ঝ
অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৯ম আখৰ
ঝ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৯ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ঝ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঝ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ঝ'ৰ লগত যোগ হ'লে |
---|---|
অ | ঝ |
আ | ঝা |
ই | ঝি |
ঈ | ঝী |
উ | ঝু |
ঊ | ঝূ |
ঋ | ঝৃ |
এ | ঝে |
ঐ | ঝৈ |
ও | ঝো |
ঔ | ঝৌ |
'ঝ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
সম্পাদনা কৰক- ঝাৰখণ্ড
- ঝংকাৰ
- ঝাও
- ঝাঁও
- ঝমক
- ঝিঞা
- ঝাড়ু
তথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ