অসমৰ মুখ্যমন্ত্ৰীসকলৰ তালিকা
এইখন তালিকা ভাৰতবৰ্ষৰ অন্তৰ্ভুক্ত ৰাজ্য অসমৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত মুখ্যমন্ত্ৰীসকলৰ কাৰ্যকালৰ আৰম্ভণি, কাৰ্যকাল সমাপ্তি, দলভিত্তিত প্ৰস্তুত কৰি তৈয়াৰ কৰা হৈছে।
মুখ্যমন্ত্ৰীসকল
সম্পাদনা কৰকনং. | নাম | কাৰ্যকাল আৰম্ভ - সমাপ্তি[1] | দল[টোকা 1] | কাৰ্যকাল | ||
---|---|---|---|---|---|---|
১ | গোপীনাথ বৰদলৈ
(১৮৯০-১৯৫০) |
১১ ফেব্ৰুৱাৰী ১৯৪৬ | ৬ আগষ্ট ১৯৫০ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৬৩৮ দিন | |
২ | বিষ্ণুৰাম মেধি
(১৮৮৮-১৯৮১)
|
৯ আগষ্ট ১৯৫০ | ২৭ ডিচেম্বৰ ১৯৫৭ | ১৬৯৮ দিন | ||
৩ | বিমলা প্ৰসাদ চলিহা
(১৯১২-১৯৭১)
|
২৮ ডিচেম্বৰ ১৯৫৭ | ৬ নৱেম্বৰ ১৯৭০ | ৪৬৯৬ দিন | ||
৪ | মহেন্দ্ৰ মোহন চৌধুৰী
(১৯০৮-১৯৮২)
|
১১ নৱেম্বৰ ১৯৭০ | ৩০ জানুৱাৰী ১৯৭২ | ৪৬৬ দিন | ||
৫ | শৰৎ চন্দ্ৰ সিংহ
(১৯১৪-২০০৫)
|
৩১ জানুৱাৰী ১৯৭২ | ১২ মাৰ্চ ১৯৭৮ | ২২৩২ দিন | ||
৬ | গোলাপ বৰবৰা
(১৯২৬-২০০৬)
|
১২ মাৰ্চ ১৯৭৮ | ৪ ছেপ্টেম্বৰ ১৯৭৯ | জনতা পাৰ্টি | ৫৪২ দিন | |
৭ | যোগেন্দ্ৰ নাথ হাজৰিকা
(১৯২৪-১৯৯৮)
|
৯ ছেপ্টেম্বৰ ১৯৭৯ | ১১ ডিচেম্বৰ ১৯৭৯ | ৯৪ দিন | ||
– | খালি[টোকা 2] (ৰাষ্ট্ৰপতিৰ শাসন) |
১২ ডিচেম্বৰ ১৯৭৯ | ৫ ডিচেম্বৰ ১৯৮০ | প্ৰযোজ্য নহয় | ৩৫৯ দিন | |
৮ | চৈয়দা আনোৱাৰা টাইমূৰ
(১৯৩৬-২০২০)
|
৬ ডিচেম্বৰ ১৯৮০ | ৩০ জুন ১৯৮১ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ২০৭ দিন | |
– | খালি[টোকা 2] (ৰাষ্ট্ৰপতিৰ শাসন) |
৩০ জুন ১৯৮১ | ১৩ জানুৱাৰী ১৯৮২ | প্ৰযোজ্য নহয় | ১৯৭ দিন | |
৯ | কেশৱ চন্দ্ৰ গগৈ
(১৯২৫-১৯৯৮)
|
১৩ জানুৱাৰী ১৯৮২ | ১৯ মাৰ্চ ১৯৮২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৬৬ দিন | |
– | খালি[টোকা 2] (ৰাষ্ট্ৰপতিৰ শাসন) |
১৯ মাৰ্চ ১৯৮২ | ২৭ ফেব্ৰুৱাৰী ১৯৮৩ | প্ৰযোজ্য নহয় | ৩৪৫ দিন | |
১০ | হিতেশ্বৰ শইকীয়া
(১৯৩৪-১৯৯৬)
|
২৭ ফেব্ৰুৱাৰী ১৯৮৩ | ২৩ ডিচেম্বৰ ১৯৮৫ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০৩১ দিন | |
১১ | প্ৰফুল্ল কুমাৰ মহন্ত
(১৯৫২-)
|
২৪ ডিচেম্বৰ ১৯৮৫ | ২৮ নৱেম্বৰ ১৯৯০ | অসম গণ পৰিষদ | ১৭৯৯ দিন | |
– | খালি[টোকা 2] (ৰাষ্ট্ৰপতিৰ শাসন) |
২৮ নৱেম্বৰ ১৯৯০ | ৩০ জুন ১৯৯১ | প্ৰযোজ্য নহয় | ২১৪ দিন | |
(১০) | হিতেশ্বৰ শইকীয়া [দ্বিতীয়বাৰ]
(১৯৩৪-১৯৯৬)
|
৩০ জুন ১৯৯১ | ২২ এপ্ৰিল ১৯৯৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৭৫৭ দিন [মুঠ ২৭৮৮ দিন] | |
১২ | ভূমিধৰ বৰ্মন
(১৯৩১-২০২১)
|
২২ এপ্ৰিল ১৯৯৬ | ১৪ মে' ১৯৯৬ | ২৩ দিন | ||
(১১) | প্ৰফুল্ল কুমাৰ মহন্ত [দ্বিতীয়বাৰ]
(১৯৫২-)
|
১৫ মে' ১৯৯৬ | ১৭ মে' ২০০১ | অসম গণ পৰিষদ | ১৮২৯ দিন [মুঠ ৩৬২৮ দিন] | |
১৩ | তৰুণ গগৈ
(১৯৩৬-২০২০)
|
১৭ মে' ২০০১ | ২৪ মে' ২০১৬ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫৪৮৫ দিন | |
১৪ | সৰ্বানন্দ সোণোৱাল
(১৯৬২-)
|
২৪ মে' ২০১৬ | ১০ মে' ২০২১ | ভাৰতীয় জনতা পাৰ্টি | ১৮১২ দিন | |
১৫ | হিমন্ত বিশ্ব শৰ্মা
(১৯৬৯-)
|
১০ মে' ২০২১ | বৰ্তমান | ভাৰতীয় জনতা পাৰ্টি | ১২৭০ দিন |
Timeline
সম্পাদনা কৰকটোকা
সম্পাদনা কৰক- ↑ This column only names the chief minister's party. The state government he heads may be a complex coalition of several parties and independents; these are not listed here.
- ↑ 2.0 2.1 2.2 2.3 When President's rule is in force in a state, its council of ministers stands dissolved. The office of chief minister thus lies vacant. At times, the legislative assembly also stands dissolved.[2]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ Chief Ministers Archived 16 January 2014 at the Wayback Machine from the Assam Assembly website
- ↑ Amberish K. Diwanji. "A dummy's guide to President's rule". Rediff.com. 15 March 2005. Retrieved on 3 March 2013.