অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২২ নং আখৰ

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২২ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ফ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ফ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

সম্পাদনা কৰক
স্বৰবৰ্ণ 'ফ'ৰ লগত যোগ হ'লে
ফা
ফি
ফী
ফু
ফূ
ফৃ
ফে
ফৈ
ফো
ফৌ

যুক্তবৰ্ণ (ফ যোগ)

সম্পাদনা কৰক

ফ + ৰ = ফ্ৰ = ফ্ৰান্স

'ফ'ৰে আৰম্ভ শব্দ

সম্পাদনা কৰক
  • ফলক
  • ফণি
  • ফৰিং
  • ফচল
  • ফাঁকি
  • ফল
  • ফাগুন
  • ফলক
  • ফকীৰ
  • ফলি

তথ্যসংগ্ৰহ

সম্পাদনা কৰক
  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ