ত
ত অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ত'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ত' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ত'ৰ লগত যোগ হ'লে |
---|---|
অ | ত |
আ | তা |
ই | তি |
ঈ | তী |
উ | তু |
ঊ | তূ |
ঋ | তৃ |
এ | তে |
ঐ | তৈ |
ও | তো |
ঔ | তৌ |
যুক্তবৰ্ণ (ত যোগ)
সম্পাদনা কৰকত্ + ত = ত্ত = বৃত্ত
ত্ + থ = ত্থ = উত্থান
ত্ + ন = ত্ন = ৰত্ন
ত্ + ব = ত্ব = তত্ব
ত্ + ম = ত্ম = আত্মা
ত্ + য = ত্য = সত্য
ত্ + ৰ = ত্ৰ = মিত্ৰ
ত্ + ৰ + উ = ত্ৰু = শত্ৰু
'ত'ৰে আৰম্ভ শব্দৰ উদাহৰণ
সম্পাদনা কৰকতথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ