ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ (অসম)

ভাৰতৰ অষ্টাদশ লোকসভাৰ ১৪ গৰাকী সদস্যক নিৰ্বাচিত কৰিবলৈ ২০২৪ চনৰ যোৱা ১৯ ​​এপ্ৰিলৰ পৰা ৭ মে’লৈ অসমত ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ অনুষ্ঠিত কৰা হয়।[1][2]

ভাৰতৰ সাধাৰণ নিৰ্বাচন ২০২৪ (অসম)
ভাৰত
২০১৯ ←
১৯ এপ্ৰিল - ৭ মে’ ২০২৪
→ ২০২৯

অসম লোক সভাৰ ১৪খন আসন
জনমত জৰীপ
ভোটদানৰ হাৰ ৮১.৬২% (বৃদ্ধি০.০২%)
  প্ৰথম দল দ্বিতীয় দল
 
Sarbananda Sonowal with PM Modi (cropped).jpg
Gaurav Gogoi and Manmohan Singh.jpg
নেতা সৰ্বানন্দ সোণোৱাল গৌৰৱ গগৈ
দল বিজেপি কংগ্ৰেছ
মিত্ৰদল ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা আই.এন.ডি.আই.এ.
নেতা হৈছে ২০১৮ ২০২০
নেতাৰ আসন ডিব্ৰুগড় যোৰহাট
বিগত নিৰ্বাচন ৩৬.০৫%, ৭খন আসন ৩৫.৪৪%, ৩খন আসন
বিজয়ী আসন
পৰিৱৰ্তিত আসন steady steady
শতাংশ ৩৭.৪৩% ৩৭.৪৮%
Swing বৃদ্ধি১.৩৮% বৃদ্ধি২.০৪%

ৰাজ্যখনৰ লোক সভাৰ সমষ্টিসমূহ। হালধীয়া আৰু গুলপীয়া বৰণে ক্ৰমান্নয়ে অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত আসনক প্ৰতিনিধিত্ব কৰিছে।

নিৰ্বাচনৰ সময়সূচী

সম্পাদনা কৰক
ভোটদানৰ কৰ্মসুচী পৰ্যায়
I II III
নিৰ্বাচনী অধিসূচনাৰ তাৰিখ ২০ মাৰ্চ ২৮ মাৰ্চ ১২ এপ্ৰিল
মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২৭ মাৰ্চ ৪ এপ্ৰিল ১৯ এপ্ৰিল
মনোনয়ন পৰীক্ষণ ২৮ মাৰ্চ ৫ এপ্ৰিল ২০ এপ্ৰিল
মনোনয়ন প্ৰত্যাহাৰ কৰাৰ অন্তিম তাৰিখ ৩০ মাৰ্চ ৬ এপ্ৰিল ২১ এপ্ৰিল
ভোটদানৰ তাৰিখ ১৯ এপ্ৰিল ২৬ এপ্ৰিল ৭ মে’
ভোট গণনাৰ তাৰিখ/ফলাফল ৪ জুন ২০২৪
সমষ্টিৰ সংখ্যা

দল আৰু মিত্ৰগোট

সম্পাদনা কৰক

      নেচনেল ডেমক্ৰেটিক এলায়েন্স

সম্পাদনা কৰক
 
দল পতাকা চিহ্ন নেতা প্ৰতিদ্বন্দ্বিতা কৰা আসন
ভাৰতীয় জনতা পাৰ্টি
 
 
সৰ্বানন্দ সোণোৱাল ১১
অসম গণ পৰিষদ
 
 
অতুল বৰা
ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল
 
 
উৰ্খাউ গৌড়া ব্ৰহ্ম
মুঠ ১৪

      ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্ট ইনক্লুছিভ এলায়েন্স (I.N.D.I.A.)

সম্পাদনা কৰক
 
দল পতাকা চিহ্ন নেতা প্ৰতিদ্বন্দ্বিতা কৰা আসন
ভাৰতীয় জাতীয় কংগ্ৰেছ
 
 
গৌৰৱ গগৈ ১৩
অসম জাতীয় পৰিষদ
 
  লুৰীণজ্যোতি গগৈ
মুঠ ১৪

অন্যান্য

সম্পাদনা কৰক
স্বীকৃত দলসমূহ
দল পতাকা চিহ্ন নেতা প্ৰতিদ্বন্দ্বিতা কৰা আসন
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
 
 
বদৰুদ্দিন আজমল
বড়োলেণ্ড পিপলছ ফ্ৰন্ট
 
 
হাগ্ৰামা মহিলাৰী
সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ     ৰিপুন বৰা
আম আদমি পাৰ্টী     ভবেন চৌধুৰী
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাক্সবাদী)
 
 
মনোৰঞ্জন তালুকদাৰ
ভাৰতৰ কমিউনিষ্ট পাৰ্টি     কনক গগৈ
মুঠ ১৫
স্বীকৃতিবিহীন দলসমূহ
দল নেতা চিহ্ন প্ৰতিদ্বন্দ্বিতা কৰা আসন
আন্তৰ্জাতিক ভোটাৰ পাৰ্টি
ভাৰতীয় গণ পৰিষদ
ভাৰতৰ সমাজবাদী একতা কেন্দ্ৰ চন্দ্ৰলেখা দাস
গণ শক্তি দল হীৰা শৰণীয়া
ৰাষ্ট্ৰীয় আলামা কাউন্সিল
ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়া (আঠাৱালে)
অসম জন মঞ্চ
বহুজন মহা পাৰ্টি
বঙালী নবীনৰাম সেনা
একম সন্তান ভাৰত দল
অটনমাছ ষ্টেট ডাইমণ্ড কমিটী জযন্ত ৰংপি
ভাৰতীয় জৱান কিষাণ পাৰ্টি
হিন্দু সমাজ পাৰ্টি
জয় প্ৰকাশ জনতা দল
দ্য নেচনেল ৰোড মেপ পাৰ্টি অৱ ইণ্ডিয়া
মুঠ ৪৭

প্ৰাৰ্থীসকল

সম্পাদনা কৰক
সমষ্টি
NDA INDIA অন্যান্য
কোকৰাঝাৰ (অনুসূচীত জনজাতি) UPPL জয়ন্ত বসুমতাৰী INC গৰ্জন মুছাহাৰী AITC গৌৰী শংকৰ শৰণীয়া
বিপিএফ কম্প বৰগয়াৰী
ধুবুৰী AGP জাবেদ ইছলাম INC ৰকিবুল হুছেইন AIUDF বদৰুদ্দিন আজমল
বৰপেটা AGP ফণী ভূষণ চৌধুৰী INC দীপ বায়ন AITC আবুল কালাম আজাদ
CPI(M) মনোৰঞ্জন তালুকদাৰ
দৰং–ওদালগুৰি BJP দিলীপ শইকীয়া INC মাধৱ ৰাজবংশী বিপিএফ দূৰ্গা দাস বড়ো
গুৱাহাটী BJP বিজুলী কলিতা মেধি INC মীৰা বৰঠাকুৰ গোস্বামী
ডিফু (অনুসূচীত জনজাতি) BJP অমৰ সি তিছু INC জয়ৰাম ইংলেং ASDC জোৎছন বেই
কৰিমগঞ্জ BJP কৃপানাথ মল্ল INC ৰছিদ আহমেদ চৌধুৰী AIUDF ছাহাবুল ইছলাম চৌধুৰী
শিলচৰ (অনুসূচীত জাতি) BJP পৰিমল শুক্লবৈদ্য INC সূৰ্য কান্ত চৰকাৰ AITC ৰাধেশ্যাম বিশ্বাস
নগাঁও BJP সুৰেশ বৰা INC প্ৰদ্যুৎ বৰদলৈ AIUDF আমিনুল হুছেইন
১০ কাজিৰঙা BJP কামাখ্যা প্ৰসাদ তাছা INC ৰ’জলিনা তিৰ্কী
১১ শোণিতপুৰ BJP ৰঞ্জিত দত্ত INC প্ৰেমলাল গঞ্জু AAP ঋষিৰাজ শৰ্মা
BPF ৰাজু দেউৰী
১২ লখিমপুৰ BJP প্ৰদান বৰুৱা INC উদয় শংকৰ হাজৰিকা AITC ঘন কান্ত চুতীয়া
CPI ধীৰেণ কছাৰী
১৩ ডিব্ৰুগড় BJP সৰ্বানন্দ সোণোৱাল AJP লুৰিণজ্যোতি গগৈ AAP মনোজ ধনুৱাৰ
১৪ যোৰহাট BJP তপন কুমাৰ গগৈ INC গৌৰৱ গগৈ ESBD অৰুণ চন্দ্ৰ সন্দিকৈ

ভোটাৰৰ পৰিসংখ্যা

সম্পাদনা কৰক

পৰ্যায় অনুসৰি

সম্পাদনা কৰক
পৰ্যায় নিৰ্বাচনৰ তাৰিখ সমষ্টি ভোটাদানৰ হাৰ (%)
প্ৰথম পৰ্যায় ১৯ এপ্ৰিল ২০২৪ কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়, যোৰহাট ৭৮.২৫%
দ্বিতীয় পৰ্যায় ২৬ এপ্ৰিল ২০২৪ দৰং–ওদালগুৰি, ডিফু (ST), কৰিমগঞ্জ, শিলচৰ (SC), নগাঁও ৮১.১৭%
তৃতীয় পৰ্যায় ৭ মে’ ২০২৪ কোকৰাঝাৰ (ST), ধুবুৰী, বৰপেটা, গুৱাহাটী ৯৫.৪৫%
মুঠ ৮১.৬২%

সমষ্টি হিচাপে

সম্পাদনা কৰক
সমষ্টি নিৰ্বাচনৰ তাৰিখ শতকৰা হাৰ ব্যৱধান
কোকৰাঝাৰ (অনুসূচীত জনজাতি) ৭ মে’ ২০২৪ ৮৩.৫৫% ০.২৫% 
ধুবুৰী ৯২.০৮% ১.৪২% 
বৰপেটা ৮৫.২৪% ১.৪২% 
দৰং–ওদালগুৰি ২৬ এপ্ৰিল ২০২৪ ৮২.০১%  
গুৱাহাটী ৭ মে’ ২০২৪ ৭৮.৩৯% ২.৪৮% 
ডিফু (অনুসূচীত জনজাতি) ২৬ এপ্ৰিল ২০২৪ ৭৫.৭৪% ১.৮৯% 
কৰিমগঞ্জ ৮০.৪৮% ১.৩% 
শিলচৰ (অনুসূচীত জাতি) ৭৯.০৫% ০.৪৬% 
নগাঁও ৮৪.৯৭% ১.৭৪% 
১০ কাজিৰঙা ১৯ এপ্ৰিল ২০২৪ ৭৯.৩৩%  
১১ শোণিতপুৰ ৭৮.৪৬%  
১২ লখিমপুৰ ৭৬.৪২% ১.২৫% 
১৩ ডিব্ৰুগড় ৭৬.৭৫% ০.৫৫% 
১৪ যোৰহাট ৭৯.৮৯% ২.৩২% 

মিত্ৰগোট আৰু দল হিচাপে ফলাফল

সম্পাদনা কৰক
মিত্ৰগোট/ দলসমূহ জনপ্ৰিয় ভোট আসন
ভোট % ±শতকৰা হাৰ প্ৰতিদ্বন্দ্বী বিজয়ী +/−
NDA বিজেপি ৭৪,৬৭,৫৫৮ ৩৭.৪৩%   ১.৩৮% ১১  
এজিপি ১২,৮৯,৪৬৪ ৬.৪৬%   ১.৮৫%  
এইপিপিএল ৪,৮৪,৬৮১ ২.৪৩%  
মুঠ ৯২,৪১,৭০৩ ৪২.২৯% ১৪ ১১  
INDIA আইএনচি ৭৪,৭৮,০৭৭ ৩৭.৪৮%   ২.০৪% ১৩  
এজেপি ৪,১৪,৪৪১ ৬.৪৬% নতুন  
মুঠ ৭৮,৯২,৫১৮ ১৪  
এআইইউডিএফ ৬,২৪,৩০৫ ৩.১৩%  ৪.৭৪%  
অন্যান্য ৬২  
নিৰ্দলীয় ৫৩  
ন’টা ২,৩৮,২৭৬ ১.১৯%
মুঠ ১০০% ১৪৩ ১৪

সমষ্টি হিচাপে ফলাফল

সম্পাদনা কৰক
সমষ্টি শতকৰা বৃদ্ধি/হ্ৰাস বিজয়ী দ্বিতীয় স্থান ব্যৱধান
দল মিত্ৰগোট প্ৰাৰ্থী ভোট % দল মিত্ৰগোট প্ৰাৰ্থী ভোট %
কোকৰাঝাৰ (অনুসূচীত জনজাতি) ৮৩.৫৫%  ইউনাইটেড পিপলছ পাৰ্টি লিবাৰেল এনডিএ জয়ন্ত বসুমতাৰী ৪,৮৮,৯৯৫ ৩৯.৩৯ বড়োলেণ্ড পিপলছ ফ্ৰন্ট অন্যান্য কম্প বৰগয়াৰী ৪,৩৭,৪১২ ৩৫.২৩ ৫১,৫৮৩
ধুবুৰী ৯২.০৮%  ভাৰতীয় জাতীয় কংগ্ৰেছ আই.এন.ডি.আই.এ. ৰকিবুল হুছেইন ১৪,৭১,৮৮৫ ৫৯.৯৯ সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা অন্যান্য বদৰুদ্দিন আজমল ৪,৫৯,৪০৯ ১৮.৭২ ১০,১২,৪৭৬
বৰপেটা ৮৫.২৪%  অসম গণ পৰিষদ এনডিএ ফনি ভূষণ চৌধুৰী ৮,৬০,১১৩ ৫১.০২ ভাৰতীয় জাতীয় কংগ্ৰেছ আই.এন.ডি.আই.এ. দীপ বায়ন ৬,৩৭,৭৬২ ৩৭.৮৩ ২,২২,৩৫১
দৰং–ওদালগুৰি ৮২.০১%  ভাৰতীয় জনতা পাৰ্টি দিলীপ শইকীয়া ৮,৬৮,৩৮৭ ৪৭.৯৫ মাধৱ ৰাজবংশী ৫,৩৯,৩৭৫ ২৯.৭৮ ৩,২৯,০১২
গুৱাহাটী ৭৮.৩৯%  বিজুলি কলিতা মেধি ৮,৯৪,৮৮৭ ৫৫.৯৫ মীৰা বৰঠাকুৰ গোস্বামী ৬,৪৩,৭৯৭ ৪০.২৫ ২,৫১,০৯০
ডিফু (অনুসূচীত জনজাতি) ৭৫.৭৪%  অমৰ সিং তিছো ৩,৩৪,৬২০ ৪৯.০১ নিৰ্দলীয় নিৰ্দলীয় জে.আই. কাঠাৰ ১,৮৭,০১৭ ২৭.৩৯ ১,৪৭,৬০৩
কৰিমগঞ্জ ৮০.৪৮%  কৃপানাথ মল্ল ৫,৪৫,০৯৩ ৪৭.৫৩ ভাৰতীয় জাতীয় কংগ্ৰেছ আই.এন.ডি.আই.এ. হাফিজ ৰছিদ আহমেদ চৌধুৰী ৫,২৬,৭৩৩ ৪৫.৯৩ ১৮,৩৬০
শিলচৰ (অনুসূচীত জাতি) ৭৯.০৫%  পৰিমল শুক্লবৈদ্য ৬,৫২,৪০৫ ৫৯.৮৯ সূৰ্য কান্ত চৰকাৰ ৩,৮৮,০৯৪ ৩৫.৬২ ২,৬৪,৩১১
নগাঁও ৮৪.৯৭%  ভাৰতীয় জাতীয় কংগ্ৰেছ আই.এন.ডি.আই.এ. প্ৰদ্যুৎ বৰদলৈ ৭,৮৮,৮৫০ ৫০.৮৯ ভাৰতীয় জনতা পাৰ্টি এনডিএ সুৰেশ বড়া ৫,৭৬,৬১৯ ৩৭.২ ২,১২,৩৩১
১০ কাজিৰঙা ৭৯.৩৩%  ভাৰতীয় জনতা পাৰ্টি এনডিএ কামাখ্যা প্ৰসাদ তাছা ৮,৯৭,০৪৩ ৫৫.০৪ ভাৰতীয় জাতীয় কংগ্ৰেছ আই.এন.ডি.আই.এ. ৰ’জলিনা টিৰ্কী ৬,৪৮,০৯৬ ৩৯.৭৬ ২,৪৮,৯৪৭
১১ শোণিতপুৰ ৭৮.৪৬%  ৰঞ্জিত দত্ত ৭,৭৫,৭৮৮ ৬০.২১ প্ৰেমলাল গঞ্জু ৪,১৪,৩৮০ ৩২.১৬ ৩,৬১,৪০৮
১২ লখিমপুৰ ৭৬.৪২%  প্ৰদান বৰুৱা ৬,৬৩,১২২ ৫৪.৭৫ উদয় শংকৰ হাজৰিকা ৪,৬১,৮৬৫ ৩৮.১৩ ২,০১,২৫৭
১৩ ডিব্ৰুগড় ৭৬.৭৫%  সৰ্বানন্দ সোণোৱাল ৬,৯৩,৭৬২ ৫৪.২৭ AJP লুৰিণজ্যোতি গগৈ ৪,১৪,৪৪১ ৩২.৪২ ২,৭৯,৩২১
১৪ যোৰহাট ৭৯.৮৯%  ভাৰতীয় জাতীয় কংগ্ৰেছ আই.এন.ডি.আই.এ. গৌৰৱ গগৈ ৭,৫১,৭৭১ ৫৪.০৪ ভাৰতীয় জনতা পাৰ্টি এনডিএ তপন কুমাৰ গগৈ ৬,০৭,৩৭৮ ৪৩.৬৬ ১,৪৪,৩৯৩

তথ্য সংগ্ৰহ

সম্পাদনা কৰক