অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৮ম আখৰ

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৮ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'জ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'জ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে সম্পাদনা কৰক

স্বৰবৰ্ণ 'জ'ৰ লগত যোগ হ'লে
জা
জি
জী
জু
জূ
জৃ
জে
জৈ
জো
জৌ

যুক্তবৰ্ণ (জ যোগ) সম্পাদনা কৰক

জ্ + জ = জ্জ = লজ্জা
জ্ + জ্ + ব = জ্জ্ব = উজ্জ্বল
জ্ + ঞ = জ্ঞ = বিজ্ঞান
জ্ + ব = জ্ব = জ্বালা
জ্ + য = জ্য = ৰাজ্য
জ্ + ৰ = জ্ৰ = বজ্ৰ

'জ'ৰে আৰম্ভ হোৱা শব্দ সম্পাদনা কৰক

  • জাল
  • জাহাজ
  • জাঁপি
  • জয়মতী
  • জাঁপ
  • জয়ন্তীয়া
  • জিলা
  • জোনাক
  • জালুক
  • জেল
  • জাকৈ
  • জলকীয়া
  • জোখ-মাপ
  • জালুকনিবাৰী
  • জোক
  • জলপান
  • জেং আদি।

তথ্যসংগ্ৰহ সম্পাদনা কৰক

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ