চ্যু-জান-ফা

(চুজান্‌ফাৰ পৰা পুনঃনিৰ্দেশিত)

চুজান্‌ফা ১৪০৭ চনৰ পৰা ১৪২২ চনলৈ আহোম ৰাজ্যত ৰাজত্ব কৰা স্বৰ্গদেউ। তেওঁ চুডাংফাৰ তিনি পুত্ৰৰ জ্যেষ্ঠ আছিল।[1] কম বয়সতে দেউতাকৰ মৃত্যুৰ পাছত ১৮০৭ চনত চুজান্‌ফা ৰাজপাটত উঠে। তেওঁৰ পোন্ধৰ বছৰীয়া ৰাজত্বকালৰ একো গুৰুত্বপূৰ্ণ ঘটনা বুৰঞ্জীত লিপিবদ্ধ নাই।[2] ১৪২২ চনত তেওঁৰ মৃত্যুৰ পাছত পুতেক চুফক্‌ফা স্বৰ্গদেউ হয়।

চাওফা চ্যু-জান্‌-ফা
চাওফা
অসমৰ ৰজা
১৪০৭ চনৰ পৰা ১৪২২ চনলৈ
সম্পূৰ্ণ নাম
চাওফা চ্যু-জান্‌-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
Ahom insignia.svg
চাও-লুং চ্যু-কা-ফা ১২২৮–১২৬৮
চাও-লুং চ্যু-তেও-ফা ১২৬৮–১২৮১
চাও-লুং চ্যু-বিণ-ফা ১২৮১–১২৯৩
চাও-লুং চ্যু-খাং-ফা ১২৯৩–১৩৩২
চাও-লুং চ্যু-খ্ৰাম-ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চাও-লুং চ্যু-তু-ফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
চাও ত্যাও খামটি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চাও চ্যু-ডাং-ফা ১৩৯৭–১৪০৭
চাও চ্যু-জান-ফা ১৪০৭–১৪২২
১০ চাও চ্যু-ফক-ফা ১৪২২–১৪৩৯
১১ চাও চ্যু-চেন-ফা ১৪৩৯–১৪৮৮
১২ চাও চ্যু-হেন-ফা ১৪৮৮–১৪৯৩
১৩ চাও চ্যু-পিম-ফা ১৪৯৩–১৪৯৭
১৪ চাও চ্যু-হ্যুণ-মু'ঙ ১৪৯৭–১৫৩৯
১৫ চাও চ্যু-ক্লেণ-মু'ঙ ১৫৩৯–১৫৫২
১৬ চাও চ্যু-খাম-ফা ১৫৫২–১৬০৩
১৭ চাও চ্যু-চেং-ফা ১৬০৩–১৬৪১
১৮ চাও চ্যু-ৰাম-ফা ১৬৪১–১৬৪৪
১৯ চাও চ্যু-ত্যিণ-ফা ১৬৪৪–১৬৪৮
২০ চাও চ্যু-তাম-লা ১৬৪৮–১৬৬৩
২১ চাও চ্যু-পুং-মু'ঙ ১৬৬৩–১৬৭০
২২ চাও চ্যু-ন্যৎ-ফা ১৬৭০–১৬৭২
২৩ চাও চ্যু-ক্লম-ফা ১৬৭২–১৬৭৪
২৪ চাও চ্যু-হুং-ফা ১৬৭৪–১৬৭৫
২৫ চাও গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চাও চ্যু-জিন-ফা ১৬৭৫–১৬৭৭
২৭ চাও চ্যু-দৈ-ফা ১৬৭৭–১৬৭৯
২৮ চাও চ্যু-লিক-ফা ১৬৭৯–১৬৮১
২৯ চাও চ্যু-পাত-ফা ১৬৮১–১৬৯৬
৩০ চাও চ্যু-খ্ৰং-ফা ১৬৯৬–১৭১৪
৩১ চাও চ্যু-তণ-ফা ১৭১৪–১৭৪৪
৩২ চাও চ্যু-ণেণ-ফা ১৭৪৪–১৭৫১
৩৩ চাও চ্যু-ৰেম-ফা ১৭৫১–১৭৬৯
৩৪ চাও চ্যু-ণ্যেউ-ফা ১৭৬৯–১৭৮০
৩৫ চাও চ্যু-হ্যিত-পং-ফা ১৭৮০–১৭৯৫
৩৬ চাও চ্যু-ক্লিং-ফা ১৭৯৫–১৮১১
৩৭ চাও চ্যু-দিং-ফা ১৮১১–১৮১৮
৩৮ চাও পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চাও চ্যু-দিং-ফা ১৮১৯–১৮২১
৪০ চাও যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ চাও পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯

টোকাসম্পাদনা কৰক

  1. (Barua 2008, পৃষ্ঠা 58)
  2. (Gait 1926, পৃষ্ঠা 84)

তথ্যসূত্ৰসম্পাদনা কৰক

  • Barua, Gunaviram (2008). Assam Buranji or A History of Assam (4 সম্পাদনা). প্ৰকাশক Guwahati: Assam publication Board. 
  • Gait, E A (1926). A History of Assam (2 সম্পাদনা). প্ৰকাশক Calcutta: Thackar, Spink and Co.