ৱিকিপিডিয়া:অসমীয়া ৱিকিমিডিয়া মেণ্টৰশ্বিপ কাৰ্যসূচী

বিভিন্ন অসমীয়া ৱিকিমিডিয়া প্ৰকল্পত অৱদান আগবঢ়াবলৈ আগ্ৰহী যিকোনো নতুন ব্যক্তিক সহায় আৰু পথ প্ৰদৰ্শনৰ বাবে অসমীয়া ৱিকিমিডিয়া সম্প্ৰদায়ৰ উদ্যোগত ৱিকিসংযোগ নামৰ এই মেণ্টৰশ্বিপ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই পদক্ষেপৰ লক্ষ্য হৈছে নতুন অৱদানকাৰীসকলক প্ৰয়োজনীয় পথ প্ৰদৰ্শন, প্ৰশিক্ষণ, আৰু মুক্তভাৱে প্ৰশ্ন সুধিবলৈ আৰু সহায় বিচাৰিবলৈ আদৰণীয় পৰিৱেশ প্ৰদান কৰি উৎসাহিত কৰা।

উদ্দেশ্য

সম্পাদনা কৰক

অসমীয়া ৱিকিৰ বিষয়ে জানিলেও বা এই প্ৰকল্পবোৰত কাম কৰিবলৈ আগ্ৰহী হ'লেও কেনেকৈ আগবাঢ়িব সেইবিষয়ে বহুতে নাজানে। লগতে দৈনন্দিন ব্যস্ততাত এইক্ষেত্ৰত নিজা উদ্যোগ লৈ কিবা এটা কৰিবলৈ সময়-সুবিধা নহয়গৈ। সেয়ে নতুন আৰু আগ্ৰহী সদস্যসকলে প্ৰয়োজন অনুসৰি নিসংকোচে দৰকাৰী কথাবোৰ সুধি-বুজি ল'বলৈ এই মেণ্টৰশ্বিপ কাৰ্যসূচী লোৱা হৈছে। এই আঁচনিৰ অধীনত আগ্ৰহী সক্ৰিয় সদস্যই নতুন সদস্যক দিহা-পৰামৰ্শ আৰু প্ৰয়োজন অনুসৰি প্ৰশিক্ষণ দি ৱিকিত সক্ৰিয় কৰি তোলাৰ চেষ্টা কৰিব।

সময়সীমা

সম্পাদনা কৰক
  • মেণ্টি নিৰ্বাচন: ছেপ্টেম্বৰ, ২০২৪
  • মেণ্টৰশ্বিপ প্ৰকল্প: ১ অক্টোবৰ - ৩১ ডিচেম্বৰ, ২০২৪

প্ৰকল্প প্ৰবন্ধক

সম্পাদনা কৰক

সমন্বয়ক

সম্পাদনা কৰক

নিৰ্বাচন

সম্পাদনা কৰক
  • মেণ্টৰশ্বিপৰ বাবে আগ্ৰহী সক্ৰিয় সদস্যই যিকোনো ৱিকি প্ৰকল্পতে মেণ্টৰৰূপে অংশ ল'ব পাৰিব।
  • প্ৰত্যেক মেণ্টৰে তিনিগৰাকীলৈকে নতুন সদস্যক সহায় কৰিবলৈ বাচি ল'ব পাৰে। কোনো মেণ্টৰে তাতোধিক সম্ভাব্য মেণ্টি পালে তেওঁলোকক অন্য মেণ্টৰৰ সৈতে প্ৰশিক্ষণ ল'বলৈ পৰামৰ্শ আগবঢ়াব পাৰে।
  • মেণ্টৰ হ'বলৈ ৱিকিৰ কোনো বিশেষ প্ৰকল্পত দক্ষতা বা কাৰিকৰী পাৰদৰ্শিতাৰ প্ৰয়োজন নাই। দৰকাৰী সকলো বিষয়তে মেণ্টৰসকলে প্ৰত্যেকে প্ৰত্যেকক সহায় কৰিব। প্ৰয়োজন অনুসাৰে ৱিকিক্লাছৰ আয়োজন কৰি সকলো মেণ্টিক একেলগেও শিকাব পৰা যাব।
  • অসমীয়া ৱিকিত কাম কৰিবলৈ আগ্ৰহী যিকোনো লোকেই মেণ্টিৰূপে অংশ ল'ব পাৰিব। এই প্ৰকল্পত অংশ ল'বলৈ কোনোধৰণৰ শিক্ষাগত অৰ্হতা বা বয়সৰ বাধ্যবাধকতা নাই। মাথোঁ প্ৰয়োজন অসমীয়া ভাষাৰ বাবে স্বেচ্ছাসেৱী হিচাপে কাম কৰাৰ আগ্ৰহ আৰু ইণ্টাৰনেট সংযোগ।
  • এই প্ৰকল্পত অংশগ্ৰহণৰ বাবে কোনো মাচুলৰ প্ৰয়োজন নাই।
  • এই প্ৰকল্পৰ বাবে সময় বা ঠাইৰ কোনো বাধ্যবাধকতা নাই। পৃথিৱীৰ যিকোনো ঠাইৰ পৰাই এই প্ৰকল্পত অংশ ল'ব পাৰিব। নিজৰ সময়-সুবিধা অনুযায়ী ৱিকিৰ যিকোনো প্ৰকল্পৰ কাম শিকিব পাৰিব।

দায়িত্ব

সম্পাদনা কৰক

যিহেতু মেণ্টৰ আৰু মেণ্টিৰ সম্পৰ্কই এই প্ৰকল্পৰ সফলতা নিৰ্ণয় কৰিব, সেয়ে মেণ্টৰে মেণ্টি নিৰ্বাচন কৰাৰ আগেয়ে ব্যক্তিগতভাৱে চা-চিনাকি হৈ কথা-বতৰা পাতিবলৈ উৎসাহ জনোৱা হৈছে। সম্ভাব্য মেণ্টিগৰাকী ৱিকিৰ কামত কিয় আগ্ৰহী, কোন প্ৰকল্পত আগ্ৰহী, কিমান সময় দিব পাৰিব বা কেনে সহায়ৰ দৰকাৰ সকলোখিনি জানি লৈহে বাছনি কৰিলে ভাল।

  • প্ৰথমেই মেণ্টিৰ পৰা ৱিকিৰ কোন প্ৰকল্পত কাম শিকাৰ আগ্ৰহ আৰু কেনেধৰণৰ সহায়ৰ প্ৰয়োজন সেই বিষয়ে ব্যক্তিগতভাৱে যোগাযোগ কৰি সম্যক ধাৰণা ল'ব।
  • মেণ্টিৰ আগ্ৰহ অনুযায়ী প্ৰকল্পৰ কাম কাজ শিকাব আৰু সময়ে-সময়ে অগ্ৰগতিৰ খতিয়ান ল'ব। প্ৰয়োজন অনুসাৰে অন্য মেণ্টৰৰ পৰা সহায় লোৱাতো দিহা-পৰামৰ্শ যোগাব।
  • মেণ্টৰশ্বিপৰ সমগ্ৰ সময়ছোৱাত মেণ্টৰ আৰু মেণ্টি দুয়ো সময়-সুবিধা মিলাই অনলাইন বা অফলাইন নিয়মীয়া যোগাযোগ অব্যাহত ৰাখিব।
  • মেণ্টিয়ে ৱিকিৰ যিকোনো প্ৰকল্পত অৱদানৰ বাবে বাচি ল'ব। মেণ্টৰৰ সৈতে কথা-বতৰা হৈ তিনিমাহত কি শিকিব বিচাৰে আৰু কিমান সময় দিব পাৰিব সেইবিষয়ে এটা পৰিকল্পনা কৰি ল'ব।
  • মেণ্টিয়ে এই প্ৰকল্পত যোগদান কৰিলে মেণ্টৰশ্বিপৰ সমগ্ৰ সময়ছোৱা (৩১ ডিচেম্বৰ, ২০২৪ লৈ)ত অংশ লোৱাৰ বাবে দায়বদ্ধ থাকিব। এই প্ৰকল্প অসম্পূৰ্ণকৈ এৰি নিদিয়াৰ বাবে সাধ্যানুসৰি চেষ্টা কৰিব।
  • মেণ্টৰশ্বিপৰ সময়ছোৱাত সুযোগ-সুবিধা মিলাই যথাসম্ভৱ ৱিকিত অৱদান আগবঢ়োৱাৰ চেষ্টা কৰিব।
  • এই প্ৰকল্পৰ সকলো মেণ্টৰ যিহেতু ৱিকিৰ স্বেচ্ছাসেৱক, তেওঁলোকে দৈনন্দিন ব্যস্ততাৰ মাজতো এই প্ৰকল্পৰ বাবে দিয়া সময় আৰু প্ৰচেষ্টাৰ মূল্য বুজি মেণ্টিসকলে সহায়-সহযোগিতা আগবঢ়াব।

মেণ্টৰ আৰু মেণ্টিৰ তালিকা

সম্পাদনা কৰক
অসমীয়া ৱিকিত মেণ্টৰশ্বিপ
ক্ৰমিক নং মেণ্টৰ মেণ্টি মেণ্টিৰ সম্পাদনা পৰিসংখ্যা
দিব্য দত্ত মালবিকা ভট্টাচাৰ্য্য
হিমাশ্ৰী বৰা
মনজ্যোতি চেতিয়া
-

হিমাশ্ৰী বৰাৰ সম্পাদনা পৰিসংখ্যা
মনজ্যোতি চেতিয়াৰ সম্পাদনা পৰিসংখ্যা

চাণক্য কুমাৰ দাস প্ৰণামিকা অধিকাৰী
মৃণাল ঠাকুৰীয়া
বিপাশা বৰা
-

মৃণাল ঠাকুৰীয়াৰ সম্পাদনা পৰিসংখ্যা
বিপাশা বৰাৰ সম্পাদনা পৰিসংখ্যা

জলি ৰুমী বৰা গীতাশ্ৰী গগৈ আপ্তে
অঞ্জুমণি শইকীয়া
পাপৰি বৰা

-
অঞ্জুমণি শইকীয়াৰ সম্পাদনা পৰিসংখ্যা
পাপৰি বৰাৰ সম্পাদনা পৰিসংখ্যা

প্ৰণামিকা অধিকাৰী কুমুদ ঘোষ
অসীম শইকীয়া
মিনাক্ষী গগৈ
গীতাৰ্থী হাজৰিকা
দিম্পল দাস
নীলিম আকাশ কাশ্যপ
কুমুদ ঘোষৰ সম্পাদনা পৰিসংখ্যা

অসীম শইকীয়াৰ সম্পাদনা পৰিসংখ্যা
-
গীতাৰ্থী হাজৰিকাৰ সম্পাদনা পৰিসংখ্যা
দিম্পল দাসৰ সম্পাদনা পৰিসংখ্যা
-

নয়ন জ্যোতি নাথ পল্লৱ কুমাৰ নাথ
ৰাকেশ মোদক
ৰুমী বৰা
ধীমান বৰ্মন
শেখৰ মুৰ্মু
প্ৰিয়ংকা শইকীয়া

পল্লৱ কুমাৰ নাথৰ সম্পাদনা পৰিসংখ্যা
ৰাকেশ মোদকৰ সম্পাদনা পৰিসংখ্যা
-
-
-
প্ৰিয়ংকা শইকীয়াৰ সম্পাদনা পৰিসংখ্যা

বাবুল বৈশ্য জ্যোতি চিৰিং
দীপাংকৰ দাস
-

দীপাংকৰ দাসৰ সম্পাদনা সংখ্যা

ঈশান জ্যোতি বৰা বিভূতি গগৈ
পৱিত্ৰ তাঁতী
বিবেকানন্দ চৌধুৰী
দেৱাশ্ৰী বৰা
তন্দ্ৰালী বৰা
বিভূতি গগৈৰ সম্পাদনা সংখ্যা

পৱিত্ৰ তাঁতীৰ সম্পাদনা পৰিসংখ্যা
-
-

ৰুমী বৰা নৰুনা বৰুৱা
সুস্মিতা লেখাৰু
নৰুনা বৰুৱাৰ সম্পাদনা সংখ্যা
সুস্মিতা লেখাৰুৰ সম্পাদনা সংখ্যা
অজয় দাস সুদীপ্ত গগৈ
পৱন বৰ্মন
ডিম্পী হাজৰিকা
ছালামত হাছান
জিত দাস
-

পৱন বৰ্মনৰ সম্পাদনা পৰিসংখ্যা
-
ছালামত হাছানৰ সম্পাদনা পৰিসংখ্যা
জিত দাসৰ সম্পাদনা পৰিসংখ্যা

১০ কুলধৰ ৰাভা হীৰক জ্যোতি মেধী হীৰক জ্যোতি মেধীৰ সম্পাদনা পৰিসংখ্যা
১১ গীতাৰ্থ বৰদলৈ দীপেন বৰুৱা
ৰাজা দত্ত
জোনালী বৰুৱা
জ্যোতি বড়া
পংকজ খনিকৰ
দীপেন বৰুৱাৰ সম্পাদনা পৰিসংখ্যা

-
-
জ্যোতি বড়াৰ সম্পাদনা পৰিসংখ্যা
পংকজ খনিকৰৰ সম্পাদনা পৰিসংখ্যা

১২ জোনালী বৰুৱা ছাদ্দাম হুছেইন ৰহমানী
কেশৱ ফুকন
ৰিনী চক্ৰৱৰ্তী শৰ্মা
মৃগাংক বৰুৱা
ছাদ্দাম হুছেইন ৰহমানীৰ সম্পাদনা পৰিসংখ্যা

কেশৱ ফুকনৰ সম্পাদনা পৰিসংখ্যা
ৰিনী চক্ৰৱৰ্তী শৰ্মাৰ সম্পাদনা পৰিসংখ্যা
-

১৩ গীতাশ্ৰী গগৈ আপ্তে জুলী দত্ত
অনামিকা বৰা
প়্ৰণামী দত্ত
-

-
প়্ৰণামী দত্তৰ সম্পাদনা পৰিসংখ্যা

১৪ ভাস্কৰ ভূঞা আস্কৰ আলী
পৰিস্মৃতা গগৈ
বিশ্ব ভাগৱতী
উৎপল দত্ত
নিপন নিয়ৰ শেনছোৱা

আস্কৰ আলীৰ সম্পাদনা পৰিসংখ্যা
-
-
-
নিপন নিয়ৰ শেনছোৱাৰ সম্পাদনা সংখ্যা

১৫ যদুমণি গগৈ গৌৰিত গগৈ
মৌচুমী গগৈ
১৬ ৰাজেন দাস অনামিকা বৰা
১৭ ৰাম কিংকৰ মহন্ত ধ্ৰুৱজ্যোতি তামুলী
ৰূপম গগৈ
১৮ সৌৰভ সাহা
সৰ্বমুঠ মেণ্টি ৫৮

মূল কৰ্মসূচী

সম্পাদনা কৰক
  • প্ৰকল্পৰ আৰম্ভণিতে এখন ৱিকিসভা আহবান কৰি সকলো নতুন সদস্যৰ আদৰণি জনাই এই প্ৰকল্পৰ এক সামগ্ৰিক ধাৰণা দিয়া হ'ব। সভাৰ প্ৰস্তাৱিত তাৰিখ: ২৯ ছেপ্টেম্বৰ, ২০২৪
  • প্ৰকল্পৰ সামৰণিত মেণ্টৰ আৰু মেণ্টি দুয়োৰে অৱদানৰ স্বীকৃতি আৰু সক্ৰিয়তা অব্যাহত ৰখাৰ পৰিকল্পনা আদি সামৰি এখন ৱিকিসভা অনুষ্ঠিত কৰা হ'ব। সভাৰ প্ৰস্তাৱিত তাৰিখ: জানুৱাৰী, ২০২৫
  • মেণ্টৰশ্বিপৰ সমগ্ৰ সময়ছোৱাত প্ৰতিগৰাকী মেণ্টৰে নতুন সদস্যসকলৰ সৈতে কমেওে প্ৰতিমাহ এবাৰকৈ হ'লেও অনলাইন বা অফলাইন লগ হৈ ৱিকিত কাম কৰিবলৈ সহায়-দিহা-পৰামৰ্শ আগবঢ়াব।

বিস্তৃত কৰ্মসূচী

সম্পাদনা কৰক

বন্ধনীৰ ভিতৰত দিয়া দিনবোৰৰ দ্বাৰা 'অতিকমেও' বুজোৱা হৈছে।

(১) সদস্য বাছনি

(২) ৱিকিমিডিয়াৰ প্ৰকল্পসমূহৰ আভাস

প্ৰথম পৰ্যায়
  • ৱিকিপিডিয়াৰ বিস্তৃত পৰিচয়
  • ৱিকিপিডিয়াত সদস্যৰ পৃষ্ঠা সৃষ্টি, সাধাৰণ সম্পাদনা, নতুন প্ৰবন্ধ সৃষ্টি, ইত্যাদি
  • ৱিকিপিডিয়াত ফটো সংযোজন
দ্বিতীয় পৰ্যায়
  • আন ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংশোধন, শ্ৰেণীকৰণ
  • ইংৰাজী ৱিকিপিডিয়াৰ পৰিচয়
  • ইংৰাজী ৱিকিপিডিয়াৰ পৰা প্ৰবন্ধ অনুবাদ আৰু অনুবাদৰ ভিন্ন কৌশল/পদ্ধতি
প্ৰথম পৰ্যায়

(৩) ৱিকিউৎসৰ বিস্তৃত পৰিচয়

  • মুদ্ৰণ সংশোধন, বৈধকৰণ,
দ্বিতীয় পৰ্যায়
  • সূচী তৈয়াৰ, পেইজ ইনডেস্কিং, মূল নামপৃষ্ঠাত প্ৰকাশ
  • কপিৰাইট, অটিআৰএছ
  • কিতাপ আপলোডৰ এটা আভাস
  • অভাৰফ্লোট, ক্ৰপ টুলৰ পৰিচয়

(৪) ৱিকিকমন্সৰ পৰিচয়

প্ৰথম পৰ্যায়
  • ফটো আপলোড
  • নিজে আপলোড কৰা ফটো ৱিকিপ্ৰকল্পত সংযোজন

(৫) ৱিকিউদ্ধৃতিৰ পৰিচয়

প্ৰথম পৰ্যায়
  • পৃষ্ঠা সৃষ্টি
  • অনূদিত উদ্ধৃতিৰে পৃষ্ঠা
  • অইন পৃষ্ঠাৰ সংশোধন, শ্ৰেণীকৰণ
দ্বিতীয় পৰ্যায়

(৬) ৱিকিডাটাৰ পৰিচয়

  • ৱিকিডাটাত সম্পাদনা
  • ৱিকিডাটাৰ লগত ৱিকিপৃষ্ঠাৰ সংযুক্তকৰণ

(৭) ৱিকিমিডিয়াৰ বিভিন্ন প্ৰতিযোগিতাৰ পৰিচয় আৰু পৰৱৰ্তী প্ৰতিযোগিতাত অংশগ্ৰহণৰ নিশ্চিততা-২ দিন
(৮) ৱিকিমিডিয়াত নিজৰ পৰিসংখ্যা, সদস্য পৃষ্ঠা, গোলকীয় অৱদান আদি নিৰীক্ষণ -২ দিন
(৯) ৱিকিপত্ৰিকাৰ পৰিচয়-১ দিন
(১০) সতীৰ্থ ৱিকিমিডিয়ানক পদক, ধন্যবাদ প্ৰদান-১ দিন
(১১) ৱিকিপিডিয়াৰ ছছিয়েল মিডিয়াত গতিবিধি নিৰীক্ষণ-২ দিন
(১২) ৱিকিপিডিয়াৰ অৱদানসমূহ ছছিয়েল মিডিয়াত সময়বিশেষে প্ৰচাৰ, লিংক শ্বেয়াৰ ইত্যাদি-১ দিন
(১৩) ইণ্টাৰনেট আৰ্কাইভৰ পৰিচয়-২ দিন
(১৪) পুৰণি কিতাপৰ খবৰ-বাতৰি সংগ্ৰহ আৰু তেনে এখন কিতাপ ৱিকিকমন্সত আপলোড কৰি ৱিকিউৎসত সূচী তৈয়াৰ-১ দিন
(১৫) অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন সন্মিলন, অংশগ্ৰহণ, কৰ্মশালাৰ পৰিচয়-১ দিন
(১৬) ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ৱিকিসন্মিলন, কৰ্মশালা আদিৰ পৰিচয়-১‌ দিন
(১৭) ৱিকিসভাত অংশগ্ৰহণ নিশ্চিতকৰণ আৰু পৰৱৰ্তী ৱিকিসভাত সক্ৰিয়তা বৃদ্ধিৰ বাবে এটা দায়িত্ব অৰ্পণ-১ দিন
(১৮) আহৰণ কৰা জ্ঞানেৰে ৱিকিপত্ৰিকাত অভিজ্ঞতা বৰ্ণনা আৰু চচিয়েল মিডিয়াত 'মনৰ কথা' শ্বেয়াৰ
(১৯) আগ্ৰহী নতুন সদস্যক ৱিকিমিডিয়াৰ বিষয়ে অৱগত কৰা আৰু অতি কমেও এজন সদস্যক ৱিকিমিডিয়াৰ লগত সংযুক্ত কৰি আৰ্জিত জ্ঞানখিনি ভগাই লোৱা।

প্ৰকল্পৰ কাৰ্যকাৰিতা

সম্পাদনা কৰক
  • এই প্ৰকল্পৰ কাৰ্যকাৰিতা বিচাৰ কৰাৰ বাবে প্ৰকল্পৰ শেষ (৩১ ডিচেম্বৰ, ২০২৪)ত সকলো মেণ্টিৰ বিভিন্ন প্ৰকল্পত সম্পাদনা সংখ্যা পৰীক্ষা কৰা হ'ব। তাৰোপৰি প্ৰতিমাহৰ শেষত এই তালিকাখনত চকু ফুৰাই সমন্বয়কসকলে অগ্ৰগতিৰ বুজ ল'ব আৰু কিবা বাধা বা সমস্যা দেখা দিলে মেণ্টৰ বা মেণ্টি উভয়ক প্ৰয়োজন অনুসাৰে সহায় কৰিব।
ক্ৰ.
নং
সদস্য অক্টোবৰ মাহৰ সম্পাদনা সংখ্যা
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিউদ্ধৃতি ৱিকিকমন্স ৱিকিতথ্য মুঠ সম্পাদনা
মালবিকা ভট্টাচাৰ্য্য . . . . .
হিমাশ্ৰী বৰা ৭১০ ২৫ . . ৭৩৯
মনজ্যোতি চেতিয়া . . . .
মৃণাল ঠাকুৰীয়া . . . . .
বিপাশা বৰা . . . . .
অঞ্জুমণি শইকীয়া ২১ . . . ২২
পাপৰি বৰা ১৩ . ১৬৪ ৭৫৬ . ৯৩৩
কুমুদ ঘোষ ৯১৮ . ২৯ . . ৯৪৭
অসীম শইকীয়া ১৩ . . . ১৪
১০ মিনাক্ষী গগৈ . . . . .
১১ গীতাৰ্থী হাজৰিকা . . . . .
১২ দিম্পল দাস ৬০২ . ৩৪ . . ৬৩৬
১৩ নীলিম আকাশ কাশ্যপ . . . . .
১৪ পল্লৱ কুমাৰ নাথ ২৬ . . . ৩৪
১৫ ৰাকেশ মোদক ২৬২ . . . . ২৬২
১৬ ধীমান বৰ্মন . . . . .
১৭ শেখৰ মুৰ্মু . . ২৭ . ৩০
১৮ প্ৰিয়ংকা শইকীয়া . . . .
১৯ দীপাংকৰ দাস ১১৪ . . . . ১১৪
২০ বিভূতি গগৈ ১৭১ . . . . ১৭১
২১ পৱিত্ৰ তাঁতী . . . .
২২ বিবেকানন্দ চৌধুৰী . . . . .
২৩ দেৱাশ্ৰী বৰা . . . . .
২৪ তন্দ্ৰালী বৰা . . . . .
২৫ নৰুনা বৰুৱা ২৫৫ . . . . ২৫৫
২৬ সুস্মিতা লেখাৰু ১৮২ ২৮ . . ২১২
২৭ সুদীপ্ত গগৈ . . . .
২৮ পৱন বৰ্মন ৩৪ . . . . ৩৪
২৯ ডিম্পী হাজৰিকা . . . .
৩০ ছালামত হাছান . . . .
৩১ জিত দাস . . . . .
৩২ হীৰক জ্যোতি মেধী . . . . .
৩৩ দীপেন বৰুৱা . . . .
৩৪ ৰাজা দত্ত . . . .
৩৫ জ্যোতি বড়া ১৫ . . . . ১৫
৩৬ পংকজ খনিকৰ ৩১ . . . . ৩১
৩৭ ছাদ্দাম হুছেইন ৰহমানী ৫০ . . ১০ . ৬০
৩৮ কেশৱ ফুকন . . . .
৩৯ ৰিনী চক্ৰৱৰ্তী শৰ্মা . . . .
৪০ মৃগাংক বৰুৱা . . . . .
৪১ জুলী দত্ত . . . .
৪২ অনামিকা বৰা . . . .
৪৩ প্ৰণামী দত্ত ২০ . . . . ২০
৪৪ আস্কৰ আলী . . . . .
৪৫ পৰিস্মৃতা গগৈ . . . . .
৪৬ বিশ্ব ভাগৱতী . . . . .
৪৭ উৎপল দত্ত . . . . .
৪৮ নিপন নিয়ৰ শেনছোৱা . . . . .
৪৯ গৌৰিত গগৈ . . . . .
৫০ মৌচুমী গগৈ . . . . .
৫১ অনামিকা বৰা . . . . .
৫২ ধ্ৰুৱজ্যোতি তামুলী . . . .


  • প্ৰকল্পৰ শেষত অৱদানৰ ভিত্তিত মেণ্টিসকলৰ মাজৰ পৰা তলৰ পদকসমূহ আগবঢ়োৱা হ'ব.
    • সকলো প্ৰকল্পৰ মুঠ সৰ্বাধিক সম্পাদনা
    • সৰ্বাধিক নতুন প্ৰবন্ধ সৃষ্টি
    • শ্ৰেষ্ঠ প্ৰবন্ধ
  • ইতিমধ্যে সক্ৰিয় যিসকল মেণ্টৰে মেণ্টি হিচাপেও এই প্ৰকল্পত যোগ দিছে, তেওঁলোকৰ অৱদান ওপৰৰ পদকসমূহৰ আওতালৈ অনা নহ'ব।

ৱিকি মেণ্টৰশ্বিপ আদৰণী সভা, ২০২৪

সম্পাদনা কৰক
আদৰণী সভাত মেণ্টৰশ্বিপ প্ৰকল্পৰ বিষয়ে ব্যাখ্যা কৰি থকাৰ মুহূৰ্তত প্ৰকল্প-প্ৰবন্ধক জলি ৰুমী বৰা
আদৰণী সভাত কেইগৰাকীমান অংশগ্ৰহণকাৰী
  • দিনাংকঃ ২৯-০৯-২০২৪, দেওবাৰ
  • সময়ঃ নিশা ০৭:০০-৮:৩০ (ভাৰতীয় সময়)

 পুৱা ৭:৩০-৯:০০ (কানাডাৰ মাউণ্টেইন সময়)
 পুৱা ৮:৩০-১০:০০ (আমেৰিকাৰ কেন্দ্ৰীয় সময়)

অংশগ্ৰহণকাৰী

সম্পাদনা কৰক
  1. Ishanjyotibora (বাৰ্তা) 16:01, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Joli Rumi (বাৰ্তা) 15:32, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. দিব্য দত্ত (বাৰ্তা) 15:34, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4.  অজয়  কথা-বতৰা 15:38, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. 𝒦𝓊𝓁𝒹𝒽𝒶𝓇 ℛ𝒶𝒷𝒽𝒶 (𝒯𝒶𝓁𝓀) 15:40, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. দিম্পল দাস (বাৰ্তা) 15:43, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. পৱন বৰ্মন (বাৰ্তা) 15:45, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. Sushmita Lekharu (বাৰ্তা) 15:53, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. Naruna Baruah (বাৰ্তা) 16:00, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. JAKHINI (বাৰ্তা) 17:30, 29 September 2024 (ইউ.টি.চি.)2409:40E6:3C:D1C1:8000:0:0:0 16:35, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. প্ৰণামী দত্ত (বাৰ্তা) 16:37, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. 2409:40E6:3C:D1C1:8000:0:0:0 16:41, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13. অঞ্জুমণি শইকীয়া (বাৰ্তা) 16:48, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  14. ৰাজা দত্ত (বাৰ্তা) 16:52, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  15. Papori Borah (বাৰ্তা) 16:55, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  16. Nayan j Nath (বাৰ্তা) 17:01, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  17. Himashree Borah (বাৰ্তা) 17:24, 29 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  18. 2409:408A:8298:2CEB:0:0:1648:68A5 03:19, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  19. দীপেন বৰুৱা (বাৰ্তা) 07:27, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  20. Miss Priyanka Saikia (বাৰ্তা) 03:28, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  21. ᱤᱧ ᱢᱟᱛᱟᱞ (বাৰ্তা) 03:32, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  22. Parishmita gogoi (বাৰ্তা) 03:38, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  23. জ্যোতি বড়া (বাৰ্তা) 04:06, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  24. BhuyanBhaskar (বাৰ্তা) 08:31, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  25. Pranamikaadhikary (বাৰ্তা) 14:31, 30 September 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  26. 2401:4900:3DC5:3A6:4EA3:C334:F48F:561D 07:11, 1 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  27. Rumi Borah~aswiki (বাৰ্তা) 08:07, 1 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  28. গীতাৰ্থী হাজৰিকা (বাৰ্তা) 10:16, 1 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  29. 2401:4900:3DD7:2F77:BD13:6715:A3E9:4A90 02:31, 2 October 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  30. Geetasree Gogoi Apte (বাৰ্তা) ১০:২৬, ২ অক্টোবৰ ২০২৪ (ইউ.টি.চি.)

কাৰ্যসূচী

সম্পাদনা কৰক

০৭:০০- আৰম্ভণি: জলি ৰুমী বৰা, ইথাৰপেডত সাৰাংশ: দিব্য দত্ত
০৭:১০- ৱিকি মেণ্টৰশ্বিপ প্ৰকল্পৰ চমু বিৱৰণ: জলি ৰুমী বৰা
০৭:২০- ৱিকি মেণ্টৰশ্বিপ প্ৰকল্পৰ সামগ্ৰিক কৰ্মসূচী:ঈশানজ্যোতি বৰা
০৭:৩০- ৱিকিৰ কাৰিকৰী দিশসমূহ: দিব্য দত্ত
০৭:৪৫- মেণ্টিসকলৰ দুআষাৰ
০৮:০০- প্ৰশ্নোত্তৰ আৰু অন্তৰংগ আলাপ
০৮:৩০- সভা ভংগ