সদস্য:Gitartha.bordoloi/coverত দিয়াৰ দৰে ইন্‌পুট বক্সটোৰ তলত সহায়িকা - বিষয়শ্ৰেণীসমূহ - অৰ্থকোষ - দায়লুপ্তি এইখিনি কথা ভৰাই দি পাৰে। — গীতাৰ্থ বৰদলৈ (talk)

ৱিকিপত্ৰিকা সম্পাদনা কৰক

অনুগ্ৰহ কৰি ৱিকিপিডিয়া:ৱিকিপত্ৰিকা চাওক আৰু আনসকলক জনাওক। — গীতাৰ্থ বৰদলৈ (talk) 17:39, 27 মাৰ্চ 2012 (UTC)

আৰে মই গোটেইবোৰ নিলিখোঁতো। সকলোৱে (ইউ ইন্‌ক্লুডিং) বাতৰিবোৰ লিখক। মই বিশেষ কাৰণত ফে'চবুক বন্ধ কৰি ৰাখিছোঁ, আপুনি তাত Share কৰি ৰাইজক বুজাই দিয়ক। পৰিসংখ্যা, তাৰিখ কিছুমান বিচাৰি উলিয়াব লাগিব। মই অহা দহদিনমান ব্যস্ত হৈ থাকিম, গতিকে আপুনি আগভাগ লওক। মই মাজে মাজে ভুমুকি মাৰিম। কৰ্মশালাৰ ঘটনাৱলীতো আগতে লিখি থোৱা আছেই। তাকে চমুৱাই ইয়াত ভৰাই দিলেই হ'ল। উদাহৰণৰ বাবে তাত দিয়া লিংকটো চাওক। (আপোনাৰ পুৰণা বাৰ্তাবোৰ আৰ্কাইভ কৰক, পৃষ্ঠা ল'ড হওঁতে বেছি সময় লাগিছে।) — গীতাৰ্থ বৰদলৈ (talk)

নিৰ্বাচিত ছবি সম্পাদনা কৰক

বেটুপাতত নিৰ্বাচিত ছবি দিবলৈ দুটা উপায় আছে। কমন্সত এমাহৰ বাবে আগতীয়াকৈ ছবিৰ সাঁচবোৰ থৈ দিয়া হয়। কাষ্ট'মাইজ্‌ড ব'ট লগাই সেইবোৰ ইয়ালৈ অনাব পাৰি (চাইপাওৱেহে পাৰিব)। নাইবা মেনুৱেলী এমাহৰ বাবে আমি সেইবোৰ তৈয়াৰ কৰি থ'ব পাৰোঁ (কামোৰ, কিন্তু অসম্ভৱ নহয়)। দ্বিতীয় উপায় হৈছে সাঁচটোৰ পৰা তাৰিখ আঁতৰাই দিয়া। তেতিয়া আমি দৈনিক সেইটো নসলাই "সপ্তাহটোৰ নিৰ্বাচিত ছবি" বা কেৱল "নিৰ্বাচিত ছবি" বুলি ৰাখি থ'ব পাৰোঁ। এইটো উপায় সদস্য:Gitartha.bordoloi/coverত কৰিছোঁ। মাজে মাজে সলাই থাকিলেই হ'ল! — গীতাৰ্থ বৰদলৈ (talk)

বেটুপাতত সহায় খিনি তলত আৰু পৰিচিতি খিনি ওপৰত হ’লে ভাল হ’ব নেকি? চিত্ৰখন (নিৰ্বাচিত ছবি) সংযোজন কৰিলে এইটো কথাও ভাবিবচোন দীপাংকৰ চেতিয়া বাৰ্তা 14:51, 28 মাৰ্চ 2012 (UTC)

বাৰু দীপাংকৰ চেতিয়া বাৰ্তা 14:58, 28 মাৰ্চ 2012 (UTC)

বিষ্ণু দা, আপুনি আৰম্ভ কৰা জ্যামিতিৰ প্ৰবন্ধ কেইটামান, ৱিকিমিডিয়া প্ৰকল্পৰ প্ৰবন্ধকেইটা, দুজনমান ভগৱানৰ প্ৰবন্ধ সাংঘাটিক চুটি হৈ আছে। চাবচোন! (বেজৰ নাকত খৰ :D) — গীতাৰ্থ বৰদলৈ (talk)

মই সৃষ্টি কৰাকেইটা উন্নত কৰাৰ কাম মাজে মাজে কৰিছোঁ। এতিয়া "জয়মতী"ৰ কাম চলি আছে। বাকীবোৰো সময় পালে হ'বগৈ। জীৱনী প্ৰবন্ধকেইটা অতি চুটি নহয় বাবে ইচ্ছা কৰিয়েই পোখালি টেগ্‌ লগোৱা নাই। জিলাকেইখন আচলতে অ'ৰিজিনেলী মোৰ নাছিল। বেলেগৰ কাম ঠিক কৰোঁতেহে সৃষ্টি হ'ল। সময় পালেহে চাম আৰু! :D — গীতাৰ্থ বৰদলৈ (talk)

[[1]]এই প্ৰৱন্ধটোত সাঁচ:Infobox officeholder টো কিবা কৰি দিবচোন। Debanjan ray (talk) 14:29, 31 মাৰ্চ 2012 (UTC)

তিনিটা ডিজাইন: এতিয়াৰখনৰ অলপ পৰিৱৰ্তন "সদস্য:Gitartha.bordoloi/cover", অম্লানৰ আইডিয়া "সদস্য:Gitartha.bordoloi/cover2", বাংলাখনৰ নিচিনাকৈ "সদস্য:Gitartha.bordoloi/cover3"। — গীতাৰ্থ বৰদলৈ (talk) 18:33, 31 মাৰ্চ 2012 (UTC)

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা পৃষ্ঠাখন অলপ ঠিক-ঠাক কৰিলোঁ। আৰু কিবা যোগ কৰিবলগা থাকিলে কৰিবচোন। — গীতাৰ্থ বৰদলৈ (talk) 10:13, 1 এপ্ৰিল 2012 (UTC)

Please check your email. ‍‍‍— গীতাৰ্থ বৰদলৈ (talk) 18:08, 2 এপ্ৰিল 2012 (UTC)

bisrin.tez@gmail.com ?
তাকে চাবলৈ কৈছোঁ।

Unicode fixes per request at the English Wikipedia সম্পাদনা কৰক

Hello. I see you want unicode fixes done here. I have tested a few changes, and I have just attempted using find and replace with AutoWikiBrowser, converting what Ucodebot usually converted. I could let Hazard-Bot run the changes here if you'd like, but it would be best if it had the bot flag, as it is a lot of edits. Hazard-SJ (talk) 21:55, 4 এপ্ৰিল 2012 (UTC)

I'm going to have to ignore the | → । changes, as they damage the wiki. However, Please verify the following: [2], [3]. Also, please check those that I have undone with the | → । changes, verifying the other changes (the changes excluding | → ।) are okay. Hazard-SJ (talk) 22:15, 4 এপ্ৰিল 2012 (UTC)
I would like to get this started, but I don't want to damage anything. I made a few more tests. Are these okay: [4], [5], [6], [7], [8], and [9]? If so, I will start making the changes with Hazard-Bot. Hazard-SJ (talk) 18:59, 6 এপ্ৰিল 2012 (UTC)
Okay. Do you have any specific words to be changed? Hazard-SJ (talk) 19:11, 6 এপ্ৰিল 2012 (UTC)

মই এইকেইদিনমান অলপ ব্যস্ত হৈ আছোঁ। সেয়ে ৱিকিত সময় দিব পৰা নাই। --অম্লান বসুমতাৰী (talk) 18:26, 6 এপ্ৰিল 2012 (UTC)

নাই হোৱা। final semester যে, কাম বাঢ়িছে। মে মাহৰ পাছত একেবাৰে আজৰি হম।

হে: হে: সেইটোত কি লিখিম ইমানদিনে ভাবিয়েই পোৱা নাছিলো।উদ্দীপতালুকদাৰ (talk) 18:46, 6 এপ্ৰিল 2012 (UTC)

I shall be busy elsewhere for a while, and am taking a sabbatical from AS Wikipedia. Are there issues I need to handle? Let me know in my talk page. চাইপাও 12:59, 7 এপ্ৰিল 2012 (UTC)

কেৱল তথ্যপেৰা থকা প্ৰবন্ধকেইটা ডিলিট কৰিলে সৰহভাগ দেশৰ প্ৰবন্ধ(?)কেইটাও মচিব লাগিব। ভাবি চাবচোন। --গীতাৰ্থ

আপোনাৰ কথা ৰাখিবলৈ নিশ্চয় চেষ্টা কৰিম। অসমীয়া ভাষাক সাৰ্বজনীন কৰাৰ বাবে বিশাল জনমত গঠনৰ পোষকতা কৰো। গৌতম শৰ্মা

গৌতম শৰ্মা সম্পাদনা কৰক

আচলতে অসমীয়া ৱিকিপিডিয়া সম্পৰ্কে আমাৰ সতীৰ্থ সকল বৰ্তমানেও ভালদৰে জ্ঞাত নহয় বাবে কিছু অসুবিধাৰ সৃষ্টি হৈছে। বিষয়টো সকলোৰে অৱগত হলে সতীৰ্থ নিশ্চয় বাঢ়িব। মই আশাবাদী।

আপল'ড বিকল্পসমূহৰ কোনটোত ক্লিক কৰিব লাগে

নামনি অসম সম্পাদনা কৰক

বিষ্ণু দা, নামনি অসম শীৰ্ষক লিখাটি মই অসমীয়ালৈ অনুবাদ কৰি দিম। সেই পৃষ্ঠাটো ডিলিট নকৰিব, অহা দেওবাৰৰ ভিতৰত হৈ যাব। তাত কেনেকৈ টেগ কৰে মই বুজি নাপালো, সেয়ে আপোনাক কৈছো।Ombre shadow (talk) 13:00, 12 এপ্ৰিল 2012 (UTC)

বিষ্ণু দা, নামনি অসম প্ৰবন্ধটো আপল’ড কৰিলো, চাই দিবছোন। ছবি কেইখন আপল’ড কৰিবলৈ এতিয়ালৈকে ভালদৰে জনা নাই, সেইটো এবাৰ চাই দিব। মোৰ ম’ডেম ৰাউটাৰ গোটেই সোপা কালি জলি থাকিলে, সেইকাৰনে যোৱাকালি কামটো কৰিব নোৱাৰিলো। :) Ombre shadow (talk) 09:00, 16 এপ্ৰিল 2012 (UTC)

ধন্যবাদ দাদা, হৈ গ’ল :).... Ombre shadow (talk) 09:27, 16 এপ্ৰিল 2012 (UTC)

পুৰণি পোখালিবোৰ বিলোপ কৰাৰ আগতে "পোখালি প্ৰকল্প" এটাৰ কথা বিবেচনা কৰিব লাগে। — গীতাৰ্থ বৰদলৈ (talk)

Re:Most important 1000 articles সম্পাদনা কৰক

চাম বাৰু। ‍‍— গীতাৰ্থ বৰদলৈ (talk)

Regarding to write something in this site. সম্পাদনা কৰক

Hi , This is bibekananda from Assam and now I am staying in Bangalore but I like this site and I want to write something here but I don't know how to get the software to write Assamese in computer So what I have to do now ? please advise me.

thank u Bibekananda Bhuyan

নতুন পৃষ্ঠা সম্পাদনা কৰক

নতুন পৃষ্ঠা এখন আৰম্ভ কৰোঁতে পৃষ্ঠাখনৰ ওপৰত এনেকৈ বাৰ্তা আহিছে: "সৃষ্টি কৰি থকা হৈছে অমুক"। তাৰ সলনি "অমুক পৃষ্ঠাখন সৃষ্টি কৰি থকা হৈছে" বুলি লিখিলেহে ভাল। চীষ্টেম মেছেজটো বিচাৰি চাব। — গীতাৰ্থ বৰদলৈ (talk) 10:42, 27 এপ্ৰিল 2012 (UTC)

চাও ৰ’বা, পিছে সেইবোৰ বিচাৰিবলৈ মহা জঞ্জাল| কতনো লুকাই থাকে জানো?  বিষ্ণু শ‍ইকীয়াবাৰ্তা 13:28, 27 এপ্ৰিল 2012 (UTC)
  কৰা হ'ল, কিন্তু অলপ সলালো দেই "$1 পৃষ্ঠাখন আপুনি সৃষ্টি কৰি আছে" বুলি লিখিলো, কেইদিন আগেয়ে নতুন সদস্য এজনে অলপ কনফিউজদ হৈছিল| এতিয়া দুয়োটা কাম একেলগে হ’ল|  বিষ্ণু শ‍ইকীয়াবাৰ্তা
ব্ৰাউজাৰ cache চাফা কৰাৰ পিছতো মই দেখোন আগৰ দৰেই দেখি আছোঁ! — গীতাৰ্থ বৰদলৈ (talk)
কিছু সময় লাগিব| অপেক্ষা কৰাচোন|

সাহিত্য অকাডেমি সম্পাদনা কৰক

এতিয়া চাওক: সাহিত্য অকাডেমি আৰু সাহিত্য অকাডেমি বঁটা— গীতাৰ্থ বৰদলৈ (talk) 19:45, 28 এপ্ৰিল 2012 (UTC)

চিত্ৰ শ্ৰেণী সম্পাদনা কৰক

শেহতীয়াকৈ ভাল ভাল ছবি কিছুমান আপল'ড হৈছে। আজিও অভিজিত কলিতা দায়ে কৰিছে। সেইবোৰ ভালকৈ শ্ৰেণীভুক্ত কৰিব লাগিছিল। আগৰ কিছুমান কৰা হৈছে নেকি? — গীতাৰ্থ বৰদলৈ (talk)

কিছুমান কৰা হৈছে| কিন্তু বেছিভাগ কৰা হোৱাই নাই| কৰিব লাগিছিল| মাজে সময়ে লাগি আছো| বিষ্ণু  বাৰ্তা  19:04, 29 এপ্ৰিল 2012 (UTC)

আলোকচিত্র প্রতিযোগীতা সম্পাদনা কৰক

বনজিত পাঠক আৰু উৎপল বৰুৱাক খবৰ দিয়া হৈছেনে? দ্বিজেন দাকো উপদেষ্টা মণ্ডলীত ৰাখিব লাগে। প্রভাকৰ শৰ্মা নেওগ (talk) 09:53, 1 মে' 2012 (UTC)

আগন্তুক প্ৰতিযোগিতাৰ উপদেষ্টা সংক্ৰান্তত সম্পাদনা কৰক

আগন্তুক প্ৰতিযোগিতাত মোক উপদেষ্টা সমিতিত ৰখাৰ বাবে যি প্ৰস্তাৱ কৰা হৈছে, সেই সংক্ৰান্তত মোৰ বিশেষ আপত্তি কৰিবলগীয়া নাই। উপদেষ্টা ৰূপে নহলেও অন্য প্ৰকাৰে সহায় কৰিব পাৰিলেও মই আনন্দিত হম।

বাবুল বৈশ্য 17:03, 1 মে' 2012 (UTC)

অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা সম্পাদনা কৰক

দাদা, অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতাত যোগদানৰ বাবে মই কেইখনমান ফটো আপল'ড কৰিছোঁ। মোকো তালিকাত ভৰাই দিব। প্ৰণৱ জ্যোতি ভূঞা (talk) 14:34, 5 মে' 2012 (UTC)

অ’ তুমি প্ৰকল্পপৃষ্ঠাটো ভালদৰে পঢ়ি চোৱা নাই ন? ইয়াত লিখা কথাখিনি এবাৰ পঢ়ি চোৱাচোন| নোৱাৰিলে ম‍ই বাকীখিনি কৰি দিম বাৰু| এইটো উদাহৰণ চোৱাচোন বিষ্ণু  বাৰ্তা  14:36, 5 মে' 2012 (UTC)

অত্যন্ত দুঃখিত দাদা। নিয়মাৱলীখন পঢ়িছিলো, কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ পইন্টটো এৰি গ'লোঁ। এতিয়া এডিট কৰি "অসমীয়া ৱিকিপিডিয়াৰ আলোকচিত্ৰ প্ৰতিযোগিতা" নামৰ বাচনিটোত ক্লিক কৰিব পৰা হ'বনে? জনাবচোন। প্ৰণৱ জ্যোতি ভূঞা (talk) 14:43, 5 মে' 2012 (UTC)


‌------------------- লিংকটো দিয়াৰ বাবে ধন্যবাদ। গৰু বিহুৰ চাতৰ ফটোখনত এডিত কৰিলোঁ। চাবচোন, ঠিকে থাকিলে বাকী কেইখনো কৰি দিম। ধন্যবাদ। প্ৰণৱ জ্যোতি ভূঞা (talk) 14:52, 5 মে' 2012 (UTC)


আপোনাৰ সহায়ৰ বাবে অশেষ ধন্যবাদ। প্ৰণৱ জ্যোতি ভূঞা (talk) 14:56, 5 মে' 2012 (UTC)

আলোকচিত্ৰ প্ৰতিযোগিতা.. সম্পাদনা কৰক

শ্ৰদ্ধাৰ বিষ্ণু দা, আপুনি দেখিছেই আলোকচিত্ৰ প্ৰতিযোগিতা-ৰ বাবে মই কেইখনমান ফটো ইতিমধ্যে আপলোদ কৰিছো... পাৰিলে আৰু কৰিম.. লগতে কৈ থওঁ, প্ৰবন্ধ কেইটামানো লিখিম... বিদ্যুৎৰ লুকাভাকুৰ বাবেহে লিখিব পৰা নাই... এতিয়ালৈকে মোৰখিনি ঠিকেই আছেনে বাৰু?

কৌশিক_বৰা (talk) 18:42, 10 মে' 2012 (UTC)

শ্ৰদ্ধাৰ শব্দটোনো কিয় লগালা বাৰু? ম‍ই চায়েই আছো| ভাল ভাল চিত্ৰ আপলোড কৰিছা| কিন্তু তুমি অভিজ্ঞ হিচাপে এটা অনুৰোধ কৰিম| চিঅত্ৰখিনি আপলোড কৰোতে বা পাছত সম্পাদনা কৰি ইয়াত দেখুৱাৰ দৰে দিবাচোন| এইটো বাধ্যতামূলক নহয় কিন্তু| আৰু বৰ্ননাত বিষয়বস্তৰ বিষয়ে আৰু অলপ বিস্তাৰিত ভাবে লিখিবা| ভাল হয়| প্ৰবন্ধ প্ৰতিযোগিতাত অংশ লোৱা| অলপ অলপকৈ হ’লেও লিখি যাব পাৰা| একো অসুবিধা নাই| কিন্তু প্ৰবন্ধৰ আৰম্ভনিত {{প্ৰবন্ধ প্ৰতিযোগিতা}} বুলি লিখী ৰাখিবা মাত্ৰ| বিষ্ণু বাৰ্তা 18:50, 10 মে' 2012 (UTC)

উত্তৰ দিছোঁ, চাবাঁ প্রভাকৰ শৰ্মা নেওগ (talk) 14:17, 11 মে' 2012 (UTC)

check your mail. — গীতাৰ্থ বৰদলৈ (talk) 18:01, 15 মে' 2012 (UTC)

গুৱাহাটী সন্মিলনৰ কাৰ্য্যসুচী সম্পাদনা কৰক

বিষ্ণু দা 26 তাৰিখে আৰু এখন মিটিং হব আলোচনা কৰিবলৈ, গতিকে তেতিয়ালৈকে সালসলনি নকৰাই ভাল হব, ইয়াতো আৰু ৱিকিতো, কাৰণ এইখিনি এখন মিটিংত লোৱা সিদ্ধান্ত। ৱিকিৰ পৃষ্ঠাটোৰ আলোচনাত আপুনি পৰামৰ্শ আগবঢ়াওক, 26 তাৰিখৰ মিটিংত চুৰান্ত সিধ্ধান্ত লোৱা হব। Jyoti Prakash Nath (talk) 13:21, 23 মে' 2012 (UTC)

সেয়েহে একেবাৰে সলনি নকৰি আলোচনা পৃষ্ঠাত লিখি ৰাখিলে ভাল হয়। Jyoti Prakash Nath (talk) 13:25, 23 মে' 2012 (UTC)
‎Bishnu Saikia দা যিহেতু কাৰ্য্যক্ৰমণিকা খন এখন সভাত ৰাইজে লোৱা সিদ্ধান্ত অনুসৰি তৈয়াৰ কৰা হৈছিল আৰু আপুনি সেই সভাখনত উপষ্ঠিত নাছিল গতিকে কাৰ্য্যক্ৰমণিকা খন আপোনাৰ ইচ্ছা অনুসৰি আপুনি ৱিকিৰ পৃষ্ঠাত সলনি কৰিব নালাগিছিল। আপুনি আপোনাৰ পৰামৰ্শ হে আগবঢ়াব লগিছিল। ইয়াৰ অৰ্থ এইটো হ'ল যে 22 জুন তাৰিখৰ সভাত ওপৰক্ত উপষ্ঠিত ব্যক্তি সকলে লোৱা সিদ্ধান্তৰ একো মুল্য নাথাকিল। আশাকৰো অহা 26 তাৰিখে হবলগীয়া আলোচনা সভাত আপূনি উপষ্ঠিত থাকিব। আৰু যিহেতু কৰ্মশালা অনুষ্ঠিত কৰিবলৈ আন এখন সমিতি গঠন কৰাৰ প্ৰস্তাব আমাৰ পাঁচজন কৰ্য্যকৰি সমিতিৰ পিনৰ পৰা লোৱা হৈছিল গতিকে সেইখন সমিতিৰ সিদ্ধান্ত অনুসৰি কাম বিলাক হবলৈ দিলে ভাল হয়। Jyoti Prakash Nath (talk) 06:17, 24 মে' 2012 (UTC)
ৱিকিপিডিয়া বাৰ্তা:সন্মিলন/গুৱাহাটী ২‎ চাওক| তাতেই উত্তৰ দিছো| বিষ্ণু বাৰ্তা

উঃ! নোৱাৰিছোঁ আৰু দেই। — গীতাৰ্থ বৰদলৈ (talk)

বহুত দিনৰ মূৰত আজি আজৰি হৈ, কাম কৰিম বুলি লৈছিলোহে এইবোৰ দেখি মনটো সেমেকি গ’ল দেই, আপুনি নাথাকিলে মোৰ উ‍ত্‍হাস যে বহুখিনি নোহোৱা যাব .... দীপাংকৰ চেতিয়া বাৰ্তা 17:00, 24 মে' 2012 (UTC)

কমন্সলৈ চিত্ৰ স্থানান্তৰ সম্পাদনা কৰক

কেনেকৈ সহায় কৰিব পাৰোঁ কব। পিছে মোৰ ৱিকিব্ৰেক কাইলৈৰ পৰা আকৌ আৰাম্ভ হব। --অম্লান বসুমতাৰী (talk) 19:33, 30 মে' 2012 (UTC)

ঠিক আছে বাৰু, মই যিমান পাৰোঁ সাৰাংশবোৰ ঠিক কৰিম। --অম্লান বসুমতাৰী (talk) 19:39, 30 মে' 2012 (UTC)

মোৰ আলোচনা পৃষ্ঠাত উত্তৰ দিছোঁ, চাবাঁ। প্রভাকৰ শৰ্মা নেওগ (talk) 17:03, 2 জুন 2012 (UTC)

ৱিকি কমন্স সম্পাদনা কৰক

বিষ্ণু, এইখিনি পঠালো। হৈছেনে জনাবা:

{{[[Template:

{]]}} দ্বিজেন মহন্ত সংবাদ
চালো দেই।কিন্তু মোৰে গণ্ডগোল এটা থাকি গ'ল। প্ৰৱেশ শব্দৰ ঠাইত "নিবন্ধন" হৈ থাকিল।
দ্বিজেন মহন্ত সংবাদ
বিষ্ণু, ৱিকিপিডিয়াৰ বেতুপাতৰ পৰা অসমীয়া ৱিকি কমন্সলৈ যাব নোৱাৰি নেকি? বেটুপাতৰ লিংকত ক্লিক কৰিলে দেখোন ইংৰাজী খনলৈহে নিয়ে! কিবা উপায় আছে নেকি ?
দ্বিজেন মহন্ত সংবাদ
পাৰিব দাদা, চাম ৰ’ব| আমাৰ আপ্লোড পক্ৰিয়াটোত অতি শীঘ্ৰেই কমন্সৰ লিংক দিয়া হ’ব| কমন্সত আৰু ইয়াতো "মোৰ পছন্দসমূহ" ত গৈ আপুনি As - অসমীয়া ভাষাটো চিলেক্ট কৰি থ’ব| বিষ্ণু শ‍ইকীয়া (বাৰ্তা) 14:12, 4 জুন 2012 (UTC)
বিষ্ণু, "মোৰ পচন্দসমুহ" As কৰা আছে।তথাপি গণ্ডগোল হয়।ৱিকি কমন্সৰ বেতুপাটত "আদৰণী"ৰ স্থানত "স্বাগতম" হৈ আছে।তাত ক্লিক কৰিলে বাংলা কমন্স পোৱাইগৈ দেখোন। চাবাছোন এবাৰ।আকৌ কমন্সৰ তলত থকা ৱিকিপিডিয়া"ত ক্লিক কৰিলে ইংৰাজীখনহে খোলে দেখোন। জানো কি হৈছে গুৱাহাটিৰ গাড়ীত উঠিলেও দেখোন কলিকতা বা ইংলণ্ড পোৱাই দিয়ে। :)
দ্বিজেন মহন্ত সংবাদ

ফটো আপলোড সম্পাদনা কৰক

মই এইমাত্ৰ আপলোড কৰা ফটোখন কমঞ্চৰ যোগ্য নহয়। এইখন copyrighted image (promotional material) used in low resolution (to be used in the infobox for identifying the product) that qualifies as fair use. আৰু মই বৰ্ননা দিছোঁ দেখুন!! --অম্লান বসুমতাৰী (talk) 13:09, 3 জুন 2012 (UTC)

এইখন চাওক: সদস্য:Gitartha.bordoloi/new cover ‍‍— গীতাৰ্থ বৰদলৈ (talk)

অসমীয়া ৱিকিপিডিয়া সম্পাদনা কৰক

বিষ্ণু দা, অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে প্ৰবন্ধ এটা লিখিব লাগিছিল। প্ৰতিষ্ঠা, ইতিহাস আদি সামৰি। যেনেকৈ ইংৰাজীৰ খনত প্ৰত্যেকখন ৱিকিপিডিয়া বিষয়ে প্ৰবন্থ আছে। en:English Wikipedia, en:German Wikipedia, en:Hindi Wikipedia, en:Tamil Wikipedia আদি। নিজৰ বিষয়েই প্ৰবন্ধ নাথাকিলে বেয়া দেখি। মই সময় দিব পৰা নাই সেয়ে আপোনাক আৰু গীতাৰ্থ দাক কৈছোঁ। --অম্লান বসুমতাৰী (talk) 10:00, 6 জুন 2012 (UTC)

হয় গীতাৰ্থ দাই কৰিম বুলি কৈছে। ধন্যবাদ। --অম্লান বসুমতাৰী (talk) 18:42, 6 জুন 2012 (UTC)

ৰাইজৰ বাটচ'ৰা, ৱিকিমিডিয়া কমন্স সম্পাদনা কৰক

‌এইখন চাবা।কিবা ভুল থাকিলে শুদ্ধ কৰি দিবা।

http://as.wikipedia.org/wiki/%E0%A6%B8%E0%A6%A6%E0%A6%B8%E0%A7%8D%E0%A6%AF:Dwijenmahanta/sandboxদ্বিজেন মহন্ত (talk) 13:45, 7 জুন 2012 (UTC)
তোমাৰ বাৰ্তা পালো।আৰু আছে যদি দিবা।বাংলা হলে বৰ অসুবিধা নাপাওঁ।অ এটা কথা পৃষ্ঠা খনত এঠাইত ভাষাগত নীতিমালা আৰু এঠাইত ভাষাগত নিতীনিৰ্দেশনা হৈ আছে।ঠিক কৰি দিবা।:দ্বিজেন মহন্ত সংবাদ
মই নিজেই কৰিলো দেই।:দ্বিজেন মহন্ত সংবাদ

ন সদস্য সকলৰ আদৰণি সম্পাদনা কৰক

বিষ্ণু, নতুন সদস্য সকলক আদৰণী জনাওতে নাম বোৰৰ ঠাইত নাম হৈ আছে।নামবোৰ অহা নাই।চাবাছোন।দ্বিজেন মহন্ত (talk) 13:00, 11 জুন 2012 (UTC)

দাদা. হাতত সময় কম আছে বাবে চমুপথ এটা অৱলম্বন কৰিছো| কোনেও আদৰণি নজনোৱাতকৈ এনেদৰে দিলেও কাম চলে| ধৰক নাই মোমাইতকৈ কণা মোমাই ভাল.... এই সমস্যাটো শীঘ্ৰেই আতৰাম বুলি আশা কৰো| কামত লাগি আছো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:21, 11 জুন 2012 (UTC)
ঠিক আছে। চকুত পৰা বাবে কৈ থলো।দ্বিজেন মহন্ত (talk) 16:56, 11 জুন 2012 (UTC)

যোকোনো পৃষ্ঠাৰ ওপৰত ওলাই থকা "অসমীয়া ৱিকিপিডিয়া -ৰ পৰা"টো গুচাই "অসমীয়া ৱিকিপিডিয়াৰ পৰা" কৰি দিয়কচোন। — গীতাৰ্থ বৰদলৈ (talk)

কৰিম ৰ’বা| বিচাৰিব লাগিব অলপ| এদিন বিচাৰি নাপালো| ক’ৰবাত লুকাই আছে সেইটো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 16:11, 14 জুন 2012 (UTC)

অনুজ্ঞাপত্ৰ সম্পাদনা কৰক

ফাইল আপল'ডৰ অনুজ্ঞাপত্ৰৰ কেইটামান কথাৰ ভাৰতীয়কৰণ কৰিব লাগিব। যেনে কপিৰাইট উকলা সময় ইয়াত ৬০ বছৰহে (আমেৰিকাত ১০০ বছৰ বুলি আছে)। গোটেইখিনি এবাৰ উদ্দীপ দাক সুধি ল'বচোন। — গীতাৰ্থ বৰদলৈ (talk) 19:48, 14 জুন 2012 (UTC)

বাৰু, আলোচনা কৰিম ৰ’বা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 19:50, 14 জুন 2012 (UTC)
মিডিয়া যোগৰ আলোচনামতে ইং ৱিকিৰ আপল'ড ৱিজাৰ্ডটো অসমীয়া ৱিকিত ব্যৱহাৰৰ কথা চিন্তা কৰিব পাৰে। তাত সম্পূৰ্ণ তথ্য নিদিয়ালৈকে আপল'ড নহয়। http://en.wikipedia.org/w/index.php?title=Wikipedia:File_Upload_Wizard&?withJS=MediaWiki:FileUploadWizard.js

— গীতাৰ্থ বৰদলৈ (talk)

অ’ কথাটো ঠিকেই কৈছা| পাছে ইংৰাজীখনৰ পদ্ধতিটো বৰ জটিল| পাছে এই বিষয়ত লাগি যিমান বুজিলো, বাগ ৰিপৰ্ট এটা চাবমিট নকৰাকৈ আমি আলল’ড ৱিজাৰ্ড ব্যৱহাৰ কৰিবলৈ সক্ষম নহম| কিবা ফলাফল পালে জনাম ৰ’বা| বিষ্ণু শ‍ইকীয়া বাৰ্তা 20:12, 14 জুন 2012 (UTC)

বিষ্ণু দা http://translatewiki.net/w/i.php?title=Special%3ATranslate&taction=translate&group=ext-0-wikimedia-main&language=as&limit=100&task=untranslated এই অনুবাদখিনি সোনকালে কৰিব লাগিছিল। চিজুৱে কৈ আছে। চাইপাও দাকো অনুৰোধ কৰিলোঁ, কাৰো সময়েই নাই দেখোন। — গীতাৰ্থ বৰদলৈ (talk) 17:50, 18 জুন 2012 (UTC)

কৰিম বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 17:55, 18 জুন 2012 (UTC)

প্ৰমোদ বৰুৱা সম্পাদনা কৰক

 
নমস্কাৰ, Bishnu Saikia। এই পৃষ্ঠাত আপোনালৈ নতুন বাৰ্তা আছে: Dwijenmahanta's talk page
আপুনি যিকোনো সময়ত  {{Talkback}} বা {{Tb}} সাঁচ মচি এই জাননী আঁতৰ কৰিব পাৰে

বেটুপাত ৰিভাইছ্‌ড সম্পাদনা কৰক

এইখন চাওক: সদস্য:Gitartha.bordoloi/cover3। নিৰ্বাচিত শিতানকেইটা বাওঁফালৈ আনিলোঁ, তেতিয়া ৱিকিপিডিয়াৰ ম'বাইল সংস্কৰণতো সেইবোৰ পঢ়িব পাৰি। "সহায়" চমুৱাই থ'লোঁ। — গীতাৰ্থ বৰদলৈ (talk) 10:12, 24 জুন 2012 (UTC)

ভাল, ম‍ই সেইটো লক্ষ্য কৰাই নাছিলো, আজিহে চাইছো... ঠিকেই আছে.. এতিয়া এইখন বেটুপাতত দি দিম নেকি? বিষ্ণু শ‍ইকীয়া বাৰ্তা 10:19, 24 জুন 2012 (UTC)

ৱিকি কমন্সত ফ'টো সম্পাদনা কৰক

ৱিকি কমন্সত ফটো আপল'ড কৰি শ্ৰেনী: নাটক বুলি দিলো। কিন্তু নাটক শ্ৰেনীটো নাই বুলি দেখুৱাই আৰু ৰঙা হৈ থাকে কিয় ?পাৰিলে সহায় কৰিবা।দ্বিজেন মহন্ত সংবাদ

তাত শ্ৰেণীটো বৰ্তমান ইংৰাজীতেই দিবচোন| পাছত দেখা যাব| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:31, 25 জুন 2012 (UTC)

ঠিক আছে বাৰু।"বিহু' নিজে বনালো।নহলে ইংৰাজীত Bihu বুলি আছিল।"নাটক" বনাবলৈ চেষ্টা কৰি আছো দেই। :)

দ্বিজেন মহন্ত সংবাদ

কটন কলেজ ৱিকিপদক সম্পাদনা কৰক

  তৃতীয় অসমীয়া ৱিকিসন্মিলনৰ ৱিকিপদক (১০ জুলাই, ২০১২, কটন কলেজ)
বন্ধুবৰ,
এই ৱিকিসন্মিলনত আপোনাৰ অৱদানৰ বাবে এই সামান্য সন্মান জনালোঁ।

কিন্তু আমি আমাৰ এই outreach effort অতুত ৰাখিব লাগিব। প্রভাকৰ শৰ্মা নেওগ (talk) 00:40, 5 জুলাই 2012 (UTC)

অসমৰ নগৰ-মহানগৰৰ সাঁচ সম্পাদনা কৰক

অসমৰ নগৰ-মহানগৰ শীৰ্ষক সাঁচটো বহুকেইটা ৱেবচাইটৰ সহায় লৈ তৈয়াৰ কৰা হৈছিল। কিন্তু এতিয়া দেখিছো,আপুনি সাঁচটো অসংখ্য ভুলেৰে সংশোধন কৰিছে। ৱিকিত অসমৰ নগৰ-মহানগৰ শীৰ্ষক প্ৰৱন্ধ এটাও আছে। সংশোধন কৰোঁতে ইয়াৰো সহায় লব পাৰিলেহেঁতেন। জাগুন, দিয়াংমুখ কেতিয়াৰপৰা নগৰ হ'ল?

ৱিকিপিডিয়া:ফাইল আপল’ড বিশেষজ্ঞৰ যোগেদি আপল'ড কৰিলে সম্পাদনা সাৰাংশত "Uploading a non-free logo using experimental File Upload Wizard" বুলি আহি গৈছে। "experimental"টো কাটিব লাগিছিল। শাৰীটো বিচাৰি পোৱা নাই। চাবছোন। লগতে পৃষ্ঠাখনত স্বয়ংক্ৰিয় সদস্য লেভেলৰ সুৰক্ষা লগাই দিয়ক। — গীতাৰ্থ বৰদলৈ (talk) 18:17, 15 আগষ্ট 2012 (UTC)

ঠিক আছে| চাওঁ ৰবা| সুৰক্ষা দিম বাৰু বিষ্ণু শ‍ইকীয়া বাৰ্তা 18:23, 15 আগষ্ট 2012 (UTC)
ৱিজাৰ্ডটোৱে আকৌ কাম নকৰা হৈছে। আপল'ড প্ৰপত্ৰ লিংকত ক্লিক কৰিলে একেখন পৃষ্ঠাকে ওলায়। — গীতাৰ্থ বৰদলৈ (talk) 06:49, 27 আগষ্ট 2012 (UTC)
I don't know the reason behind it. Give me some time to resolve the problem. Till then it will be better to assign another wizard for smooth correspondence of Assamese wikipedia. 15:49, 30 আগষ্ট 2012 (UTC)

শিৰোনামা পাঠ্য সম্পাদনা কৰক

enwiki template, Titanic, অসমীয়া বৰ্ণমালা সম্পাদনা কৰক

  1. What was the vandalism problem with R M S Titanic?
  2. Your modifications with enwiki template has 2 problems:
    1. Formatting problem: If u use this template inside a sentence, the sentence breaks into 2 paragraphs. (try using the template)
    2. The use of "W" instead of ইং ৱিকি might be confusing to new readers. (they might ask "what is the 'W'?". Again, using an image might end in different rendering s in different browsers, especially mobile phones. Lets stick to the "ইং ৱিকি" only.
  3. See talk page of অসমীয়া বৰ্ণমালা

প্রভাকৰ শৰ্মা নেওগ (talk) 02:50, 8 ছেপ্টেম্বৰ 2012 (UTC)

উত্তৰ
  • R M S Titanic’ৰ ইতিহাস চালে উত্তৰটো গম পাব|
  • ফেচবুকত কৰা আলোচনা অনুসৰি ইং ৱিকিটো শব্দটো হৈছিল, সমস্যাটি আজিহে চালো| ইং ৱিকি প্ৰতি শাৰীতেই আহি থাকিলে বেয়া দেখাই বুলি আপুয়্নিও সন্মতি দিছিল দেখোন| ম‍ই নিজস্বভাৱে অৱশ্যে চিহ্ন এটা দিছিলো| এতিয়া শুদ্ধৰাই দিম সেইটো|
  • অসমীয়া বৰ্ণমালাৰ প্ৰবন্ধটো একত্ৰীকৰণ কৰাৰ বাবে ময়ো সহমতি পোষণ কৰোঁ |

বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:58, 8 ছেপ্টেম্বৰ 2012 (UTC)

File:Translation Barnstar.svg সম্পাদনা কৰক

অনুবাদৰ পদকৰ অসমীয়া ৰূপ এটা বনাইছিলো, সেয়েহে অসমীয়া ৱিকিলৈ কমন্সৰ পেজটো আনিছিলো (Translation Barnstar.svg) পাছে তাত নতুন ৰূপ বোজাই কৰাৰ একো অপচন নাপালো, এনে পৃষ্ঠাখন ইয়াত বনালো, কিবা উপায় আছে নেকি বাৰু, updated version (অসমীয়া) এটা একে নামেৰে আপলোড কৰাৰ দীপাংকৰ চেতিয়া বাৰ্তা 12:18, 8 অক্টোবৰ 2012 (UTC)

ছবি ডিলিট সম্পাদনা কৰক

User:Sreejithk2000এ এনাজৰী , নীলা চৰাই, চুটী বুদ্ধি, সাহিত্য ড্ট অৰ্গ চবৰে image বোৰ ডিলিট কৰিলে, শুদ্ধ কপিৰাইট সাচঁ দিয়া হোৱা নাছিলনে কি ? নে সি অলপ ওস্তাদি দেখুৱালে বাৰু? দীপাংকৰ চেতিয়া বাৰ্তা 14:35, 10 অক্টোবৰ 2012 (UTC)

এ কথাটো বুজিলো, Commons ত আলোচনীৰ বেটুপাত বা স্ক্ৰিনসট দিব নোৱাৰি, এইবোৰক মুক্ত বুলি ধৰা নহয়, সেয়ে এইবোৰ নিজা ৱিকিত আপ্লোড কৰি উচিত কপিৰাইট দিয়া হয়| গতিকে এইখিনি ছবি পুনৰ অসমীয়া ৱিকিত আপ্লোড কৰিব লাগিব দীপাংকৰ চেতিয়া বাৰ্তা 14:42, 10 অক্টোবৰ 2012 (UTC)

অসমীয় ৱিকিপিডিয়াৰ বেটুপাতত ৱিকিউৎসৰ লিংকটো দিয়া আছে-- http://en.wikisource.org/wiki/Main_Page । লিংকটো খুলি অসমীয়া বস্তুবোৰ বিচাৰি নাপায় মোৰ আজি হাহাকাৰ লাগি গ'ল। কিবা search কৰিলেও Create the page বুলিহে আহে!! পিছতহে আচল কথাটো গম পালো....। এতিয়া থকা সেই লিংকটো সলাই এই লিংকটো দিব লাগিছিল-- http://wikisource.org/wiki/Main_Pageপংকজ জ্যোতি মহন্ত (talk) 21:32, 10 অক্টোবৰ 2012 (UTC)

এতিয়া চাওকচোন, কৰি দিলো| বিষ্ণু শ‍ইকীয়া বাৰ্তা 13:25, 11 অক্টোবৰ 2012 (UTC)

aji hathat yahoo mail kholote asamiya wikipidiyar katha manat paril. seyehe moi mor sadashya bhartir katha sinta karilo aru aji pratham ai batarito patha. asamiya scriptat kenekoi likhibalage atiao buji poa nai. agaloi setha karim . dhanyabad.

ভাঙনিৰ জাননী: FDC portal/Proposals/CentralNotice2012 সম্পাদনা কৰক

Hello Bishnu Saikia,

You are receiving this notification because you signed up as a translator to অসমীয়া, Bengali আৰু Hindi on Meta. The page FDC portal/Proposals/CentralNotice2012 is available for translation. You can translate it here:

The priority of this page is উচ্চ. The deadline for translating this page is 2012-10-15.

This banner will invite logged-in editors on all projects to participate in the current public review phase about funding requests by 12 organizations, regarding more than 10 million US dollars of donation money. (Questions about the translation notification system can be asked at [10], and you can manage your subscription at [11].)

Your help is greatly appreciated. Translators like you help Meta to function as a truly multilingual community.

Thank you!

Meta translation coordinators‎, 08:08, 14 অক্টোবৰ 2012 (UTC)

সকলো সাঁচকে ধৰি "MediaWiki:FileUploadWizard.js" পৃষ্ঠাখন নতুনকৈ কপী কৰকচোন। ইংৰাজী ৱিকিত এইখন: http://en.wikipedia.org/w/index.php?title=MediaWiki:FileUploadWizard.js&action=edit — গীতাৰ্থ বৰদলৈ (talk) 14:53, 15 অক্টোবৰ 2012 (UTC)

ঠিক আছে| মিডিয়াৱিকি খনহে মেইন| তাতেই খেলিমেলি হ’ব পাৰে কিবা| আকৌ চাও বাৰু| বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:55, 15 অক্টোবৰ 2012 (UTC)
এতিয়া খোল খাইছে। কিন্তু তাৰ আগতে "element not found:NFARTICLEok" বুলি ৱিণ্ড' এখন আহে। — গীতাৰ্থ বৰদলৈ (talk) 15:15, 15 অক্টোবৰ 2012 (UTC)
অ’ তাকেই, স্ক্ৰীপ্তটো ভালদৰে চাব লাগিব| বলে পাৰো যদি ঠিক কৰিম| বিষ্ণু শ‍ইকীয়া বাৰ্তা 15:17, 15 অক্টোবৰ 2012 (UTC)

হাৰমাইনি গ্ৰিঞ্জাৰ সম্পাদনা কৰক

বাৰ্তা:হাৰমাইনি গ্ৰিঞ্জাৰ চাবাঁচোন প্রভাকৰ শৰ্মা নেওগ (talk) 06:45, 16 অক্টোবৰ 2012 (UTC)

স্বাভাৱিক সংখ্যা সম্পাদনা কৰক

স্বাভাবিক সংখ্যাটো স্বাভাৱিক সংখ্যা কৰিব পৰা যাবনে? স্বাভাৱিক সংখ্যাটোহে শুদ্ধ। পাৰি যদি কৰি দিয়াচোন।

  দস্তখত কৰিবলৈ পাহৰিছিলো।  পংকজ জ্যোতি মহন্ত (talk) 18:13, 16 অক্টোবৰ 2012 (UTC)

বেটুপাতৰ নিৰ্বাচিত প্ৰবন্ধটোৰ দিয়া অংশখিনি চুটি কৰিব লাগিব। নিৰ্বাচিত ছবিৰ বাবে পথালি ছবি এখন দিয়া ভাল। এই দুটা কাৰণত বেটুপাতৰ সোঁঅংশটোৰ তলত বহুত খালী ঠাই থাকি গৈছে। বেয়া দেখি। — গীতাৰ্থ বৰদলৈ (talk) 11:22, 17 অক্টোবৰ 2012 (UTC)

প্ৰবন্ধটোৰ অংশ অলপ চুটি কৰিলোঁ। ছবিখন সলাই চাব লাগিব। নহ'লে বেটুপাতৰ সোঁফালে আৰু কিবা দিব পাৰি নেকি চিন্তা কৰিব। — গীতাৰ্থ বৰদলৈ (talk) 11:49, 17 অক্টোবৰ 2012 (UTC)
ঠিক আছে| বিষ্ণু শ‍ইকীয়া বাৰ্তা 12:47, 17 অক্টোবৰ 2012 (UTC)

ফাইল আপল'ড ৱিজাৰ্ডত অ-মুক্ত মিডিয়াৰ বাবে থকা গোটেইবোৰ কথা অনুবাদ কৰিমনে? — গীতাৰ্থ বৰদলৈ (talk) 11:08, 21 অক্টোবৰ 2012 (UTC)

যথাসম্ভৱ অনুবাদ কৰা উচিত| দেখিবলৈকো ভাল আৰু ৰাইজে বুজিবলৈকো ভাল পাব| বিষ্ণু শইকীয়া 11:14, 21 অক্টোবৰ 2012 (UTC)

ভাঙনিৰ জাননী: Fundraising 2012/Translation/AdrianneW Appeal সম্পাদনা কৰক

Hello Bishnu Saikia,

You are receiving this notification because you signed up as a translator to অসমীয়া on Meta. The page Fundraising 2012/Translation/AdrianneW Appeal is available for translation. You can translate it here:

The priority of this page is মধ্যম. The deadline for translating this page is 2012-10-31.

Your help is greatly appreciated. Translators like you help Meta to function as a truly multilingual community.

Thank you!

Meta translation coordinators‎, 17:14, 23 অক্টোবৰ 2012 (UTC)
"Bishnu Saikia/সংৰক্ষণ ২"ৰ সদস্য পৃষ্ঠালৈ উভতি যাওক।