ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ উপলক্ষে অসমীয়া ৱিকিপিডিয়া কৰ্মশালা, ২০২৪

ৱিকিপিডিয়া এছিয়ান মাহ উপলক্ষে অসমীয়া ৱিকিপিডিয়া কৰ্মশালা, ২০২৪

২০২৪ চনৰ ডিচেম্বৰ মাহত ৱিকিপিডিয়া এছিয়ান মাহ উপলক্ষে আয়োজিত অসমীয়া ৱিকিপিডিয়া কৰ্মশালাৰ বেনাৰ
আৰম্ভ পুৱা ১০ বজা, ১৯ ডিচেম্বৰ ২০২৪ (2024-12-19)
শেষ দুপৰীয়া ১২ বজা, ১৯ ডিচেম্বৰ ২০২৪ (2024-12-19)
ঠাই আনুষ্ঠানিক/অফলাইন
প্ৰকাৰ উৎসৱ

ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪ উপলক্ষে যোৰহাটৰ নকছাৰি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত যোৱা ১৯ ডিচেম্বৰ তাৰিখে এখন অসমীয়া ৱিকিপিডিয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনৰ উদ্দেশ্য আছিল ২০১৫ চনৰপৰা ৱিকিপিডিয়াৰ এছিয়ান সম্প্ৰদায়সমূহৰ মাজত ভাতৃত্বৰ এনাজৰীডাল নিকপকপীয়া কৰিবলৈ অনুষ্ঠিত হৈ থকা ৱিকিপিডিয়া এছিয়ান মাহৰ প্ৰচাৰ, প্ৰসাৰ আৰু অসমীয়া ৱিকিপিডিয়া বিষয়ক সজাগতা সৃষ্টি কৰা। এই কৰ্মশালাখনত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ উত্তম বৰুৱা, শি‍ক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক কুমুদ ঘোষ, কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ৫০ গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থাকে।

অধ্যক্ষ উত্তম বৰুৱাই তেখেতৰ আদৰণি ভাষণত ৱিকিপিডিয়া এছিয়ান মাহনো কি এই বিষয়ে এক সম্যক ধাৰণা আগবঢ়ায়। ১৯ ডিচেম্বৰ তাৰিখৰ পুৱা ১০ বজাৰপৰা আৰম্ভ হৈ দুপৰীয়া ১২ বজাত শেষ হোৱা এই কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক ৱিকিপিডিয়া এছিয়ান মাহলৈ কেনেকৈ অৱদান আগবঢ়াব সেয়া অৱগত কৰোৱাৰ লগতে অসমীয়া ৱিকিমিডিয়াৰ ভগ্নী প্ৰকল্পসমূহ যেনে, ৱিকিউৎস, ৱিকিকমন্স, ৱিকিউদ্ধৃতি, ৱিকিডাটা আদিৰ বিষয়ে সম্যক ধাৰণা প্ৰদান কৰা হয় আৰু লগতে অসমীয়া ৱিকিমিডিয়াৰ একোগৰাকী সদস্য হোৱাতে ক্ষান্ত নাথাকি ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ অৱদান আগবঢ়াবলৈ উদগনি যোগোৱা হয়।

আয়োজক আৰু সমল ব্যক্তি

সম্পাদনা কৰক

প্ৰাণজ্যোতি নাথ আৰু কুমুদ ঘোষ

অনুষ্ঠানত উপস্থিত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধ্যাপক-অধ্যাপিকাসকল

সম্পাদনা কৰক
  1. উত্তম বৰুৱা
  2. অমিয়া শইকীয়া
  3. প্ৰতিমা শইকীয়া
  4. মামনি গগৈ
  5. কুমুদ ঘোষ
  6. দিনমণি গগৈ
  7. অৰ্চনা হাজৰিকা
  8. গীতাঞ্জলি বৰা
  9. জয়ন্ত চুতীয়া
  10. প্ৰণীতা শইকীয়া

অংশগ্ৰহণকাৰীসকল

সম্পাদনা কৰক
সংখ্যা নাম সদস্য নাম
মহিমা ডৰা Miss Mohima Dora
প্ৰীতি কয়া Miss Preety koya
নমিনা মুৰ্মু Miss Nomina murmu
চুমি গোহাঁই Sumi Gohain
ৰিমঝিম গগৈ Rimjim Gogoi 18
পৰিবুল বৰুৱা Pori Baruah
বনিতা নায়ক BONITA NAYAK15
পূৰ্ণিমা বৰুৱা PurnimaBaruah
প্ৰিয়া ঘোষ প্ৰিয়া
১০ চুইতি গগৈ চুইতি
১১ বৰ্ষা গগৈ Barkha gogoi
১২ নুপুৰ হাজৰিকা
১৩ জয়শ্ৰী গগৈ Joyshri gogoi
১৪ বিষ্ণু নায়ক বিষ্ণু নায়ক
১৫ অবিনাশ কালন্দী অবিনাশ কালন্দী
১৬ আকাশ কালান্দি Akash kalandi
১৭ ঘনশ্যাম কুমাৰ Ghanashyam kumar
১৮ মানস প্ৰতীম বৰা
১৯ কাব্যজ্যোতি গগৈ
২০ হিমাংশু বৰুৱা
২১ অভিনৱ দত্ত
২২ প্ৰিয়াংশু গগৈ
২৩ অংকুৰণ হাজৰিকা
২৪ জিণ্টি গগৈ
২৫ জুচী বৰুৱা
২৬ গায়ত্ৰী গগৈ
২৭ প্ৰিয়ংকা হেণ্ডিক
২৮ তৃষ্ণা চক্ৰৱৰ্তী
২৯ খুচবুন খাতুন
৩০ মমতা কুমাৰী
৩১ দিয়া বৰুৱা
৩২ ৰিবিকা তাঁতী
৩৩ মনিতা মুণ্ডা
৩৪ মন্দিৰা কৰ্মকাৰ
৩৫ ৰাণু মাহাতু
৩৬ কৃষ্ণামণি ভূমিজ
৩৭ গীতাঞ্জলি বৰা
৩৮ আৰহানা হাজৰিকা
৩৯ প্ৰণৱ গগৈ
৪০ বিন্দিয়া গগৈ
৪১ ৰাণী গগৈ
৪২ অৰ্পনা গগৈ অৰ্পনা গগৈ

আলোকচিত্ৰ

সম্পাদনা কৰক