অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1]

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ৱ'ৰ লগত যোগ হ'লে
ৱা
ৱি
ৱী
ৱু
ৱূ
ৱৃ
ৱে
ৱৈ
ৱো
ৱৌ

'ৱ'যুক্ত শব্দ সম্পাদনা কৰক

  • কৱচ
  • কৱৰী
  • কাৱৈ
  • কেৱল
  • গাঁৱলীয়া আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ