁতৰাই দিছোঁ। অনুগ্ৰহ কৰি অলপ সংশোধন কৰি পুনৰ যোগ দিয়ে যেন। শুভেচ্ছাৰে - অজয় কথা-বতৰা 14:17, 6 May 2024 (ইউ.টি.চি.)
প্ৰতিভাবান ন-সম্পাদকৰ পদক
সম্পাদনা কৰকনতুন প্ৰবন্ধ
সম্পাদনা কৰকপোনপ্ৰথমে অসমীয়া ৱিকিপিডিয়া সমৃদ্ধ কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ধন্যবাদ। শেহতীয়াকৈ আপুনি অসমীয়া ৱিকিপিডিয়াত কেইবাটাও নতুন প্ৰবন্ধ সৃষ্টি কৰিছে, তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। কিন্তু আপোনাক জনাব বিচাৰোঁ যে আপুনি সৃষ্টি কৰা প্ৰবন্ধবোৰ অতি চমু তথা অসম্পূৰ্ণ। আমি অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধৰ সংখ্যা বঢ়োৱাতকৈ মানবিশিষ্ট প্ৰবন্ধৰ প্ৰতিহে গুৰুত্ব দিয়া উচিত। সেয়ে আপোনাক এই বাৰ্তাৰ জৰিয়তে প্ৰবন্ধবোৰ কিছু দীঘল (কমেও ৩০০ শব্দ) কৰিবলৈ অনুৰোধ জনালোঁ। দিব্য দত্ত (বাৰ্তা) 14:32, 3 July 2024 (ইউ.টি.চি.)
- ধন্য়বাদ Askar Ali 14:35, 3 July 2024 (ইউ.টি.চি.)