ঘ (বঙালী)
বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৪ৰ্থ আখৰ
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে ঘ চাওক।
ঘ (বঙালী লিপিত ঘ, আই-পি-এ:/gʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৪ৰ্থ আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঘ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰবৰ্ণৰ সৈতে যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | সৈতে যোগ হ'লে |
---|---|
অ | ঘ |
আ | ঘা |
ই | ঘি |
ঈ | ঘী |
উ | ঘু |
ঊ | ঘূ |
ঋ | ঘৃ |
এ | ঘে |
ঐ | ঘৈ |
ও | ঘো |
ঔ | ঘৌ |
ঘৰে আৰম্ভ হোৱা শব্দ
সম্পাদনা কৰক- ঘর (ঘৰ)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি