হ
অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৩ নং আখৰ
হ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'হ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'হ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'হ'ৰ লগত যোগ হ'লে |
---|---|
অ | হ |
আ | হা |
ই | হি |
ঈ | হী |
উ | হু/হু |
ঊ | হূ |
ঋ | হৃ/হৃ |
এ | হে |
ঐ | হৈ |
ও | হো |
ঔ | হৌ |
যুক্তবৰ্ণ (হ যোগ)
সম্পাদনা কৰকহ + ণ = হ্ণ = মধ্যাহ্ণ
হ + ন = হ্ন = প্ৰাহ্ণ/চিহ্ন
হ + ব = হ্ব = জিহ্বা
হ + ম = হ্ম = ব্ৰহ্মপুত্ৰ
হ + য = হ্য = সহ্য
হ + ৰ = হ্ৰ = হ্ৰদ/হ্ৰাস
হ + ল = হ্ল = প্ৰহ্লাদ
'হ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
সম্পাদনা কৰক- হাতী
- হনুমান
- হলৌ বান্দৰ
- হাত
- হাবি
- হৰি
- হাঁহ
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ