আহোম ৰাজবংশ
চ্যু-কা-ফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

গোবৰ (ৰাজত্ব ১৬৭৫-১৬৭৫) প্ৰায় তিনি সপ্তাহৰ বাবে আহোম ৰাজ্যৰ ৰজা আছিল। আহোম ৰাজবংশতুংখুঙীয়া ফৈদৰ তেওঁ প্ৰথম ৰজা আছিল। তেওঁৰ পুত্ৰই পাছলৈ গদাধৰ সিংহ নামেৰে স্বৰ্গদেউ হৈছিল। আহোম ৰাজধানী গড়গাঁৱৰ এজন শক্তিশালী বিষয়া ডেবেৰা বৰবৰুৱাই তেওঁক সিংহাসনত অধিষ্ঠিত কৰাইছিল। গোবৰেই ডেবেৰাই পতা অন্তিম ৰজা আছিল। ইয়াৰ পাছত আতন বুঢ়গোহাঁইৰ নেতৃত্বত শৰাইঘাটীয়া আহোম বিষয়াসকলে তেওঁলোকক ক্ষমতাচ্যুত কৰি মৃত্যুদণ্ড বিহে।

বংশ পৰিচয় সম্পাদনা কৰক

গোবৰ সাৰঙ্গ গোহাইৰ পুতেক, এই সাৰঙ্গ গোহাই আছিল চুহুঙমুঙৰ তৃতীয় পুতেকৰ পুতেক । তেওঁৰ ককাক চুতেং নামৰূপীয়া ৰজা আছিল আহোম ৰাজবংশৰ তুংখুঙিয়া ফৈদৰ প্ৰতিষ্ঠাতা, যিটো ফৈদৰ শাসনকৰ্তাই আহোমৰ অন্তিম পৰ্যায়লৈ শাসন কৰিছিল ।

টোকা সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  • Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms first edition 1981 Publication Board of Assam Guwahati
  • Bhuyan S. K. ATAN BURAGOHAN AND HIS TIMES, first edition 1957 Lawyers Book Stall, Guwahati
  • Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati