অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দশম আখৰ

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দশম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1]

স্বৰবৰ্ণৰ লগত যোগ হ'লে

সম্পাদনা কৰক
স্বৰবৰ্ণ 'ঞ'ৰ লগত যোগ হ'লে
ঞা
ঞি
ঞী
ঞু
ঞূ
ঞৃ
ঞে
ঞৈ
ঞো
ঞৌ

যুক্তবৰ্ণ (ঞ যোগ)

সম্পাদনা কৰক

ঞ্ + চ = ঞ্চ = অঞ্চল
ঞ্ + ছ = ঞ্ছ = বাঞ্ছা
ঞ্ + জ = ঞ্জ = আঞ্জা
ঞ্ + ঝ = ঞ্ঝ = ঝঞ্ঝা

'ঞ'ৰে আৰম্ভ শব্দৰ উদাহৰণ

সম্পাদনা কৰক
  • জিঞা
  • ঝিঞা
  • চিঞা
  • মিঞা
  • চিঞৰ
  • মঞি

তথ্যসংগ্ৰহ

সম্পাদনা কৰক
  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ