অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্থ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ঘ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঘ'ক উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ঘ'-ক এনেদৰে ⠣ (braille pattern dots-126) লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ঘ'ৰ লগত যোগ হ'লে
ঘা
ঘি
ঘী
ঘু
ঘূ
ঘৃ
ঘে
ঘৈ
ঘো
ঘৌ

যুক্তবৰ্ণ (ক যোগ) সম্পাদনা কৰক

ঘ্ + ন = ঘ্ন = কৃতঘ্ন
ঘ্ + য = ঘ্য = অশ্লাঘ্য
ঘ্ + ৰ = ঘ্ৰ = ব্যাঘ্ৰ

'ঘ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • ঘৰ
  • ঘৰচিৰিকা
  • ‌ ঘটনা
  • ‌ ঘূণাসুতি
  • ঘাঁহ
  • ঘাম
  • ‌‌ ঘোষণা
  • ঘাই আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ
  2. World Braille Usage, UNESCO, 2013