অসমৰ ৰাজনীতি
এইটো এটা অনূদিত বা অনুবাদ চলি থকা প্ৰবন্ধ। ইয়াৰ তাৎপৰ্য্য কেইবাটাও হ'ব পাৰে। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
ওপৰত দিয়াৰ দৰে বিভিন্ন কাৰণত অনুবাদ প্ৰবন্ধ এটা দেখাত আপচু বা চুটি দেখা যাব পাৰে। লগতে প্ৰবন্ধত সম্পূৰ্ণ তথ্য নাথাকিবও পাৰে। আধৰুৱা তথ্য ক্ষতিকাৰক হ'ব পাৰে। সেয়ে এনে প্ৰবন্ধ পঢ়োঁতে পঢ়ুৱৈক নিজৰ বিবেক ব্যৱহাৰ কৰি প্ৰয়োজন হ'লে আমাৰ ৱিকিপিডিয়াতে ক্ষান্ত নাথাকি মূল প্ৰবন্ধটোও বিচাৰি পঢ়ি ল'বলৈ অনুৰোধ কৰা হ'ল। লগতে অনুবাদকসকলকো সাবধান হ'বলৈ অনুৰোধ কৰা হ'ল। |
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
The political structure of Assam in India is headed by the ceremonial post of the Governor. He is assisted by a council of ministers, headed by the Chief Minister, who are members of the Assam Assembly. In recent years the Governor has become more powerful, especially because the last two Governors have been ex-Army generals and the Army is entrusted with anti-insurgency operations against ULFA and other armed groups.
The Assam legislative structure is unicameral and consists of the 126-member Assam Assembly. Members are elected for a period of 5 years. The Assam Assembly is presided over by the Speaker, who is generally a member of the ruling party.
ৰাজ্য চৰকাৰ
সম্পাদনা কৰকলোকসভা
সম্পাদনা কৰক
Assam sends 14 Member of Parliament(s) to the Lok Sabha.
বৰ্ষ | লোক সভা | মুঠ আসন | বৃহত্তম দল | বিজয়ী আসন | |
---|---|---|---|---|---|
১৯৫১ | প্ৰথম লোক সভা | ১২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১১ | |
১৯৫৭ | দ্বিতীয় লোক সভা | ১২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০ | |
১৯৬২ | তৃতীয় লোক সভা | ১২ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৯ | |
১৯৬৭ | চতুৰ্থ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০ | |
১৯৭১ | পঞ্চম লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১৩ | |
১৯৭৭ | ষষ্ঠ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০ | |
১৯৮০ | সপ্তম লোক সভা | ৮ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৮ | |
১৯৮৫ | অষ্টম লোক সভা | ১৫ | অসম গণ পৰিষদ | ৭ | |
১৯৮৯ | নৱম লোক সভা | – | নিৰ্বাচন অনুষ্ঠিত নহ’ল | – | |
১৯৯১ | দশম লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৮ | |
১৯৯৬ | একাদশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৫ | |
১৯৯৮ | দ্বাদশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১১ | |
১৯৯৯ | ত্ৰয়োদশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ১০ | |
২০০৪ | চতুৰ্দশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭ | |
২০০৯ | পঞ্চদশ লোক সভা | ১৪ | ভাৰতীয় জাতীয় কংগ্ৰেছ | ৭ | |
২০১৪ | ষষ্ঠদশ লোক সভা | ১৪ | ভাৰতীয় জনতা পাৰ্টী | ৭ |