Saddam Hussain Rahmani
26 September 2024 তাৰিখে যোগ দিছে
- ছাদ্দাম হুছাইন ৰহমানী (ইংৰাজী: Saddam Hussain Rahmani) হ'ল ভাৰতীয় শিক্ষাৰ্থী তথা অসমীয়া ৱিকিপিডিয়ান । তেওঁৰ জন্ম হয় ১০ জানুৱাৰী ২০০১ চনত শোণিতপুৰ জিলা, তেজপুৰ, অসমত।
- তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয় ওৰাংৰ ( শিক্ষা বিভাগত অধ্যায়ন কৰে) পৰা আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা। তেওঁৰ প্ৰথম অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টি আৰু লিখনি আৰম্ভ কৰে কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয় ওৰাং যিটো তেওঁৰ বহু দিনৰ পৰাই আগ্ৰহ প্ৰকাশ কৰিছিল।
- তেওঁৰ প্ৰকৃত নাম ছাদ্দাম হুছাইন। যিটো তেখেতৰ অসমীয়া ৱিকিপিডিয়াত ছাদ্দাম হুছাইন ৰহমানী নামেৰে জনাজাত।