AdoroniBot (বাৰ্তা) 09:18, 14 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

প্ৰতিভাবান নবাগত লেখক পদক

সম্পাদনা কৰক
  প্ৰতিভাবান নবাগত লেখক পদক
একাধিক নতুন প্ৰবন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ আপুনি যি অৱদান আগবঢ়াইছে, তাৰ স্বীকৃতি স্বৰূপে আপোনালৈ এই সামান্য পদক আগবঢ়োৱা হ'ল। আশা কৰোঁ, অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিবলৈ আপুনি নিৰন্তৰ সেৱা আগবঢ়াই যাব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিপিডিয়া সমাজ

-Nayan j Nath (বাৰ্তা) 16:10, 28 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক

ধন্যবাদ জনালোঁ৷ অনুপ্ৰাণিত হ্'লোঁ৷ কুমুদ ঘোষ (বাৰ্তা) 12:02, 29 September 2024 (ইউ.টি.চি.)উত্তৰ দিয়ক