অসমীয়া-বাংলা আন্তঃৱিকি সহযোগিতামূলক সম্পাদনা মেলা ২০২৪

বাংলা ৱিকিপিডিয়াৰ সৈতে আন্তঃৱিকি সহযোগিতামূলক কাম হিচাপে ২০২৪ চনৰ ৪ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ সাতদিনীয়া এক এডিটাথনৰ আয়োজন কৰা হৈছে। এই এডিটাথনত অসমীয়া ৱিকিপিডিয়াত নথকা বা অতি চমুকৈ উল্লেখ থকা বাংলামূলৰ উল্লেখযোগ্য ব্যক্তিৰ জীৱনীৰ অনুবাদ কৰা বা বহলাই লিখা হ’ব।

প্ৰবন্ধৰ তালিকা সম্পাদনা কৰক

বিস্তাৰ কৰা প্ৰবন্ধ সম্পাদনা কৰক

নতুনকৈ লিখা/অনুবাদ কৰা প্ৰবন্ধ সম্পাদনা কৰক

অংশগ্ৰহণ সম্পাদনা কৰক

নিয়মাৱলী সম্পাদনা কৰক

  • এই এডিটাথন সকলোৰে বাবে মুকলি। ৱিকিপিডিয়াত সম্পাদনা কৰিব জনা সকলো ব্যৱহাৰকাৰীয়ে লগইন কৰাৰ পাছত ইয়াত ভাগ ল’ব পাৰিব।
  • প্ৰবন্ধসমূহ ৪ জানুৱাৰীৰ পুৱা ১২ বজাৰ পৰা ১০ জানুৱাৰীৰ নিশা ১২ বজাৰ ভিতৰত বিস্তাৰ, অনুবাদ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহ ৱিকিপিডিয়াৰ নীতি অনুসৰি সঠিক তথ্যসূত্ৰ (অতি কমেও তিনিটা) সহকাৰে নিৰপেক্ষ হিচাপে বিস্তাৰ অথবা সৃষ্টি কৰিব লাগিব।
  • প্ৰবন্ধসমূহত কোনোধৰণৰ কপিৰাইট উলংঘন তথা উল্লেখনীয় সমস্যা থাকিব নালাগিব।
  • প্ৰবন্ধসমূহে বাংলামূলৰ উল্লেখযোগ্য ব্যক্তিত্বক প্ৰতিনিধিত্ব কৰিব লাগিব।
  • অতি চমুকৈ লিখা প্ৰবন্ধ সমূহ (৩০০ শব্দতকৈ কম) সম্পাদনা মেলাৰ অংশ হিচাপে বিবেচিত নহ'ব।

পুৰস্কাৰ সম্পাদনা কৰক

সহযোগিতামূলক কামৰ বাবে বাংলা ৱিকিপিডিয়াৰ আয়োজকৰ ফালৰ পৰা অংশগ্ৰহণকাৰীসকলক ডিজিটেল মানপত্ৰ আৰু বাৰ্ণষ্টাৰ প্ৰদান কৰা হ'ব।

প্ৰবন্ধ জমা দিয়ক সম্পাদনা কৰক

সমন্বয়ক সম্পাদনা কৰক

প্ৰবন্ধ পৰীক্ষক সম্পাদনা কৰক

অংশগ্ৰহণকাৰীসকল‎ সম্পাদনা কৰক

  1. MS Sakib (talk · contribs · email)
  2. দিব্য দত্ত (বাৰ্তা)
  3. ঈশান জ্যোতি বৰা (বাৰ্তা) 15:46, 2 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Nayan j Nath (বাৰ্তা) 13:12, 3 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. BhuyanBhaskar (বাৰ্তা) 13:18, 3 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. Pranamikaadhikary (বাৰ্তা) 13:45, 3 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. - অজয়  কথা-বতৰা 14:18, 3 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. Rumi Borah~aswiki (বাৰ্তা) 00:53, 4 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. দিপাংকৰ দাস (বাৰ্তা) 13:18, 4 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. Mousumi.Das (বাৰ্তা) 11:00, 4 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. {{u|সৌৰভ}} বাৰ্তা 07:43, 5 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. জয়শ্রীরাম সরকার (বাৰ্তা) 11:16, 5 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13. JyotiPN (বাৰ্তা) 18:23, 5 January 2024 (ইউ.টি.চি.)JyotiPN[উত্তৰ দিয়ক]
  14. হানিফ আলী (বাৰ্তা) 05:38, 9 January 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]