প্ৰতিভাবান ন-সম্পাদকৰ পদক সম্পাদনা কৰক

  প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
নতুন সম্পাদক হিচাপে অসমীয়া ৱিকিপিডিয়াত আপুনি দেখুওৱা উৎসাহ আৰু অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই বঁটা আগবঢ়োৱা হৈছে। আশা কৰোঁ আগলৈও এনেদৰে কাম কৰি আমাক উৎসাহিত কৰি থাকিব৷

- অসমীয়া ৱিকিপিডিয়াৰ সদস্যবৃন্দ

-Nayan j Nath (talk) 18:14, 15 May 2020 (ইউ.টি.চি.)

তথ্যসূত্ৰ সম্পাদনা কৰক

@Kuldhar Rabha:, আপুনি বিগত সময়চোৱাত যথেষ্ঠ সংখ্যক প্ৰবন্ধৰ সৃষ্টি কৰি অসমীয়া ৱিকিক সমৃদ্ধ কৰিছে। কিন্তু দেখা গৈছে যে তথ্যসূত্ৰ দিওঁতে আপুনি শুদ্ধ নিয়মে দিব পৰা নাই। সেয়েহে তথ্যসূত্ৰ দিওঁতে Prove-It সঁজুলিটো ব্যৱহাৰ কৰিব। তেতিয়া ভুল হোৱাৰ সম্ভাৱনা কম হ'ব। এই সংক্ৰান্তত কিবা জানিব বিচাৰিলে বাৰ্তা পৃষ্ঠাত বাৰ্তা দিয়াৰ উপৰিও মোলৈ babulbaishya69@gmail.com এই ঠিকনাত মেইল কৰিব পাৰে। বাবুল বৈশ্য (talk) 12:14, 2 June 2020 (ইউ.টি.চি.)

দাদা, আপোনাক মেইল কৰিছোঁ৷ আগলৈ এনেদৰেই ভুলবোৰ আঙুলিয়াই দি থাকিব বুলি আশা কৰিলোঁ৷ ধন্যবাদ৷ Kuldhar Rabha (talk) 13:15, 2 June 2020 (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদক সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশা কৰোঁ আপুনি আগলৈও এই প্ৰকল্পক সমৃদ্ধিশালী কৰাৰ নিঃস্বাৰ্থ প্ৰয়াস কৰি থাকিব।

- অনামিকা(চুমু) বড়া (talk) 17:44, 25 June 2020 (ইউ.টি.চি.)

অসম্পূৰ্ণ অনুবাদ সম্পৰ্কে সম্পাদনা কৰক

অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ বহুমূলীয়া অৱদানৰ বাবে ধন্যবাদ জনাইছোঁ। শেহতীয়াকৈ আপুনি সৃষ্টি কৰা এইচ টি এম এল, এলনৱিক গাৰ্ডেন, সামান্থা আক্কিনেনী, প্ৰভাস, ৰাকুল প্ৰীত সিং, কাজল আগৰৱাল আদি বহুকেইটা প্ৰবন্ধৰ অসম্পূৰ্ণ অনুবাদৰ ফলত ইয়াৰ অংশবিশেষ ইংৰাজী ভাষাতেই আছে। এই প্ৰবন্ধসমূহ সম্পূৰ্ণকৈ নহ'লেও অসমীয়া ৱিকিপিডিয়াত সন্নিৱিষ্ট কৰা অংশসমূহৰ অনুবাদ সম্পূৰ্ণ কৰিবলৈ আপোনাক অনুৰোধ জনালোঁ।--ন্দন চিৰিং ফুকন 15:45, 12 July 2020 (ইউ.টি.চি.)

@Chiring chandan: দা, অনুবাদ কৰাৰ কাৰণে চেষ্টা কৰিলেও মই নেটৱৰ্ক সমস্যাৰ কাৰণে খুলিবই পৰা নাই৷ এলনৱিক গাৰ্ডেন প্ৰবন্ধৰ মাটি সম্পৰ্কীয় শব্দ কেইটাৰ অসমীয়া প্ৰতিশব্দ অজ্ঞানতাৰ লগতে বিষাক্ত উদ্ভিদসমূহৰ নামবোৰৰ বাবে সেইবোৰ তেনেকৈয়ে ৰাখিছোঁ, ভাবিছিলোঁঁ কোনোবাই হয়তো অনুবাদ কৰি দিব৷ চেষ্টা অৱশ্যে কৰিম৷ ধন্যবাদ৷ কুলধৰ ৰাভা (talk) 02:42, 13 July 2020 (ইউ.টি.চি.)

অক্লান্ত কৰ্মী পদক সম্পাদনা কৰক

  অক্লান্ত কৰ্মী পদক
ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈও এনেকৈয়ে ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ নিস্বাৰ্থ প্ৰয়াস কৰি থাকিব। দিব্য দত্ত (বাৰ্তা) 14:50, 1 August 2020 (ইউ.টি.চি.)

আগষ্ট মাহৰ ৱিকিপিডিয়ান সম্পাদনা কৰক

  এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


অনামিকা(চুমু) বড়া (talk) 15:02, 31 August 2020 (ইউ.টি.চি.)

বিশিষ্ট লেখক পদক সম্পাদনা কৰক

ছেপ্টেম্বৰ মাহত অসমীয়া ৱিকিপিডিয়াত সৰ্বমুঠ দহটা নতুন প্ৰবন্ধৰ সৃষ্টিৰে আপোনাৰ অৱদান অমূল্য।

  বিশিষ্ট লেখক পদক।
ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰৱন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ

Mahatma Gandhi 2020 edit-a-thon: Token of appreciation সম্পাদনা কৰক

 

Namaste, we would like to thank you for participating in Mahatma Gandhi 2020 edit-a-thon. Your participation made the edit-a-thon fruitful. Now, we are sending a token of appreciation to them who contributed to this event. Please fill the Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further. Please find the form here. Nitesh (CIS-A2K) (talk) 18:04, 26 October 2020 (ইউ.টি.চি.)

জেনিফাৰ ডাউডনা প্ৰবন্ধ সম্পাদনা সম্পাদনা কৰক

জেনিফাৰ ডাউডনা প্ৰবন্ধটোত আপুনি সম্পাদনা কৰি আগবঢ়োৱা বৰঙণিৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। অনামিকা(চুমু) বড়া (talk) 14:30, 28 October 2020 (ইউ.টি.চি.)

Festive Season 2020 edit-a-thon সম্পাদনা কৰক

 

Dear editor,

Hope you are doing well. First of all, thank you for your participation in Mahatma Gandhi 2020 edit-a-thon.
Now, CIS-A2K is going to conduct a 2-day-long Festive Season 2020 edit-a-thon to celebrate Indian festivals. We request you in person, please contribute in this event too, enthusiastically. Let's make it successful and develop the content on our different Wikimedia projects regarding festivities. Thank you Nitesh (CIS-A2K) (talk) 18:22, 27 November 2020 (UTC)

Reminder: Festive Season 2020 edit-a-thon সম্পাদনা কৰক

Dear Wikimedians,

Hope you are doing well. This message is to remind you about "Festive Season 2020 edit-a-thon", which is going to start from tonight (5 December) 00:01 am and will run till 6 December, 11:59 pm IST.

Please give some time and provide your support to this event and participate. You are the one who can make it successful! Happy editing! Thank You Nitesh (CIS-A2K) (talk) 15:53, 4 December 2020 (UTC)

Token of appreciation: Festive Season 2020 edit-a-thon সম্পাদনা কৰক

 

Hello, we would like to thank you for participating in Festive Season 2020 edit-a-thon. Your contribution made the edit-a-thon fruitful and successful. Now, we are taking the next step and we are planning to send a token of appreciation to them who contributed to this event. Please fill the given Google form for providing your personal information as soon as possible. After getting the addresses we can proceed further.

Please find the form here. Thank you MediaWiki message delivery (talk) 09:52, 14 December 2020 (ইউ.টি.চি.)

Reminder: Wikipedia 20th celebration "the way I & my family feels" সম্পাদনা কৰক

Greetings,

A very Happy New Year 2021. As you know this year we are going to celebrate Wikipedia's 20th birthday on 15th January 2021, to start the celebration, I like to invite you to participate in the event titled "Wikipedia 20th celebration the way I & my family feels"

The event will be conducted from 1st January 2021 till 15th January and another one from 15th January to 14th February 2021 in two segments, details on the event page.

Please have a look at the event page: '"Wikipedia 20th celebration the way I & my family feels"

Let's all be creative and celebrate Wikipedia20 birthday, "the way I and my family feels".

If you are interested to contribute please participate. Do feel free to share the news and ask others to participate.

Marajozkee (talk) 15:00, 1 January 2021 (ইউ.টি.চি.)

Wikipedia 20th anniversary celebration edit-a-thon সম্পাদনা কৰক

 

Dear editor,

I hope this message finds you well. Wikipedia 20th anniversary celebration edit-a-thon is going to start from tomorrow. This is a gentle reminder. Please take part. Happy editing. Thank you MediaWiki message delivery (talk) 18:03, 8 January 2021 (ইউ.টি.চি.)

অমূল্য অৱদান পদক সম্পাদনা কৰক

  অমূল্য অৱদান পদক
অসমীয়া ৱিকিপিডিয়ালৈ আপোনাৰ অৱদান অতুলনীয় আৰু প্ৰেৰণাৰ উৎস । চলিত মাহত আপুনি অসমীয়া ৱিকিপিডিয়ালৈ যোগোৱা বৰঙণিৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক এই পদকটো প্ৰদান কৰিছোঁ৷Nayan j Nath (বাৰ্তা) 13:27, 27 February 2021 (ইউ.টি.চি.)

Universal Code of Conduct consultation সম্পাদনা কৰক

Hi Kuldhar Rabha,

Hope you are well. I would like to invite you to participate in the Universal Code of Conduct consultation on Assamese Wikipedia. It is closing soon. You can easily participate by making your opinion, support/oppose here: ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (উদ্ভাৱনশালা)#Universal Code of Conduct consultation on Assamese Wikipedia or you can also email me. As an active member of the community, your participation is very important. I hope you would consider it. Thank you! Wikitanvir (WMF) (বাৰ্তা) 15:43, 27 February 2021 (ইউ.টি.চি.)

Wikimedia Foundation Community Board seats: Call for feedback meeting সম্পাদনা কৰক

The Wikimedia Foundation Board of Trustees is organizing a call for feedback about community selection processes between February 1 and March 14. While the Wikimedia Foundation and the movement have grown about five times in the past ten years, the Board’s structure and processes have remained basically the same. As the Board is designed today, we have a problem of capacity, performance, and lack of representation of the movement’s diversity. Direct elections tend to favor candidates from the leading language communities, regardless of how relevant their skills and experience might be in serving as a Board member, or contributing to the ability of the Board to perform its specific responsibilities. It is also a fact that the current processes have favored volunteers from North America and Western Europe. As a matter of fact, there had only been one member who served on the Board, from South Asia, in more than fifteen years of history.

In the upcoming months, we need to renew three community seats and appoint three more community members in the new seats. This call for feedback is to see what processes can we all collaboratively design to promote and choose candidates that represent our movement and are prepared with the experience, skills, and insight to perform as trustees? In this regard, it would be good to have a community discussion to discuss the proposed ideas and share our thoughts, give feedback and contribute to the process. To discuss this, you are invited to a community meeting that is being organized on March 12 from 8 pm to 10 pm, and the meeting link to join is https://meet.google.com/umc-attq-kdt. You can add this meeting to your Google Calendar by clicking here. Please ping me if you have any questions. Thank you. --User:KCVelaga (WMF), 10:30, 8 March 2021 (ইউ.টি.চি.)

শেহতীয়া সালসলনি পদক সম্পাদনা কৰক

  শেহতীয়া সালসলনি পদক
প্ৰিয় সতীৰ্থ, ৱিকিৰ চোঁতালত চলি থকা শেহতীয়া সালসলনিসমূহত তীক্ষ্ণ দৃষ্টি ৰাখি ৱিকিপিডিয়াক এক উন্নত মানদণ্ড প্ৰদান কৰাত তুমি যি অহোপুৰুষাৰ্থ কৰিছা তাৰ বাবে অসমীয়া ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে তোমালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিমিডিয়া সমাজৰ হৈ-Nayan j Nath (বাৰ্তা) 06:22, 29 মে' 2021 (ইউ.টি.চি.)
ধন্যবাদ @Nayan j Nath: দা৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 06:25, 29 মে' 2021 (ইউ.টি.চি.)

ৱিকি শতক পদক সম্পাদনা কৰক

  ৱিকি শতক পদক
"মই বিচাৰিছোঁ অস্থিৰ খোজত বলিষ্ঠ বিদ্যুৎ গতি, চেতনাবিহীন নিথৰ স্তব্ধ যুগক দিবলে জ্যোতি।" -ড° ভূপেন হাজৰিকা।
সু-হৃদ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। এই গতি সদায়েই অব্যাহত থাকক...!-- Nayan j Nath (বাৰ্তা) 05:06, 30 মে' 2021 (ইউ.টি.চি.)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান সম্পাদনা কৰক

প্ৰিয় Kuldhar Rabha/Archive,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:08, 12 June 2021 (ইউ.টি.চি.)

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters সম্পাদনা কৰক

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

আদ্ভিত্য নামৰ অসমীয়া ছবিখনৰ প্ৰবন্ধটোৰ বিলোপন সম্পাদনা কৰক

অনুগ্ৰহ কৰি জনাব যে কি কাৰণ বশতঃ আদ্ভিত্য নামৰ অসমীয়া ছবিখনৰ প্ৰবন্ধটো বিলোপনৰ বাবে আগবঢ়াই দিয়া হল? মোৰ তাত লিখা কিবা ভূল হল নেকি? ভূল হল যদি ভূলটো কত হল জনাব! Assameseboy (বাৰ্তা) 14:28, 16 July 2021 (ইউ.টি.চি.)

@Assameseboy: আদ্ভিত্য (চলচিত্ৰ) ভুল শিৰোনাম হেতু তাক পুনঃনিৰ্দেশ কৰি শুধৰোৱা হৈছে৷ চিন্তা নকৰিব, পুনঃনিৰ্দেশ কৰা পৃষ্ঠাটোতহে বিলোপনৰ টেগ লগোৱা হৈছে, আপুনি লিখি থকা বা সৃষ্টি কৰা প্ৰবন্ধটোত নহয়৷ ধন্যবাদ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 14:59, 16 July 2021 (ইউ.টি.চি.)
ধন্যবাদ । মোৰ দ্ৱাৰা আজি আৰু এটা প্ৰবন্দ লিখা হল। নাম: মঙহ দহাৰ গোন্ধ। অনুগ্ৰহ কৰি এবাৰ চাব সকলো থিকে আছে নে? Assameseboy (বাৰ্তা) 15:14, 16 July 2021 (ইউ.টি.চি.)
@Assameseboy: আপোনাৰ তথ্যসূত্ৰ সংযোগ কৰাৰ নিয়মটো হোৱা নাই, বাকী ঠিকেই আছে৷ তথ্যসূত্ৰবোৰ কেনেকৈ দিয়া হয় তাৰ বাবে আপুনি হোমেন বৰগোহাঞি নামৰ প্ৰবন্ধটো খুলি চাব পাৰে বা মোলৈ kuldharrabha99@gmail.comত মেইল কৰিব পাৰে৷ ধন্যবাদ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 15:47, 16 July 2021 (ইউ.টি.চি.)

মই নতুনকৈ যোগ কৰিছো। শিকি আছো কথাবিলাগ। সেয়েহে আৰু কিছু কথা আছে সুধিবলে। তাৰমানে, আদ্ভিত্য (চলচিত্ৰ) আৰু আদ্ভিত্য (চলচ্চিত্ৰ) দুয়োখন বেলেগ প্ৰবন্ধ নেকি? অৰ্থাত্ , আদ্ভিত্য (চলচ্চিত্ৰ) প্ৰবন্ধটো বিলোপন নহয়? বানান ভূল হোৱাৰ বাবে আগতে যি নাম আছিল "আদ্ভিত্য (চলচিত্ৰ)" - সেই পেজখন হে বিলোপন হব। নহয় জানোঁ?

দ্বিতীয়তে, search engineত কেৱল Egnlishত থকা প্ৰবন্ধ বিলাকহে দেখোৱাই নেকি? সচৰাচতে, English প্ৰবন্ধ বিলাকহে দেখা পাওঁ বাবে প্ৰশ্নটো মনলে আহিছিল। Assameseboy (বাৰ্তা) 16:08, 16 July 2021 (ইউ.টি.চি.)

@Assameseboy: হয় ঠিকেই বুজিছে৷ বেলেগ প্ৰবন্ধ বুলি ক’ব নোৱাৰি৷ প্ৰবন্ধৰ শিৰোনামবোৰ কেতিয়াবা অজানিতে বা অমনোযোগিতাৰ বাবে ভুল হৈ যায়৷ তেনে পৰিস্থিতিত তাক পুনঃনিৰ্দেশ কৰি শুধৰণি কৰা হয় আৰু সেই ভুল শিৰোনামৰ পৃষ্ঠাটো এনেই জাবৰুৱা হৈ থকাতকৈ তাক বিলোপনৰ বাবে টেগ লগোৱা হয়৷

Search Engine -ৰ বিষয়ে মই ক’ব নোৱাৰিম৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 16:40, 16 July 2021 (ইউ.টি.চি.)

দক্ষিণ এছীয় সম্প্ৰদায়ৰ সৈতে প্ৰাৰ্থীসকলৰ মুখামুখী অনুষ্ঠান সম্পাদনা কৰক

প্ৰিয় সতীৰ্থ,
আপুনি নিশ্চয় জ্ঞাত যে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰশাসন পৰিচালনা কৰা বোৰ্ড অফ ট্ৰাষ্ট্ৰীজৰ ৪খন আসনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া চলি আছে। অহা ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ উক্ত আসন কেইখনৰ বাবে ভোটদান অনুষ্ঠিত হ’ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা মুঠ ২০জন প্ৰাৰ্থীয়ে ৩১ জুলাই ২০২১ তাৰিখ, শনিবাৰে ভাৰতীয় সময় আবেলি ৪.০০ বজাৰ পৰা ৬.৩০ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময় ১০.৩০ বজাৰ পৰা ১৩.০০ বজালৈ) দক্ষিণ এছীয় আৰু ই.এচ.ই.এ.পি. সম্প্ৰদায়ৰ সৈতে মুখামুখী হ’ব। এই অনুষ্ঠানত আপুনিও অংশগ্ৰহণ কৰিব পাৰে আৰু প্ৰাৰ্থীসকলৰ প্ৰতি কিবা প্ৰশ্ন থাকিলে সুধিব পাৰে।

মুখামুখী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অনুগ্ৰহ কৰি এই প্ৰপত্ৰখন পূৰাওক।বিশদ বিৱৰণৰ বাবে মেটাৰ এই পৃষ্ঠাটো চাওক।


নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 16:40, 29 July 2021 (UTC)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

বিদ্যায়তনিক গৰিমা পদক সম্পাদনা কৰক

 
বিদ্যায়তনিক গৰিমা পদক

প্রিয় বন্ধুবৰ, বিগত মাহটোত অসমৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়সমূহৰ তথ্যভিত্তিক প্ৰবন্ধ সৃষ্টিৰ দ্বাৰা ৱিকিপিডিয়ালৈ বহুমূলীয়া বৰঙণি আগবঢ়োৱাৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজ চিৰকৃতজ্ঞ। ইয়াৰে চিনস্বৰূপে এই পদকটিৰে আপোনাক ধন্যবাদ জনালোঁ। অসমীয়া ৱিকিমিডিয়া পৰিয়ালৰ হৈ -Nayan j Nath (বাৰ্তা) 18:49, 31 July 2021 (ইউ.টি.চি.)

@Nayan j Nath: ধন্যবাদ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 13:16, 1 August 2021 (ইউ.টি.চি.)

ৰামায়ণ কথকতা পদক সম্পাদনা কৰক

  ৰামায়ণ কথকতা পদক
প্ৰিয় সতীৰ্থ, শেহতীয়াকৈ আপুনি হিন্দু কিংবদন্তি, ৰামায়ণ বিষয়ক ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ সাৱলীল অনুবাদেৰে অসমীয়া ৱিকিপিডিয়াক অনন্য মাত্ৰা প্ৰদান কৰিছে। ৱিকিপিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই সামান্য পদকটি আগবঢ়ালোঁ‌। অসমীয়া ৱিকিপিডিয়া সমাজৰ হৈ- 𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 11:52, 1 August 2021 (ইউ.টি.চি.)
@Chiring chandan: ধন্যবাদ৷ 𝓚𝓾𝓵𝓭𝓱𝓪𝓻 𝓡𝓪𝓫𝓱𝓪 (বাৰ্তা) 13:16, 1 August 2021 (ইউ.টি.চি.)

Feedback for Mini edit-a-thons সম্পাদনা কৰক

Dear Wikimedian,

Hope everything is fine around you. If you remember that A2K organised a series of edit-a-thons last year and this year. These were only two days long edit-a-thons with different themes. Also, the working area or Wiki project was not restricted. Now, it's time to grab your feedback or opinions on this idea for further work. I would like to request you that please spend a few minutes filling this form out. You can find the form link here. You can fill the form by 31 August because your feedback is precious for us. Thank you MediaWiki message delivery (বাৰ্তা) 18:58, 16 August 2021 (ইউ.টি.চি.)

ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ ভোটদান আৰম্ভ হৈছে সম্পাদনা কৰক

প্ৰিয় Kuldhar Rabha/Archive,
আপোনাক জনাবলৈ পাই সুখী হৈছো যে ২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন বোৰ্ড অফ ট্ৰাষ্টীজ নিৰ্বাচনত ভোটদান কৰিবলৈ আপুনি যোগ্যতা অৰ্জন কৰিছে। ইতিমধ্যে ১৮ আগষ্টৰ ০০:০০ বজাৰ (আন্তঃৰাষ্ট্ৰীয় মান সময়) পৰা নিৰ্বাচন আৰম্ভ হৈছে আৰু ই ৩১ আগষ্টৰ ২৩:৫৯ বজালৈ (আন্তঃৰাষ্ট্ৰীয় মান সময়) চলিব। ৱিকি-সম্প্ৰদায়ৰ ভোটেৰে এই বছৰ চাৰিখন আসনৰ বাছনি হ’ব। আশা কৰোঁ, আপোনাৰ ভোটাধিকাৰ সাবস্ত্য কৰিব আৰু অধিক বিবিধতা আৰু দক্ষতাসম্পন্ন এখন ট্ৰাষ্টী বোৰ্ড গঠন কৰাত বিশেষ ভূমিকা ল’ব।

ভোটদানৰ তথ্য আৰু নিৰ্দেশনা ভোটদান তথ্য পৃষ্ঠাত আছে। ভোটদানৰ পূৰ্বে অনুগ্ৰহ কৰি বৰ্তমানৰ বোৰ্ডে কৰা প্ৰাৰ্থী উপস্থাপন আৰু দক্ষতা মূল্যায়নৰ বিষয়ে পঢ়ক। যোগ্য ভোটাৰসকলে মেটা-ৱিকিৰ চিকিওৰ পোললৈ গৈ ভোটদান কৰিব পাৰিব। ভোটদান সম্পৰ্কীয় নিৰ্দেশনাসমূহৰ বিষয়ৰ জানিবলৈ বিষয়ে জানিবলৈ "ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচন ২০২১" শীৰ্ষক পৃষ্ঠাটোও চাব পাৰে।
নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 02:25, 18 August 2021 (ইউ.টি.চি.)
টোকা: ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ কৰা প্ৰয়াসৰ অংশ হিচাপে আপুনি এই বাৰ্তাটো লাভ কৰিছে।

Mahatma Gandhi 2021 edit-a-thon to celebrate Mahatma Gandhi's birth anniversary সম্পাদনা কৰক

 
Mahatma Gandhi 2021 edit-a-thon

Dear Wikimedian,

Hope you are doing well. Glad to inform you that A2K is going to conduct a mini edit-a-thon to celebrate Mahatma Gandhi's birth anniversary. It is the second iteration of Mahatma Gandhi mini edit-a-thon. The edit-a-thon will be on the same dates 2nd and 3rd October (Weekend). During the last iteration, we had created or developed or uploaded content related to Mahatma Gandhi. This time, we will create or develop content about Mahatma Gandhi and any article directly related to the Indian Independence movement. The list of articles is given on the event page. Feel free to add more relevant articles to the list. The event is not restricted to any single Wikimedia project. For more information, you can visit the event page and if you have any questions or doubts email me at nitesh@cis-india.org. Thank you MediaWiki message delivery (বাৰ্তা) 17:32, 28 September 2021 (ইউ.টি.চি.)


WLWSA-2021 Newsletter #6 (Request to provide information) সম্পাদনা কৰক

Wiki Loves Women South Asia 2021
September 1 - September 30, 2021 view details!

 
Thank you for participating in the Wiki Loves Women South Asia 2021 contest. Please fill out this form and help us to complete the next steps including awarding prizes and certificates.

If you have any questions, feel free to reach out the organizing team via emailing @here or discuss on the Meta-wiki talk page

Regards,
Wiki Loves Women Team
06:26, 17 November 2021 (ইউ.টি.চি.)

সুস্মিতা সেন সম্পাদনা কৰক

সুস্মিতা সেন প্ৰবন্ধত মোৰ সম্পাদনা কিয় বাতিল কৰা হৈছিল? সুস্মিতা সেন এগৰাকী বঙালী।[1][2]MS Sakib  «কওক...» 08:39, 13 December 2021 (ইউ.টি.চি.)

তথ্য সংগ্ৰহ