ৱিকিপিডিয়া:অনলাইন ৱিকিসভা/২০২৫
জানুৱাৰী, ২০২৫
সম্পাদনা কৰক- তাৰিখ: ২৯-১২-২০২৪, দেওবাৰ
- সময়ঃ নিশা ০৭:৩০-৯:০০ (ভাৰতীয় সময়)
পুৱা ৭:০০-৮:৩০ (কানাডাৰ মাউণ্টেইন সময়)
পুৱা ৯:০০-১০:৩০ (কানাডাৰ পূব সময়)
পুৱা ৮:০০-১০:০০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)
অংশগ্ৰহণকাৰী
সম্পাদনা কৰক- অনামিকা কথা-বতৰা 16:34, 29 December 2024 (ইউ.টি.চি.)
- Joli Rumi (বাৰ্তা) 13:28, 30 December 2024 (ইউ.টি.চি.)
- Nayan j Nath (বাৰ্তা) 13:30, 30 December 2024 (ইউ.টি.চি.)
- Himashree Borah (বাৰ্তা) 13:31, 30 December 2024 (ইউ.টি.চি.)
- কুমুদ ঘোষ (বাৰ্তা) 13:33, 30 December 2024 (ইউ.টি.চি.)
- Sushmita Lekharu (বাৰ্তা)|
- দিব্য দত্ত (বাৰ্তা) 13:57, 30 December 2024 (ইউ.টি.চি.)
- পৱন বৰ্মন (বাৰ্তা) 14:13, 30 December 2024 (ইউ.টি.চি.)
- - অজয় কথা-বতৰা 14:21, 30 December 2024 (ইউ.টি.চি.)
- Pranamikaadhikary (বাৰ্তা) 14:59, 30 December 2024 (ইউ.টি.চি.)
- Rumi Borah~aswiki (বাৰ্তা) 03:50, 31 December 2024 (ইউ.টি.চি.)
কাৰ্যসূচী
সম্পাদনা কৰক০৭:৩০- আৰম্ভণি আৰু ৱিকি আড্ডা
০৭:৪০ -ৱিকি কুইজ: জলি ৰুমী বৰা
০৭:৫০- ডিচেম্বৰ মাহৰ কামৰ খতিয়ান: নয়ন জ্যোতি নাথ
০৮:০০- ৱিকি এছিয়ান মাহ- ২০২৪ ৰ খতিয়ান: সন্তোষ নটাগৰ (কানাড়া ৱিকি), প্ৰাণজ্যোতি নাথ
০৮:১০- বাংলা উইকি সন্মিলন-২০২৪ ত অংশগ্ৰহণৰ অভিজ্ঞতা: প্ৰণামিকা অধিকাৰী, বাবুল বৈশ্য
০৮:২০- ৱিকি মেণ্টৰশ্বিপ প্ৰকল্পৰ সামগ্ৰিক খতিয়ান: দিব্য দত্ত
০৮:২৫- ৱিকি মেণ্টৰশ্বিপ প্ৰকল্পৰ বিষয়ে মেণ্টৰ আৰু মেণ্টিৰ দুআষাৰ
০৮:৪০- ৱিকিউৎসত স্থানীয় আপল'ড নীতি: গীতাৰ্থ বৰদলৈ
০৮:৫০- ৱিকিসন্মিলন, ২০২৫ ৰ পৰিকল্পনা: নয়ন জ্যোতি নাথ, ঈশান জ্যোতি বৰা
০৮:৫৫- পৰৱৰ্তী পৰিকল্পনা
০৯:০০- সভা ভংগ
প্ৰস্তাৱ
সম্পাদনা কৰকইথাৰপেডৰ লিংক:
সভাৰ ৰেকৰ্ডিং: ইয়াত