য
অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৬ নং আখৰ
য অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৬ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'য'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'য' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক
স্বৰবৰ্ণ | 'য'ৰ লগত যোগ হ'লে |
---|---|
অ | য |
আ | যা |
ই | যি |
ঈ | যী |
উ | যু |
ঊ | যূ |
ঋ | যৃ |
এ | যে |
ঐ | যৈ |
ও | যো |
ঔ | যৌ |
'য'ৰে আৰম্ভ শব্দ সম্পাদনা কৰক
- যান
- যম
- যশ
- যখ
- যোগ
- যমুনা
- যুগ
- যৌৱন
- যোৰহাট
আদি।
তথ্যসংগ্ৰহ সম্পাদনা কৰক
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ