জ
অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৮ম আখৰ
জ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৮ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'জ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'জ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
সম্পাদনা কৰকস্বৰবৰ্ণ | 'জ'ৰ লগত যোগ হ'লে |
---|---|
অ | জ |
আ | জা |
ই | জি |
ঈ | জী |
উ | জু |
ঊ | জূ |
ঋ | জৃ |
এ | জে |
ঐ | জৈ |
ও | জো |
ঔ | জৌ |
যুক্তবৰ্ণ (জ যোগ)
সম্পাদনা কৰকজ্ + জ = জ্জ = লজ্জা
জ্ + জ্ + ব = জ্জ্ব = উজ্জ্বল
জ্ + ঞ = জ্ঞ = বিজ্ঞান
জ্ + ব = জ্ব = জ্বালা
জ্ + য = জ্য = ৰাজ্য
জ্ + ৰ = জ্ৰ = বজ্ৰ
'জ'ৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ
সম্পাদনা কৰকতথ্যসংগ্ৰহ
সম্পাদনা কৰক- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ