চুফক্ফা
চুফক্ফা ১৪২২ চ্নৰ পৰা ১৪৩৯ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁ ৰজা চুজান্ফাৰ পুত্ৰ আছিল। চুজান্ফাৰ মৃত্যুৰ পাছত ১৪২২ চনত ৰাজপাটত উঠি তেওঁ ১৭ বছৰ ৰাজ্য শাসন কৰে। তেওঁৰ ৰাজত্বকালৰ একো উল্লেখনীয় ঘটনা বুৰঞ্জীত পাবলৈ নাই।[1] ১৪৩৯ চনত তেওঁৰ মৃত্যুৰ পাছত পুতেক চুচেনফা ৰজা হয়।
চাওফা চ্যু-ফক-ফা | |
---|---|
চাওফা | |
১৪২২ চ্নৰ পৰা ১৪৩৯ চনলৈ | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-ফক-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
ধৰ্ম | আহোম ধৰ্ম |
|
টোকাসম্পাদনা কৰক
তথ্যসূত্ৰসম্পাদনা কৰক
- Gait, E A (1926). A History of Assam (2 সম্পাদনা). প্ৰকাশক Calcutta: Thackar, Spink and Co.