ভ
ভ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৪ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ভ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ভ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'ভ'ৰ লগত যোগ হ'লে |
---|---|
অ | ভ |
আ | ভা |
ই | ভি |
ঈ | ভী |
উ | ভু |
ঊ | ভূ |
ঋ | ভৃ |
এ | ভে |
ঐ | ভৈ |
ও | ভো |
ঔ | ভৌ |
যুক্তবৰ্ণ (ভ যোগ)
সম্পাদনা কৰকভ্ + য = ভ্য = সভ্য
ভ্ + ৰ = ভ্ৰ = ভ্ৰম
ভ্ + ৰ্ + উ = ভ্ৰু = ভ্ৰণ
'ভ'ৰে আৰম্ভ শব্দ
সম্পাদনা কৰকতথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ