ৱ
ৱ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৯ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1]
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ৱ'ৰ লগত যোগ হ'লে |
---|---|
অ | ৱ |
আ | ৱা |
ই | ৱি |
ঈ | ৱী |
উ | ৱু |
ঊ | ৱূ |
ঋ | ৱৃ |
এ | ৱে |
ঐ | ৱৈ |
ও | ৱো |
ঔ | ৱৌ |
'ৱ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
সম্পাদনা কৰক- ৱিকিপিডিয়া
- ৱেবছাইট
- ৱাল্ট
- ৱাহিদা
- ৱাশ্বিংটন
'ৱ'যুক্ত শব্দ
সম্পাদনা কৰক- কৱচ
- কাৱৈ
- কুঁৱৰী
- কেৱল
- গাঁৱলীয়া
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ