অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৪ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ভ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ভ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'ভ'ৰ লগত যোগ হ'লে
ভা
ভি
ভী
ভু
ভূ
ভৃ
ভে
ভৈ
ভো
ভৌ

যুক্তবৰ্ণ (ভ যোগ) সম্পাদনা কৰক

ভ্‌ + য = ভ্য = সভ্য
ভ্‌ + ৰ = ভ্ৰ = ভ্ৰম
ভ্‌ + ৰ্ + উ = ভ্ৰু = ভ্ৰণ

'ভ'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক

  • ভাল
  • ভাৰতবৰ্ষ
  • ভুল
  • ভীম
  • ভূ
  • ভৰি
  • ভৈৰৱ
  • ভেঁকুৰ
  • ভেকুৰি
  • ভক্ষণ
  • ভকত
  • ভৰলুমুখ
  • ভাৰতীয়
  • ভ্ৰাম্যমাণ
  • ভাৰত
  • ভলৌ আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ