ঠ
অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দ্বাদশ আখৰ
ঠ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দ্বাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ঠ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঠ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ঠ'ৰ লগত যোগ হ'লে |
---|---|
অ | ঠ |
আ | ঠা |
ই | ঠি |
ঈ | ঠী |
উ | ঠু |
ঊ | ঠূ |
ঋ | ঠৃ |
এ | ঠে |
ঐ | ঠৈ |
ও | ঠো |
ঔ | ঠৌ |
যুক্তবৰ্ণ (ঠ যোগ)
সম্পাদনা কৰকঠ + য = ঠ্য = পাঠ্য
'ঠ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
সম্পাদনা কৰক- ঠগা
- ঠগন
- ঠগ
- ঠটমট
- ঠঙনা
- ঠিকনা
- ঠিক
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ