অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ পঞ্চদশ আখৰ

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ পঞ্চদশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ণ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ণ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ণ'ৰ লগত যোগ হ'লে
ণা
ণি
ণী
ণু
ণূ
ণৃ
ণে
ণৈ
ণো
ণৌ

যুক্তবৰ্ণ (ণ যোগ) সম্পাদনা কৰক

ণ্‌ + ট = ণ্ট = কণ্টক
ণ্‌ + ঠ = ণ্ঠ = কণ্ঠ
ণ্‌ + ড = ণ্ড = মণ্ডল
ণ্‌ + য় = ণ্য = অৰণ্য

'ণ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

'ণ'যুক্ত শব্দ সম্পাদনা কৰক

  • কাণ
  • কণ
  • কণা
  • কণমানি আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ