অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ৰ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ৰ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ৰ'ৰ লগত যোগ হ'লে
ৰা
ৰি
ৰী
ৰ‌ু/ৰু
ৰ‌ূ/ৰূ
ৰৃ
ৰে
ৰৈ
ৰো
ৰৌ

যুক্তবৰ্ণ (ৰ যোগ) সম্পাদনা কৰক

'ৰ'ৰ লগত আন বৰ্ণ যুক্ত হ'লে 'ৰ' লুপ্ত হৈ পিছৰ বৰ্ণটোৰ ওপৰত ৰেফ ব্যৱহৃত হয়। যেনে -
ৰ্ + ক = ৰ্ক = তৰ্ক
ৰ্ + খ = ৰ্খ = মূৰ্খ
ৰ্ + গ = ৰ্গ = স্বৰ্গ ইত্যাদি

'ৰ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • ৰথ
  • ৰং
  • ৰৌ
  • ৰজা
  • ৰাজন
  • ৰঞ্জন
  • ৰোমান্টিক
  • ৰবাব
  • ৰাজ্য
  • ৰঞ্জিত
  • ৰক্তিম
  • ৰক্ষা
  • ৰণাঙ্গন
  • ৰ'দ
  • ৰক্তচাপ
  • ৰুটি
  • ৰাণী আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ