অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৩ নং আখৰ

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩৩ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'হ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'হ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'হ'ৰ লগত যোগ হ'লে
হা
হি
হী
হ‌ু/হু
হূ
হ‌ৃ/হৃ
হে
হৈ
হো
হৌ

যুক্তবৰ্ণ (হ যোগ) সম্পাদনা কৰক

হ + ণ = হ্ণ = মধ্যাহ্ণ
হ + ন = হ্ন = প্ৰাহ্ণ/চিহ্ন
হ + ব = হ্ব = জিহ্বা
হ + ম = হ্ম = ব্ৰহ্মপুত্ৰ
হ + য = হ্য = সহ্য
হ + ৰ = হ্ৰ = হ্ৰদ/হ্ৰাস
হ + ল = হ্ল = প্ৰহ্লাদ

'হ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • হাত
  • হাতী
  • হলৌ
  • হৰি
  • হাঁহ
  • হনুমান
  • হলৌ বান্দৰ

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ