অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দ্বাদশ আখৰ

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ দ্বাদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ঠ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঠ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ঠ'ৰ লগত যোগ হ'লে
ঠা
ঠি
ঠী
ঠু
ঠূ
ঠৃ
ঠে
ঠৈ
ঠো
ঠৌ

যুক্তবৰ্ণ (ঠ যোগ) সম্পাদনা কৰক

ঠ + য = ঠ্য = পাঠ্য

'ঠ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • ঠগা
  • ঠগন
  • ঠগ
  • ঠটমট
  • ঠঙনা
  • ঠিকনা
  • ঠিক
আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ