ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮ খন ৰাজ্য আৰু ৮ খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে[1]। তলৰ উল্লিখিত তালিকা্খনত ৰাজ্য অথবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিপৰীতে বিতং বিৱৰণ সন্নিবিষ্ট কৰা হ’ল।

চিহ্নসমূহ

সম্পাদনা কৰক
চিহ্ন অৰ্থ
ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল ৰাজ্য অথবা কেন্দ্ৰীয়শাসিত অঞ্চলৰ নাম
প্ৰতিষ্ঠা কৰা বৰ্ষ যি বৰ্ষত ৰাজ্য/কেন্দ্ৰীয়শাসিত অঞ্চল সৃষ্টি হৈছিল
  কেন্দ্ৰীয়শাসিত অঞ্চল প্ৰদৰ্শন
S গ্ৰীষ্ম কালীন
W শীত কালীন
B বাজেট কালীন অধিবেশন
নং. ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনিক ৰাজধানী ৰাজনৈতিক ৰাজধানী ন্যায়িক ৰাজধানী প্ৰতিষ্ঠা কৰা বৰ্ষ পূৰ্বৰ ৰাজধানী
আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ   পৰ্ট ব্লেয়াৰ পৰ্ট ব্লেয়াৰ কলকাতা ১৯৫৬ কলকাতা (১৯৪৫–১৯৫৬)
অন্ধ্ৰ প্ৰদেশ হায়দৰাবাদ হায়দৰাবাদ হায়দ্ৰাবাদ (হায়দ্ৰাবাদ ৰাজ্য),
কুৰনুল (অন্ধ্ৰ ৰাজ্য)[টোকা 1]
১৯৫৬
অৰুণাচল প্ৰদেশ ইটানগৰ ইটানগৰ গুৱাহাটী ১৯৮৭
অসম দিশপুৰ গুৱাহাটী গুৱাহাটী ১৯৭৫ শ্বিলং[টোকা 2] (১৮৭৪–১৯৭২)
বিহাৰ পাটনা পাটনা পাটনা ১৯৩৫
চণ্ডীগড়   চণ্ডীগড়[টোকা 3]  — চণ্ডীগড় ১৯৬৬  —
ছত্তীচগড় ৰায়পুৰ ৰায়পুৰ বিলাসপুৰ ২০০০  —
দাদৰা আৰু নগৰ হাৱেলী   চিলভাছা  — মুম্বাই ১৯৪৪ মুম্বাই (১৯৫৪–১৯৬১)
পানাজী (১৯৬১–১৯৮৭)
দমন আৰু দিউ   দমন  — ১৯৮৭ আহমেদাবাদ (১৯৬১–১৯৬৩)
পানাজী (১৯৬৩–১৯৮৭)
১০ কেন্দ্ৰীয় শাসিত দিল্লীৰ ৰাজধানী অঞ্চল   দিল্লী দিল্লী দিল্লী ১৯৫২  —
১১ গোৱা পানাজী[টোকা 4] পৰ্ভৰিম মুম্বাই ১৯৬১ পানাজী (১৯৬১–১৯৮৭)
১২ গুজৰাট গান্ধীনগৰ গান্ধীনগৰ আহমেদাবাদ ১৯৬০ আহমেদাবাদ (১৯৬০–১৯৭০)
১৩ হাৰিয়ানা চণ্ডীগড় চণ্ডীগড় চণ্ডীগড় ১৯৬৬  —
১৪ হিমাচল প্ৰদেশ ছিমলা ছিমলা ছিমলা ১৯৭১ বিলাসপুৰ (১৯৫০–১৯৫৬)
১৫ জম্মু আৰু কাশ্মীৰ শ্ৰীনগৰ (S)
জম্মু (W)
শ্ৰীনগৰ (S)
জম্মু (W)
১৯৪৮  —
১৬ ঝাৰখণ্ড ৰাঁছী ৰাঁছী ৰাঁছী ২০০০ পাটনা
১৭ কৰ্ণাটক[টোকা 5] বাংগালুৰু বাংগালুৰু বাংগালুৰু ১৯৫৬
১৮ কেৰালা তিৰুভন্থাপুৰম তিৰুভন্থাপুৰম কঁচি ১৯৫৬
১৯ লাক্ষাদ্বীপ   কভাৰাত্তি কভাৰাত্তি কঁচি
২০ মধ্য প্ৰদেশ ভোপাল ভোপাল জবলপুৰ ১৯৫৬ নাগপুৰ[টোকা 6] (১৮৬১–১৯৫৬)
২১ মহাৰাষ্ট্ৰ মুম্বাই[টোকা 7]
নাগপুৰ (W/2nd)[টোকা 8]
মুম্বাই (S+B)
নাগপুৰ (W)[টোকা 9]
মুম্বাই ১৮১৮
১৯৬০
 —
২২ মণিপুৰ ইম্ফাল ইম্ফাল গুৱাহাটী ১৯৪৭  —
২৩ মেঘালয় শ্বিলং শ্বিলং গুৱাহাটী ১৯৭০  —
২৪ মিজোৰাম আইজল আইজল গুৱাহাটী ১৯৭২  —
২৫ নাগালেণ্ড কহিমা কহিমা গুৱাহাটী ১৯৬৩  —
২৬ উৰিষ্যা ভূবনেশ্বৰ ভূবনেশ্বৰ কটক ১৯৪৮ কটক (১৯৩৬–১৯৪৮)
২৭ পণ্ডিছেৰী   পণ্ডিছেৰী পণ্ডিছেৰী চেনাই ১৯৫৪ মাদ্ৰাছ (১৯৪৮–১৯৫৪)
২৮ পঞ্জাব চণ্ডীগড় চণ্ডীগড় চণ্ডীগড় ১৯৬৬ লাহোৰ[টোকা 10] (১৯৩৬–১৯৪৭)
ছিমলা (১৯৪৭–১৯৬৬)
২৯ ৰাজস্থান জয়পুৰ জয়পুৰ যোধপুৰ ১৯৪৮  —
৩০ ছিক্কিম গেংটক[টোকা 11] গেংটক গেংটক ১৯৭৫  —
৩১ তামিল নাডু চেনাই[টোকা 12] চেনাই চেনাই ১৬৮৮  —
৩২ ত্ৰিপুৰা আগৰতলা আগৰতলা গুৱাহাটী ১৯৫৬  —
৩৩ উত্তৰ প্ৰদেশ লক্ষ্ণৌ লক্ষ্ণৌ এলাহাবাদ ১৯৩৭  —
৩৪ উত্তৰাখণ্ড দেৰাডুন[টোকা 13] দেৰাডুন নাইনিতাল ২০০০  —
৩৫ পশ্চিম বংগ কলকাতা কলকাতা কলকাতা ১৯৪৭  —
  1. অন্ধ্ৰ প্ৰদেশৰ গঠন অন্ধ্ৰ ৰাজ্য আৰু হায়দ্ৰাবাদ ৰাজ্য সংযুক্ত হোৱাৰ ফলত হৈছিল। [2]
  2. ১৯৭১ চনলৈকে ছিলং, অসম আৰু মেঘালয়ৰ সংযুক্ত ৰাজধানী আছিল। [3]
  3. চণ্ডীগড়, পঞ্জাব আৰু হাৰিয়ানা ৰাজ্যৰ ৰাজধানী আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চল, দুখন ৰাজ্যৰ পৰা পৃথক হোৱাৰ পাছত। [4]
  4. ১৮৪৩ চনলৈ পৰ্টূগীজসকলে শাসন কৰা সময়ত পানাজী গোৱাৰ ৰাজধানী আছিল। [5]
  5. মহীসূৰ সাম্ৰাজ্য, মাদ্ৰাছ প্ৰেছিডেন্সীৰ কানাড়া ভাষা ব্যৱহৃত অঞ্চলৰ পৰা পৃথক হৈ ১৯৫৬ চনত মহিশূৰ ৰাজ্য গঠন হয় আৰু মহিশূৰ ৰাজ্য ১৯৭৩ চনত পুনৰ নামকৰণ কৰ্ণাটক নামলৈ পৰিৱৰ্তন হয়। [6]
  6. নাগপুৰ ৰাজধানী কেন্দ্ৰীয় প্ৰান্ত আৰু বেৰাৰৰ ৰাজধানী আছিল যিখন ১৮৬১ চনৰ পৰা ১৯৫০ চনলৈকে এখন ৰাজ্য আছিল। [7] ১৯৫০ চনৰ আগলৈকে নাগপুৰ ৰাজধানী গঠন হোৱাৰ পাছত মধ্য প্ৰদেশৰ ৰাজধানী নতুন ৰাজ্য হিচাপে থাকে[7][8]। ১৯৫৬ চনত বেৰাৰ (বিদৰ্ভ) মধ্যপ্ৰদেশৰ পৰা আঁতৰাই দিয়া হয়, আৰু বম্বে ৰাজ্যৰ সৈতে একত্ৰিত কৰা হয়। নাগপুৰে এনেদৰে ৰাজধানী চহৰৰ খিতাপ হেৰুৱালে। ১৯৬০ চনত "নাগপুৰ চুক্তি" অনুসৰি, নাগপুৰ মহাৰাষ্ট্ৰৰ দ্বিতীয়খন ৰাজধানী হৈ পৰিল। [9]
  7. ১৯৫০ চনলৈকে মুম্বাই/ বম্বে, "বম্বে প্ৰেছিডেন্সী"ৰ ৰাজধানী আছিল। তাৰপাছত বম্বে, বম্বে ৰাজ্যৰ ৰাজধানী হৈ পৰে। সমসাময়িকভাৱে, ১৯৬০ চনত বম্বে ৰাজ্য গুজৰাট আৰু মহাৰাষ্ট্ৰ হিচাপে বিভাজন হয়।
  8. ১৯৬০চনত, নাগপুৰ চুক্তিৰ আধাৰত, নাগপুৰ ৰাজধানী মহাৰাষ্ট্ৰৰ দ্বিতীয়খন ৰাজধানীলৈ ৰূপান্তৰিত হয়। [9] যদিওবা এই সংক্ৰান্তত চৰকাৰী জাননী ১৯৮৮ চনতে দিয়া গৈছিল "India yearbook of the government of India" ত নাগপুৰৰ নাম উল্লেখ কৰা নাছিল, যে নাগপুৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ গ্ৰীষ্মকালীন ৰাজধানী
  9. "নাগপুৰ চুক্তি"ৰ অধীনত, বিদৰ্ভত অন্তৰ্ভুক্ত হ’বৰ বাবে এটা প্ৰাকচুক্তি আছিল যে মহাৰাষ্ট্ৰ ৰাজ্যৰ ন্যূনতম এটা বিধায়নী অধিবেশন প্ৰতি বৰ্ষতে নাগপুৰত অনুষ্ঠিত হ’ব। গ্ৰীষ্মকালীন অধিবেশন সেয়ে নাগপুৰত অনুষ্ঠিত হয়। [10]
  10. ১৯৩৬ চনত লাহোৰ ব্ৰিটিছ শাসনাধীন ভাৰতৰ পঞ্জাব ৰাজধানী আছিল[11]। বৰ্তমান এইখন পাকিস্থানৰ অন্তৰ্গত।
  11. ১৮৯০ চনৰ আগলৈকে গেংটক ছিক্কিমৰ ৰাজধানী আছিল। ছিক্কিম ভাৰতীয় সংঘত ১৯৭৫ চনত যোগদান কৰিছিল। [12]
  12. ১৮৩৯ চনৰ আগতে চেন্নাই (মাদ্ৰাছ) মাদ্ৰাছ প্ৰেছিডেন্সীৰ ৰাজধানী আছিল, যিখন ১৯৫৬ চনত মাদ্ৰাছ ৰাজ্য হয়। ১৯৬৮ চনত মাদ্ৰাছ ৰাজ্য পুনৰ নামকৰণ কৰি তামিল নাডু কৰা হয়।
  13. ডেৰাডুন উত্তৰাঞ্চল ৰাজধানী আৰু গেইৰচেন চহৰক ৰাজ্যৰ নতুন ৰাজধানী হিচাপে নিৰ্মাণ কৰি থকা হৈছে। [13]
  1. Library of Congress 2004.
  2. অন্ধ্ৰপ্ৰদেশ চৰকাৰ.
  3. Baruah 1999, পৃষ্ঠা. xiii.
  4. Menon & Banerjea 2002, পৃষ্ঠা. 5.
  5. Ring 1996, পৃষ্ঠা. 288.
  6. Mathew 1995, পৃষ্ঠা. 95–96.
  7. 7.0 7.1 Boland-Crewe & Lea 2002, পৃষ্ঠা. 155.
  8. Kumāra 1998, পৃষ্ঠা. 136.
  9. 9.0 9.1 Kini 1974, পৃষ্ঠা. 34–35.
  10. Khandewale 1989, পৃষ্ঠা. 21.
  11. Kippen 2006, পৃষ্ঠা. 26.
  12. Spate 1953, পৃষ্ঠা. 200.
  13. Sati & Kumar 2004, পৃষ্ঠা. 9–10.

তথ্য সংগ্ৰহ

সম্পাদনা কৰক

লগতে চাওক

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক