অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩১ নং আখৰ

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩১ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ষ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ষ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ষ'ৰ লগত যোগ হ'লে
ষা
ষি
ষী
ষু
ষূ
ষৃ
ষে
ষৈ
ষো
ষৌ

যুক্তবৰ্ণ (ষ যোগ) সম্পাদনা কৰক

ষ্ + ক = ষ্ক = শুষ্ক
ষ্ + ট = ষ্ট = কষ্ট
ষ্ + ঠ = ষ্ঠ = ওঁষ্ঠ
ষ্ + ণ = ষ্ণ = উষ্ণতা
ষ্ + প = ষ্প = পুষ্প
ষ্ + ফ = ষ্ফ = নিষ্ফল
ষ্ + ম = ষ্ম = উষ্ম
ষ্ + য় = ষ্য = বিশেষ্য

'ষ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • ষটপদ
  • ষট্‌ত্ৰিংশ
  • ষষ্ঠ
  • ষণ্ড
  • ষষ্ঠিক আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ