ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ ২০১৫

ৱিকিপিডিয়া এছিয়ান মাহ

ৱিকিপিডিয়া এছিয়ান মাহ ২০১৫ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহ জুৰি অনুষ্ঠিতব্য এটি অনলাইন এডিট-এ-থন বিশেষ, যাৰ মাধ্যমত এছিয়াৰ বিভিন্ন ৱিকিপিডিয়া সম্প্ৰদায়সমূহৰ মাজৰ বুজাপৰা বৃদ্ধি পাব। এছিয়াৰ যিকোনো দেশ সম্বন্ধীয় নিৱন্ধৰ সংখ্যা আৰু গুণমান বৃদ্ধি কৰাই হ'ল ইংৰাজী ৱিকিপিডিয়াৰ এই এডিট-এ-থনৰ মূল উদ্দেশ্য।

ৱিকিপিডিয়া এছীয় সম্প্ৰদায়ৰ মাজৰ বন্ধুত্বৰ এজন অংশীদাৰ হিচাপে প্ৰত্যক অংশগ্ৰহণকাৰী, যিয়ে অন্ততঃ পাঁচটি নিৱন্ধ সৃষ্টি কৰিব, তেওঁক অন্য অংশগ্ৰহণকাৰী দেশৰ বাবে এটি ৱিকিপিডিয়া পোষ্টকাৰ্ড উপহাৰ হিচাপে লাভ কৰিব।

প্ৰত্যেক ৱিকিপিডিয়া পৰা সকলোতকৈ অধিক প্ৰবন্ধ লিখা ৱিকিপিডিয়ান জনক "ৱিকিপিডিয়া এছীয় দূত" উপাধিৰে সম্মানিত কৰা হ'ব।

নিয়মাৱলী

  • আপোনাৰ প্ৰবন্ধ ১ নবেম্বৰ, ২০১৫ ০:০০ আৰু ৩০ নবেম্বৰ, ২০১৫ ২৩:৫৯ (ইউ টি চি)ৰ ভিতৰত সৃষ্টি কৰা হ'ব লাগিব (বি. দ্ৰ. পোখালী বহলালে নহ'ব)।
  • প্ৰবন্ধটোৰ দৈৰ্ঘ্য কমেও ৩,৫০০ বাইট আৰু কমেও ৩০০টা শব্দৰ হ'ব লাগিব।
  • প্ৰবন্ধবোৰে প্ৰবন্ধৰ গুৰুত্বপূৰ্ণ বৈশিষ্ট্যসমূহ পূৰণ কৰিব লাগিব।
  • প্ৰবন্ধৰ নিৰ্ভৰযোগ্য তথ্যসূত্ৰ থকা উচিত; সন্দেহজনক বা বিবাদমান উক্তিবোৰ প্ৰবন্ধৰ তথ্যসূত্ৰৰ তালিকাৰ জৰিয়তে পৰীক্ষণ কৰিব পৰা হোৱা উচিত।
  • প্ৰবন্ধটো সম্পূৰ্ণ যান্ত্ৰিক অনুবাদ হ'ব নালাগিব আৰু নিৰ্দিষ্ট ভাষা শৈলী থাকিব লাগিব।
  • প্ৰবন্ধটোত কোনো ধৰণৰ বিবাদ (টেগ) থাকিব নালাগিব।
  • প্ৰবন্ধটো যিকোনো তালিকা হলে নহ'ব।
  • প্ৰবন্ধৰ বিষয় যিকোনো এছিয়াৰ দেশ বা অঞ্চল হ'ব পাৰে।
  • টোকা: অৱশেষত, প্ৰবন্ধটো গ্ৰহণযোগ্য হয়নে নহয় সেইটো স্থানীয় ৱিকিপিডিয়াৰ মানৱ বিচাৰক(সকল)ৰ দ্বাৰা নিৰ্ণয় কৰা হ'ব।

আয়োজকসকল


অংশগ্ৰহণকাৰী সকল

永続繁栄 (আলোচনা বৰঙণি পৰ্যালোচনা):

দিব্য দত্ত (আলোচনা বৰঙণি পৰ্যালোচনা): ইৰাক, বাগদাদ, বেইজিং, বেংকক, হংকং, ইৰাণ, ইজৰাইল, টকিঅ', ডুবাই, মক্কা ভিয়েটনাম, জাকাৰ্টা, তুৰস্ক, ছিউল

Joli (আলোচনা বৰঙণি পৰ্যালোচনা):জেৰুজালেম, প্ৰীতি বৰুৱা কৰাচী

Ram Kinkor Mahanta (আলোচনা বৰঙণি পৰ্যালোচনা):

Bidyut13 (আলোচনা বৰঙণি পৰ্যালোচনা):

Manjil Konwar (আলোচনা বৰঙণি পৰ্যালোচনা):

অজয় দাস (আলোচনা বৰঙণি পৰ্যালোচনা): ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়, ছিংগাপুৰ, ছল্ট ব্ৰুক একাডেমী, কাঠমাণ্ডু, ৰিয়াধ, লাউচ, জন বেৰী হোৱাইট ইষ্টানবুল, মাকাও, কাজাখাস্তান, বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, ডিব্ৰুগড় ৰেল ষ্টেচন, অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়

Anshuman.jrt (আলোচনা বৰঙণি পৰ্যালোচনা): কল্পনা পাটোৱাৰী, ৰঞ্জি ট্ৰফী, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম

আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়

ৱিকিপিডিয়া

সাংগঠনিক সহায়তা