ভাৰতীয় শাস্ত্ৰীয় নৃত্য বুলিলে সাধাৰণতে পৰম্পৰাগত হিন্দু ধৰ্মীয় সংগীতিক থিয়েটাৰৰ শৈলীত কৰা পৰিবেশ্য কলাক বুজা যায়,[1][2][3] এইসমূহৰ তত্ত্ব আৰু অনুশীলন সংস্কৃত ভাষাৰ গ্ৰন্থ নৃত্যশাস্ত্ৰত পোৱা যায়।[4][5][6]

উৎস আৰু গৱেষকৰ ওপৰত নিৰ্ভৰ কৰি স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ সংখ্যা আঠটা বা ততোধিক হ'ব পাৰে। সংগীত নাটক একাডেমীয়ে বৰ্তমান আঠটা নৃত্য শৈলীক শাস্ত্ৰীয় নৃত্যৰ মৰ্য্যদা প্ৰদান কৰিছে।[7] এই নৃত্য শৈলীকেইটা হৈছে: ওড়িছী (ওড়িশা), কথক (উত্তৰ প্ৰদেশ), কথাকলি (কেৰালা), কুচিপুড়ি (অন্ধ্ৰ প্ৰদেশ), ভাৰতনাট্যম (তামিলনাডু), মণিপুৰী (মণিপুৰ), মোহিনীঅট্টম (কেৰালা), আৰু সত্ৰীয়া (অসম)।[8] ড্ৰিড ৱিলিয়ামছৰ দৰে গৱেষকে ছৌ (পশ্চিমবংগ, ঝাড়খণ্ড, ওড়িশা), যক্ষগান (কৰ্ণাটক) আৰু ভাগৱত মেলা (তামিলনাডু)-কো শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়ে।[3][9] আনহাতে, ভাৰতীয় সংস্কৃতি মন্ত্ৰালয়ে ছৌ নৃত্যক ইয়াৰ শাস্ত্ৰীয় নৃত্যৰ তালিকাত অন্তৰ্ভুক্ত কৰে।

নৃত্যশাস্ত্ৰ মতে, ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ দুটা মূল ৰূপ হৈছে- ১/লাস্য আৰু ২/তাণ্ডৱ[10]

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Julius Lipner (2012). Hindus: Their Religious Beliefs and Practices. Routledge. পৃষ্ঠা. 206. ISBN 978-1-135-24061-5. https://books.google.com/books?id=qv3fCgAAQBAJ&pg=PA206. 
  2. Jean Holm; John Bowker (1994). Worship. Bloomsbury Academic. পৃষ্ঠা. 85. ISBN 978-1-85567-111-9. https://books.google.com/books?id=s_nUAwAAQBAJ&pg=PA85. 
  3. 3.0 3.1 Frank Burch Brown (2013). The Oxford Handbook of Religion and the Arts. Oxford University Press. পৃষ্ঠা. 195–196. ISBN 978-0-19-972103-0. https://books.google.com/books?id=X8g8BAAAQBAJ. 
  4. James G. Lochtefeld (2002). The Illustrated Encyclopedia of Hinduism: N-Z. The Rosen Publishing Group. পৃষ্ঠা. 467. ISBN 978-0-8239-3180-4. https://archive.org/details/illustratedencyc0000loch. 
  5. Ragini Devi 1990, পৃষ্ঠা. 60-68.
  6. Mohan Khokar (1984). Traditions of Indian classical dance. Clarion Books. পৃষ্ঠা. 57–58. https://books.google.com/books?id=prjnAAAAMAAJ. 
  7. Sarwal, Amit; Walker, David (2015). "Staging a Cultural Collaboration: Louise Lightfoot and Ananda Shivaram". Dance Chronicle খণ্ড 38 (3): 305–335. doi:10.1080/01472526.2015.1088286. 
  8. Bishnupriya Dutt; Urmimala Sarkar Munsi (2010). Engendering Performance: Indian Women Performers in Search of an Identity. SAGE Publications. পৃষ্ঠা. 216. ISBN 978-81-321-0612-8. https://books.google.com/books?id=uNaGAwAAQBAJ&pg=PA216. 
  9. Williams 2004, পৃষ্ঠা. 83-84.
  10. সাঁচ:Https://yuvaias.com/indian-dance-forms

অধিক পঢ়ক

সম্পাদনা কৰক

বাহ্যিক সংযোগ

সম্পাদনা কৰক