আহোম স্বৰ্গদেউসকলৰ নাম তালিকা

কাৰ্যকাল অনুসৰি আহোম ৰজা বা স্বৰ্গদেউসকলৰ নাম তালিকা।[1]

আহোম নাম অসমীয়া ৱিকিউৎসত ব্যৱহৃত নাম প্ৰসংগ পুথি অনুসৰি নামৰ বানান সিংহাসনত আৰোহণৰ বৰ্ষ শাসনৰ সময়
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜀𑜡 𑜇𑜡 চ্যু-কা-ফা চাও চ্যুকাফা ১২২৯ চন ৩৯ বছৰ ৪ মাহ ১৫ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜧 𑜇𑜡 চুতেওফা চাও চুতেউফা ১২৬৮ চন ১৩ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇𑜡 চুবিণ্‌ফা চাও চুবিনফা ১২৮১ চন ১২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡 চুখাংফা চাও ত্যাওচুখাংফা ১২৯৩ চন ৩৯ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜁𑜂𑜫 𑜇𑜡 চুখাংফা চাও চুখাংফা ১৩৩২ চন ৩২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜄𑜥 𑜇𑜡 চুতুফা চাও চুতুফা ১৩৬৪ চন ১২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜄𑜧𑜨 𑜁𑜪 𑜄𑜣 ত্যাও খাম্‌টি চাও ত্যাওখামথি ১৩৮০ চন ৯ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡 চুডাংফা চাও চুডাংফা ১৩৮৯ চন ১৮ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜂𑜫 𑜇𑜡 চুজাংফা চাও চুজাঙ্গফা ১৪১৬ চন ৬ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜇𑜨𑜀𑜫 𑜇𑜡 চুফক্‌ফা চাও চুফকফা ১৪২২ চন ১৭ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜃𑜫 𑜇𑜡 চুচেনফা চাও চুচেনফা ১৪৩৯ চন ৫৯ বছৰ ০ মাহ ০ দিন
চুহেনফা চাও চুহেনফা ১৪৮৮ চন ৫ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜪𑜢 𑜇𑜡 চুপিম্‌ফা চাও চুপিমফা ১৪৯৩ চন ৪ বছৰ ০ মাহ ০ দিন
চুহুন্মুং চাও চুহুংমুং (দিহিঙ্গীয়া ৰজা) ১৪৯৭ চন ৪২ বছৰ ০ মাহ ০ দিন
চুক্লেন্‌মুং চাও চুক্লেনমুঙ্গ (গড়গঞা ৰজা) ১৫৩৯ চন ১৩ বছৰ ০ মাহ ০ দিন
চুখাম্‌ফা চাও চুখামফা (খোৰা ৰজা) ১৫৫৯ চন ৫৯ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜏𑜢𑜂𑜫 𑜇𑜡 চুচেংফা চাও চুচেঙ্গফা (প্ৰতাপ সিংহ) ১৬১১ চন ৩৮ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜧 𑜇𑜡 চুৰাম্‌ফা চাও চুৰমফা (ভগা ৰজা) ১৬৪৯ চন ৩ বছৰ ০ মাহ ০ দিন
চুত্যিণ্‌ফা চাও চুত্যিঙ্গফা (নৰিয়া ৰজা) ১৬৫২ চন ২ বছৰ ০ মাহ ০ দিন
চুতাম্লা চাও চুতামলা (জয়ধ্বজ সিংহ) ১৬৫৪ চন ৯ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜨𑜂𑜫 𑜉𑜢𑜤𑜂𑜫 পমুঙ্গ চাও পমুঙ্গ (চক্ৰধ্বজ সিংহ) ১৬৬৩ চন ৭ বছৰ ০ মাহ ০ দিন
চ্যু-ন্যৎ-ফা চাও চুন্যতফা (উদয়াদিত্য সিংহ) ১৬৭০ চন ২ বছৰ ০ মাহ ০ দিন
চ্যু-ক্লম-ফা চাও চুক্লনফা (ৰামধ্বজ সিংহ) ১৬৭২ চন ২ বছৰ ০ মাহ ০ দিন
চ্যু-হুং-ফা চাও চুহুঙ্গ মৰাণ গোহাঁই ১৬৭৪ চন ০ বছৰ ১ মাহ
গোবৰ ৰজা চাও গোবৰ ৰজা ১৬৭৪ চন ০ বছৰ ০ মাহ ২০ দিন
𑜋𑜧𑜨𑜇𑜡 𑜏𑜢𑜤𑜰𑜫𑜊𑜢𑜃𑜫𑜇𑜡 চুজিন্‌ফা (সুৰ সিংহ) চাও চুজিনফা (শূৰ সিংহ) ১৬৭৪ চন ০ বছৰ ৯ মাহ ২৫ দিন
চ্যু-দৈ-ফা (তেজ সিংহ) চাও চুদৈফা ১৬৭৭ চন ২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡 চ্যু-লিক-ফা (ৰত্নধ্বজ সিংহ) চাও চুলিকফা (ল’ৰা ৰজা) ১৬৭৯ চন ২ বছৰ ০ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜄𑜫 𑜇𑜡 চ্যু-পাত-ফা চাও চুপাতফা (গদাধৰ সিংহ) ১৬৮১ চন ১৪ বছৰ ১০ মাহ ০ দিন
𑜋𑜧𑜨 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜁𑜪𑜤 𑜂𑜫 𑜇𑜡 চুখ্ৰংফা চাও চুখ্ৰুঙ্গফা (ৰুদ্ৰসিংহ) ১৬৯৫ চন ১৮ বছৰ ৬ মাহ ০ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜄𑜨𑜃𑜫 𑜇𑜡 চুতণফা চাও তনফা (শিৱসিংহ) ১৭১৪ চন ৩০ বছৰ ৩ মাহ ১১ দিন
চুণেণফা চাও চুনেফা (প্ৰমত্ত সিংহ) ১৭৪৪ চন ৬ বছৰ ১০ মাহ ৫ দিন
𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜍𑜪𑜧 𑜇𑜡 চুৰেম্‌ফা চাও চুৰেমফা (ৰাজেশ্বৰ সিংহ) ১৭৫১ চন ১৭ বছৰ ৭ মাহ ২১ দিন
চুণ্যেউফা চাও চুন্যেউফা (লক্ষ্মী সিংহ) ১৭৬৯ চন ১১ বছৰ ৬ মাহ ২০ দিন
চুহিত্পংফা চাও চুহিপংফা (গৌৰীনাথ সিংহ) ১৭৮০ চন ১৪ বছৰ ৭ মাহ ২২ দিন
চুক্লিংফা চাও চুক্লিংফা (কমলেশ্বৰ সিংহ) ১৭৯৫ চন ১৫ বছৰ ৫ মাহ ১০ দিন
চুদিংফা চাও চুডিনফা (চন্দ্ৰকান্ত সিংহ) ১৮১০ চন ৭ বছৰ ১ মাহ ৫ দিন
পুৰন্দৰ সিংহ চাও পুৰন্দৰ সিংহ ১৮১৭ চন ১ বছৰ ০ মাহ ১৪ দিন
চুদিংফা চাও চুডিনফা (চন্দ্ৰকান্ত সিংহ) (দ্বিতীয় বাৰ) ১৮১৮ চন ২ বছৰ ৮ মাহ ০ দিন
যোগেশ্বৰ সিংহ চাও যোগেশ্বৰ সিংহ ১৮২১ চন ৩ বছৰ ১০ মাহ ১৯ দিন
চিনিয়ৰী জুনিয়ৰী

এজেণ্ট মোতালক

১৮২৪ চন ২ বছৰ ৯ মাহ ০ দিন
পুৰন্দৰ সিংহ চাও পুৰন্দৰ সিংহ (দ্বিতীয় বাৰ) ১৮৩৩ চন ৫ বছৰ ৯ মাহ ০ দিন
কন্দৰ্পেশ্বৰ সিংহ চাও কন্দৰ্পেশ্বৰ সিংহ ইংৰাজৰ দিন ..বছৰ ..মাহ ..দিন

উল্লেখযোগ্য যে, বুৰঞ্জীবিদ কাসিনাথ তামুলি ফুকনৰ আসাম বুৰঞ্জী পুথি অনুসৰি কেইবাজনো ৰজাৰ সিংহাসন আৰোহণৰ সময় বেলেগ।[2]

প্ৰসংগ পুথি

সম্পাদনা কৰক
  1. আহোমৰ দিন,অসম প্ৰকাশন পৰিষদ - হিতেশ্বৰ বৰবৰুৱা
  2. বৃহৎ তাই জাতিৰ বুৰঞ্জী - ৰামেশ্বৰ বড়া
  3. ইতিহাসে সোঁৱৰা ছশটা বছৰ - সৰ্বানন্দ ৰাজকুমাৰ
  4. দেওধাই অসম বুৰঞ্জী (সম্পাদিত) - ড° সূৰ্য কুমাৰ ভূঞা
  5. তুংখুঙীয়া বুৰঞ্জী - ড° সূৰ্য কুমাৰ ভূঞা
  6. বেলি মাৰ গ’ল - ড° লীলা গগৈ
  7. টাই সংস্কৃতিৰ ৰূপৰেখা - ড° লীলা গগৈ
  8. লাচিত বৰফুকন - ড° সূৰ্য কুমাৰ ভূঞা
  9. স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ - ড° সূৰ্য কুমাৰ ভূঞা
  10. A History of Assam (অসম বুৰঞ্জী) - ই এ গেইট (অনুবাদ - চেনেহী বেগম)
  11. অসম বুৰঞ্জীৰ ৰূপৰেখা - বগেন গগৈ

তথ্যসূত্ৰ

সম্পাদনা কৰক