চুহিত্পংফা
চুহিত্পংফা (১৭৮০–১৭৯৫) বা গৌৰীনাথ সিংহ আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। মোৱামৰীয়া বিদ্ৰোহত ৰাজধানী ৰংপুৰ হেৰুৱাই তেওঁ নগাঁও আৰু গুৱাহাটীত বাহৰ পাতে। কেপ্তেইন ৱেলছে আহি বিদ্ৰোহীসকলক দমন কৰাৰ পিছত তেওঁ যোৰহাটত ৰাজধানী পাতে।
চাওফা চুহিত্পংফা | |
---|---|
চাওফা
| |
ৰাজত্ব | ১৭৮০-১৭৯৫ |
অভিষেক | ১৭৮০ |
উত্তৰসূৰী | চুক্লিংফা |
সম্পূৰ্ণ নাম | |
চাওফা চুহিত্পংফা | |
ধৰ্ম | হিন্দু ধৰ্ম |
|
শাসনকালসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
- Gogoi, Padmeshwar (1968), The Tai and the Tai Kingdoms, প্ৰকাশক Guwahati: Gauhati University