ক্ষ
ক্ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ অন্তৰ্ভুক্ত আখৰ যদিও ই স্বতন্ত্ৰ বৰ্ণ নহয়। ই এটা যুক্ত বৰ্ণ হে। ক্ + ষ = ক্ষ।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ক্ষ'ৰ লগত যোগ হ'লে |
---|---|
অ | ক্ষ |
আ | ক্ষা |
ই | ক্ষি |
ঈ | ক্ষী |
উ | ক্ষু |
ঊ | ক্ষূ |
ঋ | ক্ষৃ |
এ | ক্ষে |
ঐ | ক্ষৈ |
ও | ক্ষো |
ঔ | ক্ষৌ |
যুক্তবৰ্ণ (ক্ষ যোগ)
সম্পাদনা কৰকক্ + ষ্ + ম = ক্ষ্ম = সুক্ষ্ম
ক্ + ষ্ + য = ক্ষ্য = লক্ষ্য
'ক্ষ'ৰে আৰম্ভ শব্দ
সম্পাদনা কৰক- ক্ষমা
- ক্ষতি
- ক্ষত্ৰিয়
- ক্ষুধা
- ক্ষণ আদি।