ঘ (বঙালী)

বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৪ৰ্থ আখৰ
(বঙালী আখৰ ঘৰ পৰা পুনঃনিৰ্দেশিত)

(বঙালী লিপিত ঘ, আই-পি-এ:/gʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৪ৰ্থ আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঘ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰবৰ্ণৰ সৈতে যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ সৈতে যোগ হ'লে
ঘা
ঘি
ঘী
ঘু
ঘূ
ঘৃ
ঘে
ঘৈ
ঘো
ঘৌ

ঘৰে আৰম্ভ হোৱা শব্দ সম্পাদনা কৰক

  • ঘর (ঘৰ)

তথ্য সংগ্ৰহ সম্পাদনা কৰক

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি