সংখ্যা পৰিবৰ্তনৰ সঁজুলি সম্পাদনা কৰক

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

অসমীয়া ৱিকিপিডিয়াৰ প্ৰায় প্ৰতিখন পৃষ্ঠাতে অসমীয়া আৰু ইংৰাজী সংখ্যা সানমিহলি হৈ আছে। হিন্দী ৱিকিত এই সমস্যাৰ সমাধানৰ বাবে তেওঁলোকে अंक परिवर्तन (hi:विकिपीडिया:अंक परिवर्तक) নামৰ এক সঁজুলিৰ সুবিধা কৰি লৈছে। এই সঁজুলিটো ৱেব সংস্কৰণত সদস্যৰ নামৰ কাষত বাওঁফালে দেখা যায়। সঁজুলিটোৱে javascript-ৰ সহায়ত client side-ত সংখ্যাবোৰক ইংৰাজীৰ পৰা হিন্দী বা হিন্দীৰ পৰা ইংৰাজীলৈ পৰিৱৰ্তন কৰে। অসমীয়া ৱিকিপিডিয়াটো এনে এক সঁজুলিৰ ব্যৱস্থা কৰিব পাৰিলে ভাল হয় বুলি বোধ কৰিছোঁ। হিন্দী ৱিকিকৰ্মীৰ সহায়ত তেওঁলোকৰ সঁজুলিটো অলপ সলনি কৰি অসমীয়া ৱিকিটো স্থাপন কৰিব পৰা যায়। অনুগ্ৰহ কৰি এই বিষয়ত আপোনালোকৰ মতামত জনাই তলত জনাই যেন। --SlowPhoton (talk) 08:57, 11 January 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সন্মত সম্পাদনা কৰক

  1. চাণক্য (বাৰ্তা) 09:23, 11 January 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. — গীতাৰ্থ বৰদলৈ (talk) 15:25, 11 January 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. -অজয় দাস (বাৰ্তা) 17:57, 11 January 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. - জলি বৰা (talk) 21:16, 11 January 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. সদস্য:Yuvomilan Dev Society

অসন্মত সম্পাদনা কৰক

মন্তব্য সম্পাদনা কৰক

  1.   কৰা হ'ল ৱিকিপিডিয়া:অংক পৰিবৰ্তক সংস্থাপন কৰা হ’ল। দিব্য দত্ত (বাৰ্তা) 13:30, 14 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Multilingual Shared Templates and Modules সম্পাদনা কৰক

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

Hello aswiki community! (অনুগ্ৰহ কৰি আপোনাৰ ভাষালৈ অনুবাদ কৰাত সহায় কৰক)

I recently organized a project to share templates and modules between wikis. It allows modules and templates to be “language-neutral”, and store all text translations on Commons. This means that it is enough to copy/paste a template without any changes, and update the translations separately. If someone fixes a bug or adds a new feature in the original module, you can copy/paste it again without any translation work. My bot DiBabelYurikBot can help with copying. This way users can spend more time on content, and less time on updating and copying templates. Please see project page for details and ask questions on talk page.

P.S. I am currently running for the Wikimedia board, focusing on content and support of multi-language communities. If you liked my projects like maps, graphs, or this one, I will be happy to receive your support. (any registered user group can vote). Thank you! --Yurik (talk) 05:45, 11 মে' 2019 (ইউ.টি.চি.)

অসমীয়া ৱিকিপিডিয়াৰ বাবে Short URL গেজেট সম্পাদনা কৰক

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

অসমীয়া ৱিকিপিডিয়াৰ বাবে চুটি URL প্ৰয়োজনীয়তা বহুদিনৰ পৰা অনুভৱ কৰা হৈছে। সদায় তৃতীয় পক্ষৰ (Third party) ৱেবছাইট ব্যৱহাৰ কৰি লিংক চুটি কৰাটো ভাল নহয়। ইতিমধ্যে কেইবাটাও ভাৰতীয় ভাষাৰ ৱিকি-প্ৰকল্পত এই সুবিধা উপলব্ধ। এই কামৰ অনুৰোধ Phabricator-ত দাখিল কৰিব লাগিব। অনুগ্ৰহ কৰি তলত আপোনাৰ মতামত জনাব।

হয় সম্পাদনা কৰক

  1. Gitartha.bordoloi (talk) ১৯:৫০, ১৪ জুন ২০১৯ (IST)
  2. IKHazarika (talk) 14:39, 14 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. Bhaskarjyoti Bhuyan (talk) 14:41, 14 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. অনামিকা(চুমু) বড়া (talk) 14:53, 14 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  5. ঈশান জ্যোতি বৰা (talk) 14:55, 14 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  6. ViśvakoṣaSampādaka (বাৰ্তা) 15:06, 14 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  7. দিব্য দত্ত (বাৰ্তা) 15:20, 14 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  8. জলি বৰা (talk) 16:05, 14 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. নয়ন জ্যোতি নাথ (talk)
  10. বিষ্ণু শইকীয়া 11:06, 17 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

নহয় সম্পাদনা কৰক

মন্তব্য সম্পাদনা কৰক

যিহেতু ফেব্ৰিকেটৰত আমাৰ প্ৰস্তাৱ নাকচ কৰিছে, সেয়ে “নাই মোমাইতকৈ কণা মোমাই ভাল” এইষাৰ বাক্যকে মনত ৰাখি বৰ্তমান পৃষ্ঠাৰ অনন্য পৰিচয় সংখ্যা (Page Id) ব্যৱহাৰ কৰি এটি চমু ইউ.আৰ.এল.ৰ গেজেট সংযোগ কৰিলোঁ। পিছত পাৰিলে অন্য ব্যৱস্থা লোৱা হব। ইয়াৰোপৰি মেটাৰ UrlShortenerটো আছেই, ৰাইজে সেইটোও ব্যৱহাৰ কৰিব পাৰিব। দিব্য দত্ত (বাৰ্তা) 15:36, 19 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

ভাসমান সম্পাদনা বুটাম সম্পাদনা কৰক

অনুগ্ৰহ কৰি এই অনুচ্ছেদত একো সম্পাদনা নকৰিব। আলোচনা সমাপ্ত হৈছে।

"ওপঙা বুটাম" নামৰ এটা সঁজুলি যোগ কৰা হৈছে। "পছন্দসমূহ"ৰ গেজেট অনুচ্ছেদৰ "সম্পাদনা" অংশলৈ গৈ ইয়াক বাছনি কৰিব পাৰিব। সঁজুলিটোৱে সোঁফালে কেইটামান ভাসমান বুটাম যোগ কৰে যাৰ সহায়ত পৃষ্ঠা তল-ওপৰ নকৰাকৈ সম্পাদনা কৰিব পাৰি, পৃষ্ঠা সাঁচিব পাৰি আৰু খচৰা চাব পাৰি। — গীতাৰ্থ বৰদলৈ (talk) 16:25, 19 June 2019 (ইউ.টি.চি.)[উত্তৰ দিয়ক]



Editing News #1—July 2019 সম্পাদনা কৰক

18:32, 23 July 2019 (ইউ.টি.চি.)

Editing News #2 – Mobile editing and talk pages সম্পাদনা কৰক

11:12, 29 October 2019 (ইউ.টি.চি.)