অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একবিংশ আখৰ

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ একবিংশ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'প'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'প' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ত'ৰ লগত যোগ হ'লে
পা
পি
পী
পু
পূ
পৃ
পে
পৈ
পো
পৌ

যুক্তবৰ্ণ (প যোগ) সম্পাদনা কৰক

প্ + ট = প্ট = কেপ্টেইন
প্ + ত = প্ত = উত্তপ্ত
প্ + ন = প্ন = স্বপ্ন
প্ + য় = প্য = প্ৰাপ্য
প্ + ৰ = প্ৰ = প্ৰাণ
প্ + ল = প্ল = প্লাৱন
প্ + স = প্স = লিপ্সা

'প'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • পাপ
  • পুণ্য
  • পগলা
  • পঢ়া
  • পখিলা
  • পদুম
  • পণ
  • পিঠা
  • পৌণপোনিক
  • পাহাৰ
  • পাঞ্চ্যজন্য
  • পৃথিৱী
  • পণ্ডিত
  • পৌৰাণিক আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ